• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শনিবাৰে গাৰো পাহাৰৰ এখন গণ সমাৱেশত ভাষণ দিব অমিত শ্বাহে

ছাইদুল খান by ছাইদুল খান
January 5, 2018 8:07 pm
Amit-Shah
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বিধান সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মেঘালয়ৰ পশ্চিম গাৰো পাহাৰৰ টিক্ৰিকিল্লাত শনিবাৰে এখন গণ সমাৱেশত ভাষণ দিব।

বিজেপিৰ শক্তিশালী ভেটি থকা টিক্ৰিকিল্লাত অমিত শ্বাহৰ প্ৰথমটো ভ্ৰমণে আগন্তুক নিৰ্বাচনৰ বাবে নিৰ্বাচনী বতাহ উত্তপ্ত কৰি তুলিবলৈ সাজু হৈছে। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী কে চি বড়োৱে সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব।

Apply Now

শ্বাহৰ সৈতে সমাৱেশত উপস্থিত থাকিব মেঘালয়ৰ নিৰ্বাচনৰ দায়িত্বত থকা কেন্দ্ৰীয় পৰ্যটন বিভাগৰ মন্ত্ৰী কে জে এলফ’নছ, অসমৰ বিজেপি দলৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নলীন কোহলি আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ছিবুন লিংডোৰ লগতে আৰু অন্যান্য নেতৃবৃন্দ।

বিগত তিনিমাহত অমিত শ্বাহৰ মেঘালয় ভ্ৰমণৰ কাৰ্যসূচীৰ পৰিকল্পনা চলি আছিল যদিও কমেও তিনিবাৰ সেয়া সলনি কৰা হৈছিল। ৰাজ্যখনত বিজেপি দলে নিজৰ অৱস্থান দৃঢ় কৰি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰাৰ সময়ত অমিত শ্বাহৰ ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।

যোৱা ডিচেম্বৰৰ শেহৰ পিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজ্যখন ভ্ৰমণ কৰাৰ সময়ত মুকুল চাংমা আৰু তেওঁৰ কেবিনেট সতীৰ্থৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনি ‘’পৰিৱৰ্তনৰ সমাৱেশ’’ত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ ৰণশিঙা বজাইছিল।

গাৰো পাহাৰত শ্বাহৰ নিৰ্বাচনী সভাৰ বাবে ব্যাপক আয়োজন গঢ়ি তোলা হৈছে। শনিবাৰৰ সভাখনৰ বাবে ৰাজ্যিক বিজেপিৰ শীৰ্ষ কৰ্মকৰ্তাসকলে সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। বিজেপিয়ে সভাত ১০,০০০ লোকৰ উপস্থিতি আশা কৰিছে আৰু শ্বাহৰ এই ভ্ৰমণে ৰাজ্যখনৰ আগন্তুক নিৰ্বাচনৰ বাবে দলৰ স্থিতি মজবুত কৰাৰ লগতে ব্যাপক প্ৰভাৱ পেলাব বুলি তেওঁলোক উৎসাহিত হৈ পৰিছে।

‘’আমি টিক্ৰিকিল্লাক লৈ অত্যন্ত আশাবাদী কিয়নো আমাৰ প্ৰাৰ্থীগৰাকী অত্যন্ত শক্তিশালী আৰু আমি নিশ্চিত যে এই সভাই বিজেপিৰ কৰ্মী তথা সমৰ্থকসকলৰ মনোবল বৃদ্ধি কৰিব,’’-ৰাজ্যিক বিজেপিৰ সভাপতি ছিবুন লিংডোই কয়। টিক্ৰিকিল্লাৰ গণ সমাৱেশত ভাষণ দিয়াৰ পিছত শ্বাহে ছিলঙত বিজেপিৰ নতুনকৈ নিৰ্মিত কাৰ্যালয়টো মুকলি কৰিব।

কেন্দ্ৰত বিজেপিৰ মিত্ৰ দল নেশ্যনেল পীপলছ পাৰ্টিয়ে কালি ছিলঙত পাঁচগৰাকী কংগ্ৰেছ বিধায়কৰ লগতে অন্যান্য দলৰ তিনিগৰাকী বিধায়কক দলত যোগদান কৰোৱাই নিজৰ শক্তি প্ৰদৰ্শন কৰিছিল।

ছাইদুল খান

ছাইদুল খান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd