• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 14, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভনীয়েকৰ মৃত্যুৰ নামতো পাব্লিচিটি ষ্টাণ্ট ‘গৰীবৰ বন্ধু’ৰ; তীব্ৰ প্ৰতিক্ৰিয়া

প্ৰতিক্ৰিয়া আৰু গৰিহণাৰ কোবত সকলো পোষ্ট ডিলিট

এন ই নাও নিউজ by এন ই নাও নিউজ
December 4, 2018 8:51 pm
Beeraj Hazarika_main

বিৰাজ হাজৰিকা। ফটোৰ উৎস : ফেইচবুক।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩ ডিচেম্বৰত মঙলদৈত স্বামীগৃহৰ লোকে গাত অগ্নিসংযোগ কৰি হত্যা কৰা বিতু হাজৰিকা নামৰ ন-বোৱাৰীগৰাকীৰ ককায়েক বুলি দাবী কৰা আৰু নিজকে ‘গৰীবৰ বন্ধু’ আখ্যা দি লোৱা বিৰাজ হাজৰিকা নামৰ লোকজনৰ কাণ্ডই চকু কপালত তুলিছে সচেতন ৰাইজৰ। নিজৰ ভনীয়েকৰ মৃত্যুৰ দুখৰ সময়তো প্ৰচাৰৰ লোভক সামৰিব নোৱৰাটো দুৰ্ভাগ্যজনক আখ্যা দিছে বহু ছ’চিয়েল মিডিয়া য়ুজাৰে।

উল্লেখযোগ্য যে দহ বছৰ প্ৰেমৰ সম্পৰ্কৰ পিছত বিতু হাজৰিকা বিয়া হৈছিল মঙলদৈৰ কীৰ্তি বৰুৱা নামৰ যুৱকজনৰ সৈতে। কিন্তু বিয়াৰ মাত্ৰ দুমাহৰ পিছতে, গাৰ পৰা মাহ-হালধিৰ গোন্ধ মাৰ নাযাওঁতেই স্বামী আৰু পৰিয়ালৰ নিৰ্য্যাতনৰ বলি হৈ মৃত্যুক সাৱটিব লগীয়া হয় বিতু হাজৰিকাই। বিতু হাজৰিকাৰ দেউতাকৰ পৰিয়ালৰ দাবী “তাইক যৌতুকৰ বাবেই মাৰি পেলোৱা হ’ল?”

ঘটনাটো ঘটাৰ অলপ সময়ৰ পিছতে নিজকে বিতুৰ ককায়েক বুলি দাবী কৰি বিৰাজ হাজৰিকাই নিজৰ ফেইচবুকৰ টাইমলাইনত এই দুৰ্ভাগ্যজনক ঘটনাটোৰ বিষয়ে পোষ্ট দিয়ে, পুৰি এঙাৰৰ দৰে হৈ পৰা এটা মৃতদেহৰ ফটোৰ সৈতে। ঘটনাটোক হাজাৰ হাজাৰ য়ুজাৰে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে আৰু কমেণ্টত অপৰাধীৰ কঠোৰ শাস্তি দাবী কৰে। লগতে বিৰাজ হাজৰিকাৰ প্ৰতি সহমৰ্মিতাও প্ৰকাশ কৰে।

কিন্তু লাহে লাহে এই ফটোখনক লৈ সচেতন মানুহৰ সন্দেহ ওপজে আৰু অনুসন্ধান কৰি গম পায় যে সেয়া গুগলৰ পৰা ডাউনল’ড কৰা এখন পুৰণি ফটো। তাৰ পিছতে বিৰাজ হাজৰিকাৰ এই কাণ্ডক একেমুখে গৰিহণা দিবলৈ ধৰে ছ’চিয়েল মিডিয়া য়ুজাৰে। তেওঁক বহুতে তীব্ৰ ভৰ্ৎসনা কৰে। তেওঁক পূৰ্বৰ পৰা এজন সমাজসেৱক হিচাপে চিনি পোলাসকলো ইয়াৰ মাজত আছে।

মন কৰিব লগীয়া যে মানুহৰ বিৰূপ প্ৰতিক্ৰিয়া আৰু গৰিহণাৰ কোবত আজি বিৰাজ হাজৰিকাই এই সম্পৰ্কীয় আটাইবোৰ পোষ্ট ডিলিট কৰি দিয়ে।

জানিব পৰামতে বিৰাজ হাজৰিকা চি আৰ পি এফৰ জোৱান আৰু তেওঁ বৰ্তমান শিৱসাগৰত কৰ্মৰত। তেওঁ মাজে মাজে নিজৰ দৰমহাৰ টকাৰে দুখীয়া পৰিয়ালৰ ল’ৰা-ছোৱালীক সাজ-পাৰ কিনি দিয়ে আৰু তাৰ বাবে নিজকে ‘গৰীৱৰ বন্ধু’ আখ্যা দিয়ে। অৱশ্যে তেওঁ এই কামৰ বাবে বহুজনৰ সমাদৰ আৰু সন্মানো লাভ কৰিছে। কিন্তু কালিৰ ঘটনাটোৰ পিছত তেওঁৰ মাজত লুকাই থকা আত্মপ্ৰচাৰৰ লোভৰ তীব্ৰতাৰ কথা জানিব পাৰি উদ্বেগ প্ৰকাশ কৰিছে বহুতে। গৰিহণা দি এজন য়ুজাৰে লিখিছে, “আপোনাৰ কামক সন্মান জনাই আহিছো। কিন্তু এইটো ভুল আপুনি কিয় কৰিলে?”

“এনেদৰে ৰাইজক বিভ্ৰান্ত কৰাৰ অধিকাৰ নাই আপোনাৰ।” এনেদৰে কয় আন এজন ফেচবুক য়ুজাৰে।

উল্লেখ কৰিব পাৰি যে দুখীয়া পৰিয়ালৰ ল’ৰা-ছোৱালীক সাজ-পাৰ দিওঁতেও বিৰাজ হাজৰিকাই উক্ত শিশুবোৰৰ সৈতে বিভিন্ন ভংগিৰে ফটো উঠি সেইবোৰ ফেচবুকত সঘনাই আপল’ড কৰা দেখা যায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

বিশ্ব বক্সিং চেম্পিয়নশ্বিপ-২০২৫ত ভাৰতৰ প্ৰথমটো সোণৰ পদক জয় জেচমিন লেম্বৰিয়াৰ

September 14, 2025 10:49 am
বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

বিদেশী চিনেমা চোৱাৰ বাবে মৃত্যুদণ্ডৰ শাস্তি দিছে কিম জং উনে! ৰাষ্ট্ৰসংঘৰ নতুন প্ৰতিবেদনত চাঞ্চল্যকৰ দাবী

September 14, 2025 10:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘প্ৰেম সম্পৰ্কত শাৰীৰিক সম্পৰ্কক ধৰ্ষণ বুলি গণ্য কৰিব নোৱাৰি’- এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 14, 2025 11:38 am
পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

পাকিস্তানৰ আন এক কু-কৰ্ম! দুখীয়াৰ ভাত কাঢ়ি বানসাহাৰ্যৰে নিৰ্মাণ কৰিলে অপাৰেচন সিন্দুৰত ধ্বংস হোৱা লস্কৰ-ই-তৈবাৰ কাৰ্যালয়

September 14, 2025 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd