• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তেল উৎপাদনৰ লক্ষ্যত পিছ পৰি গেছ উৎপাদনত দুগুণৰ লক্ষ্য অতিক্ৰম অএনজিচিৰ

বিশেষ সংবাদদাতা by বিশেষ সংবাদদাতা
December 8, 2018 8:56 am
22INTHROHONGC
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত বিত্তীয় বৰ্ষত (২০১৭-১৮) অএনজিচিয়ে অসমৰ তৈল সম্পদ ক্ষেত্ৰত ধাৰ্য কৰা লক্ষ্যত উপনীত হ’ব নোৱাৰিলে। কোম্পানীটোৱে চলিত বিত্তীয় বৰ্ষত ১৬,২০০ বেৰেল/প্ৰতি দিন উৎপানৰ লক্ষ্য স্থিৰ কৰিছিল যদিও ৫.৯ হাজাৰ বেৰেল (5.7mbls), অৰ্থাৎ ১৬,২০০ বেৰেল/দিন (16,200 b/d ) উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছিল যদিও ই প্ৰায় ৫.৭ হাজাৰ বেৰেল অৰ্থাৎ ১৫,৭০০ বেৰেল/দিন তেল উৎপাদন কৰিবলৈ সক্ষম হয়।

অএনজিচিয়ে ‘অভিযান, ২৬০০’ত অসমৰ তৈল সম্পদ ক্ষেত্ৰত উৎপাদন ২৬,০০ টন/দিন অথবা ১৮,০০০ বেৰেল/দিনলৈ বৃদ্ধি কৰিব।

Apply Now

২০১৮-১৯ বিত্তীয় বৰ্ষত এই লক্ষ্যত উপনীত হোৱাৰ বাবে অএনজিচিয়ে ইয়াৰ উৎপাদন ২৮৮৭ বেৰেল/দিনলৈ অৰ্থাৎ ১৮ শতাংশ বৃদ্ধি কৰিব লাগিব।

এয়া এয়া অতি কঠিন কাম, কাৰণ ২০১৬-১৭ বিত্তীয় বৰ্ষত মাত্ৰ ১ শতাংশ উৎপাদনহে বৃদ্ধি হৈছে।

অৱশ্যে অসমৰ উৎপাদন ক্ষেত্ৰত গেছৰ উৎপাদন বৃদ্ধি হৈছে। পূৰ্বৰ বিত্তীয় বৰ্ষত তুলনাত চলিত বিত্তীয় বৰ্ষত গেছৰ উৎপাদন ৪৪৭ মেট্ৰিক ঘনমিটাৰ/বৰ্ষ, ১.২ মেট্ৰিক ঘনমিটাৰ/দিন অৰ্থাৎ ১৭ শতাংশলৈকে বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

অএনজিচিয়ে ১৯০ মেট্ৰিক ঘনমিটাৰ/বৰ্ষ অৰ্থাৎ ৫২০,০০০ ঘনমিটাৰ/দিন গেছ বিক্ৰি কৰিবলৈ সক্ষম হৈছে, যিটো স্থিৰকৃত লক্ষ্য ৮৬ মেট্ৰিক ঘনমিটাৰ/বৰ্ষ বা ২৩৫,০০০ ঘনমিটাৰ/দিন লক্ষ্যৰ দুগুণতকৈও অধিক।

ইয়াৰ ফলত অনএনজিচিৰ অসম সম্পদ ক্ষেত্ৰৰ লোকচানৰ মাত্ৰা ২০১৬-১৭ বিত্তীয় বৰ্ষৰ ৬৯৯ কোটি টকাৰ (১২২ ডলাৰ) পৰা ২০১৭-১৮ বিত্তীয় বৰ্ষত ৩০০ কোটিলৈকে (৪৬ ডলাৰ)হ্ৰাস কৰিবলৈ সক্ষম হৈছিল।

এচাম যোগাত্মক সূত্ৰই অনুভৱ কৰে যে ২০১৮-১৯ বিত্তীয় বৰ্ষত কোম্পানীটোৰ অসম তৈল সম্পদ ক্ষেত্ৰই নামমাত্ৰ লাভ প্ৰদান কৰিব। এই ক্ষেত্ৰত কোম্পানীটোৱে প্ৰতি মিটাৰ খননৰ ব্যয় হ্ৰাস কৰি আৰু ৰিগ ব্ৰেক-ডাউনৰ বাবে উৎপাদনহীন সময় হ্ৰাস কৰি তৈল সম্পদ উৎপাদন উদ্ঘাটনৰ ব্যয় হ্ৰাস কৰিব লাগিব।

২০১৭-১৮ বিত্তীয় বৰ্ষত অএনজিচিৰ অসম তৈল সম্পদ ক্ষেত্ৰৰ ২৩টা ডেভেলপমেণ্ট ৱেল আৰু ৬টা উদ্ঘাটন ৱেল খননৰ লক্ষ্য অতিক্ৰম কৰিছিল।

অসম তৈল সম্পদ ক্ষেত্ৰৰ নাম প্ৰকাশত অনিচ্ছুক এগৰাকী শীৰ্ষস্থানীয় বিষয়াই জনাইছে, ‘‘আমি সময়ৰ পূৰ্বেই আমাৰ লক্ষ্যত উপনীত হৈছোঁ আমি ২৫টা পৰ্যন্ত ডেভেলপমেণ্ট ৱেল খন সম্পন্ন কৰিছোঁ।’’

উল্লেখ্য যে ২০১৭-১৮ চনত অএনজিচিয়ে ১৭৮টা ‘ৱৰ্কঅভাৰ’ ৱেলৰ লক্ষ্যত উপনীত হৈছে। অনজিচিৰ অসম তৈল সম্পদ ক্ষেত্ৰত আছে গেলেকী, লাকুৱা, ৰুদ্ৰসাগৰ. লেখমানি, লিপিংগাঁও, দেমুৱালগাঁও, চেৰালী আৰু চাংমাইগাঁও।

অএনজিচিৰ বিস্তৃতি লাভ কৰি থকা অসম তৈল সম্পদ ক্ষেত্ৰই ৪৭টা তৈল আৰু গেছ উৎপাদন স্থান পৰিচালনা কৰে আৰু ইয়াৰ ফ্লীট ১৮টা ড্ৰিলিং ৰিগ আৰু ১৬ ৱৰ্কঅভাৰ ৰিগেৰে সমৃদ্ধ।

বিশেষ সংবাদদাতা

বিশেষ সংবাদদাতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

‘আপুনি হয় মূৰ্খ নহয় অসৎ’, সাক্ষাৎকাৰৰ মাজতে মাইক্ৰ’ফোন দলিয়াই উঠি গ’ল ড’নাল্ড ট্ৰাম্প

June 8, 2026 7:42 am
হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

হাতত ধৰি শিকাব নালাগে; মাকক দেখিয়েই এই ৬টা শিক্ষা লাভ কৰে শিশুৱে

June 8, 2026 7:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am
ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠকৰ পূৰ্বে মমতা-কেজৰিৱালৰ গোপন বৈঠকক লৈ বৃদ্ধি পাইছে জল্পনা-কল্পনা

June 8, 2026 8:11 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd