• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 26, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আৰম্ভ; আজি সন্ধিয়াৰ ভিতৰত নোলাব পাৰে বেছিভাগ প্ৰাৰ্থীৰে ফলাফল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 12, 2018 8:13 am
Vote Counting_2

প্ৰতিনিধিত্বমূলক চিত্ৰ

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ৫ আৰু ৯ ডিচেম্বৰত ৰাজ্যখনত দুটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা আজি পুৱা ৮ বজাত আৰম্ভ হৈছে। ইতিমধ্যে ভোটগণনা কেন্দ্ৰত প্ৰাৰ্থী আৰু দলীয় কৰ্মী-সমৰ্থকৰ ভিৰ আৰম্ভ হৈ গৈছে।

অৱশ্যে ভোট গণনা আৰম্ভ হ’লেও ফলাফল ওলাবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হ’ব আৰু হয়তো আজি সন্ধিয়াৰ ভিতৰত পোৱা নাযাব পাৰে বহু সংখ্যক প্ৰাৰ্থীৰ জয়-পৰাজয়ৰ স্পষ্ট ছবি। কাৰণ পৰম্পৰাগত বেলট পেপাৰত হোৱা এই ভোট গণনাত অধিক সময় লগাটোৱেই স্বাভাৱিক। ইয়াৰ উপৰি থাকিব পুনৰ গণনাৰ দাবী-আপত্তি আদিবোৰো।

উল্লেখযোগ্য যে ষষ্ঠ অনুসূচী এলেকাৰ জিলাকেইখনক বাদ দি ৰাজ্যৰ মুঠ ২৬খন জিলাত এই নিৰ্বাচন অনুষ্ঠিত হৈছে। এইবাৰ মুঠ ২৬,৮০৮টা পদত ৭৮,৫৭১গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে। পদবিলাকৰ ভিতৰত জিলা পৰিষদ সদস্যৰ ৪২০টা, গাঁও পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য (কাউন্সিলৰ) ২১৯৯টাকৈ আৰু গাঁও পঞ্চায়তৰ সদস্যৰ ২১,৯৯০টা।

ৰাজ্যিক নিৰ্বাচন আয়োগে জনোৱা মতে, ৰাজ্যিক নিৰ্বাচন আয়োগৰ গণনা কেন্দ্ৰত ক্ল’জ চাৰ্কিট কেমেৰাৰ ব্যৱস্থা কৰা হৈছে।

যিহেতু পৰম্পৰাগত বেলট পেপাৰ পদ্ধতিত ভোটগ্ৰহণ কৰা হৈছে আৰু প্ৰতিটো পদৰ বাবে সুকীয়া সুকীয়া মুঠ ৪খন বেলট পেপাৰ ব্যৱহাৰ কৰা হৈছে, গতিকে গণনা প্ৰক্ৰিয়া কিছু লেহেমীয়া হোৱাৰ সম্ভাৱনা আছে। লগতে এইবোৰত পুনৰ গণনাৰ দাবী উঠাৰ সম্ভাৱনাও ই ভি এম পদ্ধতিতকৈ বহুগুণে বেছি।

গতিকে আজি সন্ধিয়ালৈ কিছু সংখ্যক প্ৰাৰ্থীৰহে ফলাফল জানিব পৰা যাব। সম্পূৰ্ণ ফল পাবলৈ বা উৎকণ্ঠাৰ অন্ত পৰিবলৈ কাইলৈ পৰ্য্যন্ত ৰ’ব লগীয়া হোৱাৰ সম্ভাৱনা আছে।

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে ৰাজ্যত বহু কথাৰে ইংগিত কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে ইতিমধ্যে পূৰ্বানুমান কৰিছে। বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনৰ কেনেদৰে এই নিৰ্বাচনত প্ৰতিফলন ঘটে সেয়া নিশ্চয়কৈ লক্ষণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

August 26, 2025 7:25 pm
আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

August 26, 2025 6:39 pm
বিজ্ঞানীসকলে খুলি দিলে ৩০০ বছৰে বন্ধ হৈ থকা চেম্বাৰ : ভিতৰৰ দৃশ্য দেখি সকলোৰে চকু কপালত

বিজ্ঞানীসকলে খুলি দিলে ৩০০ বছৰে বন্ধ হৈ থকা চেম্বাৰ : ভিতৰৰ দৃশ্য দেখি সকলোৰে চকু কপালত

August 26, 2025 6:15 pm
যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

যোৱা কেইটামান সপ্তাহত ৪ বাৰকৈ ট্ৰাম্পৰ ফোন প্ৰত্যাখান কৰিছিল মোদীয়েঃ জাৰ্মান কাকতৰ দাবী

August 26, 2025 5:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

August 26, 2025 7:25 pm
আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

আন্তঃজাতিগত বিবাহত আবদ্ধ হৈ সমস্যাৰ সন্মুখীন হোৱা দম্পতীৰ বাবে সকলো দলীয় কাৰ্যালয় মুকলি কৰিলে তামিলনাডু চিপিএম-এ

August 26, 2025 6:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd