• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজমলৰ দূৰ্গ যমুনামুখত কংগ্ৰেছৰ দখললৈ গ’ল গোটেইকেইখন জিলা পৰিষদ

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
December 13, 2018 10:10 pm
ajmal_b

বদৰুদ্দিন আজমলৰ ফাইল ফটো। উৎস-ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোজাই জিলাৰ হোজাই, লামডিং আৰু যমুনামুখ সমষ্টিৰ অন্তৰ্গত মুঠ বাৰখন জিলা পৰিষদত কংগ্ৰেছ আৰু বিজেপিয়ে উন্নত ফলাফল প্ৰদৰ্শন কৰাৰ বিপৰীতে সম্পূৰ্ণৰূপে বিধ্বস্ত হ’ল এ আই য়ু ডি এফ। দলটোৱে মাত্ৰ এটা জিলা পৰিষদ সমষ্টিতে থমকি ৰ’বলগীয়া হোৱাত ৰাজনৈতিক মহলত বিষয়টো চৰ্চিত হৈ পৰিছে।

হোজাই জিলাৰ বাৰখন জিলা পৰিষদৰ ভিতৰত কংগ্ৰেছে ছখন, বিজেপিয়ে পাঁচখন আৰু আই য়ু ডি এফে এখন জিলা পৰিষদ সমষ্টি দখল কৰে। জিলাখনৰ বিধায়ক শিবু মিশ্ৰৰ লামডিং সমষ্টিৰ কাকী আৰু উদালী জিলা পৰিষৰ সমষ্টি কংগ্ৰেছে দখল কৰাৰ বিপৰীতে ৰানীপুখুৰী আৰু লামডিং জিলা পৰিষদ সমষ্টি বিজেপিয়ে দখল কৰে।

Apply Now

লামডিং সমষ্টিৰ জিলা পৰিষদৰ অন্তৰ্গত পূব লামডিং গাঁও পঞ্চায়ত, দক্ষিন লামডিং গাঁও পঞ্চায়ত আৰু পশ্চিম লামডিং গাঁও পঞ্চায়তৰ  সভাপতি তথা আঞ্চলিক সদস্য বিজেপিৰ দখলত থকাৰ বিপৰীতে নখুটি গাঁও পঞ্চায়ত সভাপতি তথা আঞ্চলিক সদস্য এ আই য়ু ডি এফে দখল কৰাৰ লগতে খাগৰীজান গাঁও পঞ্চায়ত সভাপতি বিজেপি তথা আঞ্চলিক সদস্য এ আই য়ু ডি এফে দখল কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে লামডিং সমষ্টিৰ  চাৰিখন জিলা পৰিষদৰ ভিতৰত ৯নং কাকী জিলা পৰিষদত জোন্তী বৰাই আৰু ১২নং উদালী জিলা পৰিষদত ইচমাইল আলিয়ে কংগ্ৰেছ দলৰ পৰা জয় লাভ কৰে। আনহাতে ১০নং লামডিং জিলা পৰিষদত ৰিপন কুমাৰ দাসৰ লগতে ১১নং ৰানীপুখুৰী জিলা পৰিষদ মমতা দাসে বিজেপি দলৰ পৰা জয়লাভ কৰে।

সেইদৰে যমুনামুখ সমষ্টিৰ অন্তৰ্গত চাৰিওখন জিলা পৰিষদ ক্ৰমে ডবকা, নীলবাগান, মোৰাজাৰ আৰু চৌধুৰীবজাৰ জিলা পৰিষদ সমষ্টি কংগ্ৰেছে দখল কৰে। হোজাই সমষ্টিৰ ইছলামনগৰ জিলা পৰিষদত এ আই য়ু ডি এফৰ প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে ৰাজবাৰী,পদুমপুখুৰী আৰু ভালুকমাৰী জিলা পৰিষদত বিজেপি প্ৰাৰ্থী জয়ী হয়।

উল্লেখ্য যে আজমলৰ দূৰ্গ হিচাপে খ্যাত যমুনামুখৰ গৰিষ্ঠসংখ্যক পঞ্চায়তৰ সভাপতি আৰু আঞ্চলিক সদস্য পদত কংগ্ৰেছ প্ৰাৰ্থী জয়ী হয়। যমুনামুখ সমষ্টিৰ ১৬টা পঞ্চায়তত কংগ্ৰেছৰ সভাপতি জয়ী হোৱা বিপৰীতে অগপৰ ৩ জন, এ আই য়ু ডি এফৰ ২ জন, নিৰ্দলীয় ২ জন আৰু বিজেপিৰ এজন পঞ্চায়ত সভাপতি নিৰ্বাচিত হয়।

সমষ্টিটোত কংগ্ৰেছৰ ২০ জন আঞ্চলিক সদস্য/সদস্যা নিৰ্বাচিত হোৱাৰ বিপৰীতে অগপৰ ২ জন আৰু এ আই য়ু ডি এফৰ ২জন জয়ী হয়।

মন কৰিবলগীয়া যে দীৰ্ঘদিন ধৰি এ আই য়ু ডি এফৰ দখলত থকা যমুনামুখৰ গৰিষ্ঠ সংখ্যক পঞ্চায়ত এইবাৰ কংগ্ৰেছৰ দখলত যোৱাত সমষ্টিটোত এ আই য়ু ডি এফৰ ভেটি উছন হোৱাটোৱে ইংগিত বহন কৰে। বিগত সময়ত এ আই য়ু ডি এফৰ প্ৰাৰ্থীৰ কোটি কোটি টকাৰ দুৰ্নীতিৰ বাবে এইবাৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনত উচিত শিক্ষা দিয়া বুলি সৰ্বত্ৰে চৰ্চিত হৈছে।

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd