• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাৰ্ছ সন্থাৰ একে পদবীত একে দৰমহাৰ দাবী মানি ল’লে স্বাস্থ্য বিভাগে; সভানেত্ৰী অঞ্জনা শইকীয়াক পদচ্যুত

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
December 5, 2018 6:56 am
Nurse_Protest-750x375

৩ ডিচেম্বৰত সদৌ অসম নাৰ্ছ সন্থাই পালন কৰা কৰ্মবিৰতি। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সাংগঠনিক মতবিৰোধৰ পাছত অৱশেষত সদৌ অসম নাৰ্চ সন্থাৰ সভানেত্ৰী পদৰ পৰা পদচ্যুত হ’ল অঞ্জনা শইকীয়া। ৩০ নৱেম্বৰত নাৰ্ছ সন্থাৰ কাৰ্যনিৰ্বাহকৰ সভাই লোৱা সিদ্ধান্ত মৰ্মে সভানেত্ৰীৰ লগতে পদচ্যুত হ’ল যুটীয়া সম্পাদিকা নীলিমা শইকীয়াও।

সদৌ অসম নাৰ্ছ সন্থাৰ সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিঙীয়াই নৰ্থ-ইষ্ট নাওক এইকথা জানিবলৈ দিয়ে। তেওঁ কয়, “সভানেত্ৰী আৰু যুটীয়া সম্পাদিকাক পদচ্যুত কৰাৰ সিদ্ধান্ত যোৱা ৩০ নৱেম্বৰতে লোৱা হৈছিল যদিও বিশেষ কিছুমান কাৰণত আমি সেই কথা ৰাজহুৱা কৰা নাছিলো। সন্থাৰ অসাংবিধানিক কামত লিপ্ত হোৱা বাবেই তেওঁলোকক পদচ্যুত কৰা হৈছে।”

Apply Now

তেওঁ লগতে কয় যে যোৱা ২৯ নৱেম্বৰত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে হোৱা আলোচনাৰ পাছত নিশালৈ জনতা ভৱনতে থকা সভানেত্ৰী অঞ্জনা শইকীয়া আৰু যুটীয়া সম্পাদিকা নীলিমা শইকীয়া আৰু সাধাৰণ সদস্য মঞ্জু শইকীয়াই এ এন এম সন্থাৰ সম্পাদিকা বুলুমা শইকীয়াক জনতা ভৱনলৈ মাতি লৈ গৈছিল।

নিজ সংগঠনৰ ভিতৰৰ এটা গুৰুত্বপূৰ্ণ বিষয়ত বাহিৰৰ এগৰাকী ব্যক্তিক জড়িত কৰাৰ অপৰাধত তেওঁলোকক পদচ্যুত কৰাৰ কথা জুনু চুতীয়া দিহিঙীয়াই জানিবলৈ দিয়ে। লগতে কোনো বিষয়বাবত নথকা সাধাৰণ সদস্য মঞ্জু শইকীয়াৰ বিৰুদ্ধেও পৰবৰ্তী সময়ত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও তেওঁ আমাক কয়।

ইপিনে, ৪ ডিচেম্বৰত জনতা ভৱনত সদৌ অসম নাৰ্ছ সন্থাই পুনৰ স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত মিলিত হয়। একে পদবীত একে দৰমহা সম্পৰ্কে আজি আলোচনা হোৱা বুলি জুনু চুতীয়া দিহিঙীয়াই প্ৰকাশ কৰে।

তেওঁ কয়, “আমাৰ একে পদবীত একে দৰমহাৰ দাবী স্বাস্থ্য বিভাগে মানি লৈছে। বৈঠকৰ সিদ্ধান্ত মৰ্মে আমাৰ গ্ৰেড পে’ ৬,৮০০ টকাৰ পৰিৱৰ্তে ৭,৪০০ টকালৈ বৃদ্ধি কৰা হয়। লগতে বি এছ চি নাৰ্ছ সকলৰ গ্ৰেড পে’ ৮,৭০০ টকাৰ পৰা ৭,৪০০ টকালৈ হ্ৰাস কৰা হৈছে। বৈঠকৰ সিদ্ধান্ত অনুসৰি এক প্ৰস্তাৱ স্বাস্থ্য বিভাগে বিত্ত বিভাগলৈ প্ৰেৰণ কৰিব আৰু তাৰ বাবে আমাৰ পৰা কিছু সময় বিচাৰিছে।”

লগতে এই সিদ্ধান্ত কাৰ্যকৰীকৰণৰ দিশটো পৰ্যবেক্ষণৰ বাবে অহা ২৪ ডিচেম্বৰত বিভাগৰ সৈতে পুনৰ আলোচনা অনুষ্ঠিত হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

এই বৈঠকতেই শেহতীয়াভাৱে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে ৬৩০গৰাকী ষ্টাফ নাৰ্ছৰ বদলিৰ বাবে দিয়া নিৰ্দেশ প্ৰত্যাহাৰ কৰা বুলিও সাধাৰণ সম্পাদিকা জুনু চুতীয়া দিহিঙীয়াই প্ৰকাশ কৰে। ইয়াৰ উপৰি যোৱা ২৬ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ সদৌ অসম নাৰ্ছ সন্থাই পালন কৰা কৰ্মবিৰতিৰ বাবে কাৰো দৰমহা কৰ্তন নহয় বুলি স্বাস্থ্য বিভাগে আশ্বাস প্ৰদান কৰা কথা তেওঁ জানিবলৈ দিয়ে।

এতিয়া সদৌ অসম নাৰ্ছ সন্থাৰ দাবী চৰকাৰে মানি লৈ জি এন এম নাৰ্ছৰ দৰমহা বৃদ্ধি কৰাৰ বিপৰীতে যদি বি এছ চি নাৰ্ছে পূৰ্বে পাই থকা দৰমহা হ্ৰাস কৰে তেতিয়া হ’লে বি এছ চি নাৰ্ছৰ মনত অসন্তুষ্টিৰ সৃষ্টি হ’ব নেকি? লগতে কাৰোবাৰ দৰমহা হ্ৰাস কৰি চৰকাৰে একে পদত একে দৰমহা দিবলৈ যোৱাটো কিমান যুক্তি সংগত? সেই প্ৰশ্নও উত্থাপন নোহোৱা নহয়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

প্ৰেমিকাৰ পুত্ৰৰ হাতত হত্যা জনপ্ৰিয় অভিনেতা; তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য

June 6, 2026 7:48 am
ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

ফিফাৰ ডাঙৰ ভুল! ৱেবছাইটৰ বিজুতিৰ বাবে বিনামূলীয়া টিকট পালে ৬০ গৰাকী দৰ্শকে, তাৰ পিছত কি হ’ল?

June 6, 2026 7:22 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd