• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোটিপতি নিবনুৱাৰ বাবে সুখবৰ! আই অ’ চিয়ে অসমত নতুনকৈ অনুমোদন কৰিব ৪৬২টা তেল ডিপোৰ

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 12, 2018 7:18 am
Indian Oil Corp

ফটো : নৰ্থ-ইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ লগতে উত্তৰ-পূবত নতুনকৈ স্থাপন হ’ব লগীয়া ৭৮১টা তেল ডিপোৰ নিবিদাত নিবনুৱাৰ লগতে ব্যৱসায়ী সকলক অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ তিনিচুকীয়া সংমণ্ডলে। ১১ ডিচেম্বৰত  শিৱসাগৰৰ ব্ৰহ্মপুত্ৰ হোটেলত অনুষ্ঠিত কৰা এখন সংবাদমেলত প্ৰতিষ্ঠানটোৰ সহকাৰী প্ৰৱন্ধক চন্দ্ৰসেশৰ বুঢ়াগোঁহাই আৰু উপ-মহা প্ৰৱন্ধক  এম কে পেগুৱে এই কথা ব্যক্ত কৰে।

বিষয়া দুগৰাকীয়ে কয়, সমগ্ৰ দেশতে বছৰি বছৰি পেট্ৰ’ল আৰু ডিজেলৰ চাহিদা বৃদ্ধি পাই আহিছে। সমীক্ষা অনুসৰি পেট্ৰলৰ চাহিদা ৮ শতাংশ আৰু ডিজেলৰ চাহিদা ৪ শতাংশ বৃদ্ধি পাইছে। সেই বাবে ভাৰত ৰাষ্ট্ৰই পাম্পৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

Apply Now

২০১৪ চনৰ পিছত এইবাৰ বৃহৎ পৰিমাণৰ ডিপোৰ বাবে মুকলি ভাৱে নিবিদাৰ আহ্বান কৰা হৈছে। সমগ্ৰ ভাৰতত ৫৬ হাজাৰ ডিপো স্থাপনৰ সিদ্ধান্ত লোৱা  হৈছে। ইয়াৰে ৩১ হাজাৰ আই অ’ চি ৰ অধীনৰ। পূৰ্বতে নিবিদাৰ প্ৰক্ৰিয়া অতি জটিল আছিল যদিও এইবাৰ তেনে জটিল চৰ্ত প্ৰত্যাহাৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে বিষয়াদ্বয়ে।

দেশৰ ৫৬ হাজাৰ ডিপোৰ ভিতৰত উত্তৰ-পূবত স্থাপন হ’ব ৭৮১ টা। ইয়াৰে ৪৬২ টা অসমৰ।  এই ৪৬২ টা ডিপোৰ ভিতৰত ৬১ টা ডিব্ৰুগড় চেলচ এৰিয়াৰ অন্তৰ্গত। ডিব্ৰুগড় চেলচ এৰিয়াই সামৰি লোৱা জিলা কেইখন হল ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ আৰু নাগালেণ্ডৰ মন জিলা।

বিষয়া দুগৰাকীয়ে জনোৱা মতে এইবাৰ নিবিদাত অংশগ্ৰহণ কৰিবৰ বাবে দশম শ্ৰেণীলৈকে অধ্যয়ন কৰা ব্যক্তিয়েও অংশ ল’ব পাৰিব। লগতে নিবনুৱা আৰু ব্যৱসায়ী সকলকো এই সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

আনহাতে চহৰ এলেকাত এটা মাহৰ ভিতৰত ১০০ কে এল অৰ্থাৎ ১০০ কিলো লিটাৰ তেল বিক্ৰী কৰিব পৰা সম্ভাৱনা থকা স্থানত তেল ডিপো প্ৰদান কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত ১৫০ কে এল আৰু অন্য ঠাইত ৪৮ কে এল তেল বিক্ৰী কৰিব পৰা সম্ভাৱনা থাকিলেই তেল ডিপো প্ৰদান কৰা হ’ব বুলি বিষয়াদ্বয়ে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ১১ ডিচেম্বৰত আই অ’ চি কৰ্তৃপক্ষই সংবাদমেলৰ জৰিয়তে তেল ডিপোৰ লাইচেন্স বা মালিক হ’বৰ বাবে নিবনুৱাসকলকো নিবিদা জমা দিবলৈ আহ্বান জনাইছে যদিও এটা তেল ডিপো খুলি ব্যৱসায় কৰিবলৈ যি পৰিমানৰ মূল ধনৰ প্ৰয়োজন হয় সেইটো সাধাৰণ নিবনুৱাৰ সামৰ্থৰ ভিতৰত নাথাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

আপোনাৰ ওঁঠৰ ৰং সলনি হৈছে নেকি? সাৱধান! ই হ’ব পাৰে কোনো গুৰুতৰ ৰোগৰ লক্ষণ

September 23, 2026 7:49 am
বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

কৰ্কট ৰোগৰ ঔষধৰ নামত চলিছে মুকলি লুণ্ঠন!  কৰ্কট ৰোগীৰ নিৰুপায় অৱস্থাৰ সুযোগ লৈছে নেকি ঔষধ কোম্পানীয়ে?

September 23, 2026 10:36 am
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নে প্ৰান্তীয় শিক্ষাৰ্থীৰ মৃত্যুফান্দ? আইআইটিত কিয় বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা?

September 23, 2026 8:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd