• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানৱ জীৱনলৈ ভয়ংকৰ বিপদ : শাক-পাচলি আৰু মাংসৰ নামত খাবলগীয়া হৈছে বৰবিহ

মিণ্টু দাস by মিণ্টু দাস
December 11, 2018 7:22 am
শাক পাচলি নগাঁও.ফটো

কেচা বিলাহী পকাবলৈ প্ৰয়োগ কৰা হৈছে বিষাক্ত পদাৰ্থ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাওঁ জিলাৰ পশ্চিমাঞ্চলৰ চৰাঞ্চলৰ পথাৰত উৎপাদিত হয় বৃহৎ পৰিমাণৰ খাদ্য শস্য। এই খাদ্য-শস্যসমূহ অসমৰ বিভিন্ন স্থানলৈ ৰপ্তানি কৰা হয়। কিন্তু এই খাদ্য শস্যসমূহ উৎপাদন কৰোতে ব্যৱহাৰ কৰা আৰু বজাৰত বিক্ৰী কৰিবৰ বাবে ব্যৱহাৰ কৰা ঔষধিযুক্ত সামগ্ৰীৰ বিষয়ে জানিলে সকলোৰে চকু কঁপালত উঠিব।

উল্লেখ্য যে, কৃষকসকলে পথাৰত উৎপাদিত সামগ্ৰী বৃদ্ধি কৰিবৰ বাবে মানুহৰ শৰীৰৰ বাবে অনুপযোগী দ্ৰব্য ব্যৱহাৰ কৰাৰ উপৰি বজাৰত উপলব্ধ কৰোৱাৰ সময়তো খাদ্য-শস্যখিনি সজীৱ কৰি ৰাখিবলৈয়ো অন্য এক মানুহৰ শৰীৰৰ বাবে অনুপযোগী দ্ৰব্য ব্যৱহাৰ কৰে।

Apply Now

অতিশয় গুৰুত্বপূৰ্ণ বিষয় যে, কেঁ‌চা বিলাহীৰ ওপৰত প্ৰয়োগ কৰে কাৰ্বাইড জাতীয় বিষাক্ত ঔষধ। এই কেচা বিলাহী পকী উঠে মাত্র কেইটামান ঘন্টাৰ ভিতৰতে। আৰু সেই বিলাহী বজাৰলৈ আহে আৰু সকলোৱে বেগ ভৰাই ঘৰলৈ লৈ আহে। বৰবিহ সদৃশ বিলাহী মাথোঁ‌ এটা উদাহৰণহে। ইয়াৰ উপৰি বেঙেনা, ফুলকবি, বন্ধাকবি, গাজৰ, জলকীয়া আদি খাদ্য-শস্যত বিভিন্ন ৰাসায়নিক ঔষধ প্ৰয়োগ কৰা হয়। যাৰ ফলস্বৰূপে মানুহৰ শৰীৰত বিভিন্ন ধৰণৰ বেমাৰে আৱৰি ধৰিছে।

উল্লেখ্য যে, একাংশ ব্যৱসায়ীয়ে অধিক মুনাফা লাভৰ বাবে খাদ্যৰ নামত ভেজাল ঔষধ মিহলাই মানুহক খুৱাইছে বৰবিহ। এক বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, নগাঁও জিলাৰ বটদ্ৰৱাৰ শান্তিজান বজাৰত ব্যৱসায়ীয়ে মুকলিভাৱে বিক্ৰী কৰে লোকেল হাঁহ আৰু কুকুৰা। লগতে আটাগুৰিৰ লগত ঔষধ মিহলাই চৰাইক বলপূর্বক খাদ্য খুৱায়।

এনে ধৰণৰ ঔষধযুক্ত খাদ্য খুৱাই দিয়াৰ পিছত হাঁহ অথবা একোটা লোকেল কুকুৰাৰ ওজন ৫০০( পাঁচশ) গ্ৰাম পৰ্যন্ত বৃদ্ধি হয় আৰু সেয়া সৰ্বসাধাৰণ ৰাইজক বিক্ৰী কৰি অধিক মুনাফা আদায় কৰি আহিছে। আনহাতে, এই খাদ্য ক্ষতিকাৰক হিচাপে পৰিগণিত হৈছে। সেয়ে, হাঁহ-কুকুৰা মাংস খোৱাৰ আগতে প্ৰতিজন লোক সাৱধান হোৱাতো নিতান্তই প্ৰয়োজনীয় হৈ পৰিছে।

তদুপৰি, প্ৰতিজন লোকে বজাৰত উপলব্ধ হোৱা শাক-পাচলি কিমান স্বাস্থ্যসন্মত সেয়াও ভালকৈ জানিব লগীয়া বিষয় হিচাপে পৰিগণিত হৈছে। অন্যথা প্ৰতিটো পৰিয়ালে নিজৰ ঘৰখনৰ জোখাৰে নিজেই প্ৰয়োজনীয় শাক-পাচলি উৎপাদন কৰিব লাগিব। আনহাতে, এই ভয়াবহ কাৰ্য পোহৰলৈ অহাৰ পিছত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm
এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

June 30, 2026 8:23 pm
বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

বিয়াৰ দিনাও অফিচৰ মিটিং : টক্সিক বছৰ কাণ্ড দেখি ছচিয়েল মিডিয়াত তীব্ৰ বিতৰ্ক

June 30, 2026 8:10 pm
ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

ডিচেম্বৰত আমেৰিকালৈ যাব পাৰে প্ৰধানমন্ত্ৰী মোদী! অহা বছৰ ভাৰত ভ্ৰমণলৈ আহিব ডোনাল্ড ট্ৰাম্প

June 30, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm
এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

এথেনল মিশ্ৰণ এক পৰীক্ষা, অহা বছৰলৈ ওলাব ফলাফল: E20 ইন্ধনক লৈ সৃষ্টি হোৱা আশংকাৰ মাজতে উচ্চতম ন্যায়ালয়ক জনালে কেন্দ্ৰই

June 30, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd