• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিচি চুক্তি: অবড়ো নহয়, এইবাৰ ঐক্যবদ্ধ হুংকাৰ কাৰ্বি সংগঠনৰ

নংগি তেৰন by নংগি তেৰন
December 4, 2018 10:59 pm
karbi bodo

ডিফুত একেই বিৰোধিতাৰে যোৱা ৩১ মে, ২০১৬ত কাৰ্বি সংগঠনসমূহৰ ৰে’ল অৱৰোধ। ছবি- কাৰ্বি অৱ নৰ্থ ইন্দিয়াৰ পে’জৰ।

100
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিএদিত বঞ্চনাৰ অভিযোগ তুলি অবড়োসকলে বিভিন্ন সময়ত প্ৰতিবাদ কৰি অহাৰ বিপৰীতে বিটিচি চুক্তিৰ ৮ নং দফাৰ জৰিয়তে বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদা “দিব খোজা” কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ ঐক্যবদ্ধ হুংকাৰ দিছে অসমৰ আন এটা বৃহৎ জনজাতি কাৰ্বিসকলে।

কাৰ্বিসকলৰ দীৰ্ঘদিনীয়া সুকীয়া ৰাজ্য দাবী মীমাংসা নকৰি কেন্দ্ৰ চৰকাৰে ওলোটাই অসমৰ পাহাৰীয়া জিলাকেইখনত বড়োসকলক পাহাৰীয়া জনজাতিৰ মৰ্য্যাদা দিব খোজাৰ প্ৰতিবাদত দিল্লী গমনৰ যো-জা কৰিছে তিনিটা কাৰ্বি সংগঠনে।

“দুখৰ কথা হৈছে যোৱা ৩০-৪০ বছৰে কাৰ্বি আংলঙৰ জনসাধাৰণে আন্দোলন চলাই অহা স্বায়ত্ত শাসিত ৰাজ্যৰ দাবী আজিও পূৰণ হোৱা নাই। তেনেস্থলত এতিয়া কেন্দ্ৰৰ বিজেপি চৰকাৰে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলাত বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদা দিবলৈ আগবাঢ়িছে। বিটিচি চুক্তিৰ ৮ম অধ্যায়ৰ বিৰোধিতা কৰি অহা ৭ ডিচেম্বৰত আমি ভাৰতৰ অনুসূচিত জাতি আৰু জনজাতি পঞ্জীয়ক ৰাষ্ট্ৰীয় পৰিষদৰ অধ্যক্ষ নন্ধ কুমাৰ চাইক লগ কৰিম,” মঙলবাৰে সংবাদমেলযোগে এই মন্তব্য কাৰ্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্ৰসিং ক্ৰ’ৰ।

বিটিচি সম্পৰ্কে সম্পূৰ্ণ বুজাবুজি চুক্তিখন পঢ়িবলৈ ইয়াত ক্লিক কৰক

From left- Karbi cultural society president Chandra Sing Kro, Karbi Lammet Amei president Suren Kramsa and Hills Tribal League Chairman Soising Rongpi (1)(1)
ডিফুত কাৰ্বি সংগঠনকেইটাৰ মঙলবাৰৰ সংবাদমেল। ছবি- নৰ্থ ইষ্ট নাও।

কেন্দ্ৰীয় চৰকাৰৰ পদক্ষেপ “অসাংবিধানিক” বুলি অভিহিত কৰি প্ৰতিবাদত নতুন দিল্লীলৈ ওলোৱা যুটীয়া দলটো কাৰ্বি সংগঠন কাৰ্বি লামেট আমেই, কাৰ্বি সাংস্কৃতিক সমাজ আৰু হিলছ ত্ৰাইব লীগৰ প্ৰতিনিধিৰে গঠিত হৈছে।

“বড়োসকলৰ দাবীৰ ক্ষেত্ৰত সংবিধানত কোনো ব্যৱস্থা নাই। কাৰ্বিসকলে সংবিধানৰ ২৪৪ (এ) প্ৰবন্ধৰ অধীনত স্বায়ত্তশাসিত ৰাজ্য দাবী কৰি আহিছে,” কে এল এৰ কাৰ্য্যালয়ত অনুষ্ঠিত যুটীয়া সংবাদমেলত এই মন্তব্য ক্ৰ’ৰ।

বড়োসকল কাৰ্বিসকলতকৈ শৈক্ষিক আৰু অৰ্থনৈতিকভাৱে “বহুত আগবঢ়া” বুলি উল্লেখ কৰি “ভুল বুজাবুজি”ৰ পৰা আঁতৰি থকা আৰু “জনজাতীয় ঐক্য”ৰ স্বাৰ্থত চুক্তিখনৰ ৮ম অধ্যায়ত “ধৰি নাথাকিবলৈ” আহ্বান জনাইছে হিলছ ত্ৰাইবছ লীগৰ অধ্যক্ষ চইসিং ৰংপিয়ে।

আনহাতে ১৯৫০ চনৰ জনজাতি সম্পৰ্কীয় নিৰ্দেশটোত জনজাতীয়ৰ তালিকাৰ ২য় খনতহে বড়োসকল থকাৰ কথা উল্লেখ কৰে কে এল এৰ সভাপতি সুৰেন ক্ৰামছাই।

কেন্দ্ৰৰ বিজেপি চৰকাৰে এই সিদ্ধান্ত ল’লে “সাংবিধানিক অচলাৱস্থা”ৰ সৃষ্টি হ’ব বুলিও মন্তব্য কৰিছে কাৰ্বি সংগঠনকেইটাই।

নংগি তেৰন

নংগি তেৰন

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

August 16, 2025 6:30 am
ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

ভাঙি পৰিল দিল্লীৰ হুমায়ুনৰ স্মৃতিসৌধৰ দেৱাল : ৫ জনৰ মৃত্যু, কেইবাজনো ধ্বংসাৱশেষৰ তলত আবদ্ধ

August 15, 2025 9:20 pm
স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

স্বাধীনতা সংগ্ৰামীক চূড়ান্ত অপমান! লালকিল্লাৰ ভাষণত আৰ এছ এছক প্ৰশংসাৰে উপছালে নৰেন্দ্ৰ মোদীয়ে

August 15, 2025 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

গোপনে ৰাখক দাম্পত্য জীৱনৰ এই কেইটা কথা : প্ৰকাশ নকৰিব কোনো বন্ধুৰ আগত

August 16, 2025 6:30 am
ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

ওদালগুৰিত জব্দ ২৫ লাখ টকা মূল্যৰ ৫০ কেজি গাঞ্জা

August 15, 2025 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd