• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেশৱ মহন্তৰ সমষ্টি কলিয়াবৰত মুখথেকেচা অগপৰ; মন্ত্ৰী হিমন্তক শলাগ বিজেপি কৰ্মীৰ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
December 14, 2018 10:25 pm
Keshab Mahanta

অগপৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। ফাইল ফটো

328
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ সভাপতি, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বৰ্তমানৰ বিধায়ক কেইগৰাকীৰ উপৰি দলটোৰ কাৰ্যকৰী সভাপতি তথা মিত্ৰজোঁটৰ চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত অতি শোচনীয়ভাৱে পৰাস্ত হল অগপৰ বহু কেইজন পঞ্চায়ত প্ৰাৰ্থী।

জানিব পৰা মতে অগপই কলিয়াবৰত ১৮খন গাঁও পঞ্চায়তৰ ৭গৰাকী সভাপতি বিজয়ী হোৱাৰ বিপৰীতে বিজেপিয়ে ৯খন আৰু কংগ্ৰেছ দলে পালে ৩খন। ঠিক সেইদৰে আঞ্চলিক সদস্যতো অগপতকৈ বেছি পালে বিজেপিয়ে। আঞ্চলিক সদস্য পদত অগপই ৭, বিজেপিয়ে ৮ আৰু কংগ্ৰেছে ৩খন আসন লাভ কৰে।

কিন্তু মন কৰিবলগীয়া কথা হ’ল সমষ্টিটোৰ চাৰিখন জিলা পৰিষদৰ আসনত অগপৰ এজনো সদস্য জয়ী হ’ব নোৱাৰিলে। কেশৱ মহন্তই প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ আটাইকেইখন জিলা পৰিষদে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে আঞ্চলিকতাবাদৰ ধ্বজাবাহক কেশৱ মহন্তই কলিয়াবৰত বহু বছৰ ধৰি অগপক প্ৰতিনিধিত্ব কৰি আহিছিল। কিন্তু এই পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ওচৰত সেও মনা পৰিলক্ষিত হয় কেশৱ মহন্তক। আনকি নিজ কুঁৱৰীটোল গাঁও পঞ্চায়তৰ সভাপতি তথা জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাটো অগপ দলৰ বাবে এক মোক্ষম আঘাত হিচাপে পৰিগণিত হৈছে।

আনহাতে বিজেপিৰ ফলাফলত সন্তুষ্টি লাভ কৰিছে বিজেপিৰ কৰ্মকতা তথা শুভাকাংশীসকল। জিলা পৰিষদৰ ৪টাকৈ পদত বিজয়ী হোৱা বিজেপি দলৰ ২৯নং দ্বাৰ বাগৰি পঞ্চায়তৰ জিলা পৰিষদৰ প্ৰাৰ্থী জিতেন গৌড়ই আমাক কয় যে দলীয় কৰ্মী, ৰাইজ, অনুৰাগী ,আৰু বিজেপিৰ ৰাজ্যিক সম্পাদক দীপলু ৰঞ্জন শর্মা আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট সাহস সহায় সহযোগিতা পৰামৰ্শ আৰু আশীৰ্বাদত এই বৃহৎ ভোটত জয়লাভ কৰে বুলি উল্লেখ কৰে।

এক সূত্ৰৰ পৰা জানিব পৰা মতে ভোটগণনা কক্ষত বিজেপিৰ প্ৰাৰ্থী জয়যুক্ত হোৱাৰ পাছতো গণনাত খেলি মেলি কৰি অগপ দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ চেষ্টা চলায়। ইয়াৰ উপৰি বিজেপি দলৰো এজন সদস্যই গণনা কক্ষত কিছু খেলিমেলি কৰি গণনা কক্ষৰ পৰিবেশ বিনষ্ট কৰা জানিব পৰা গৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd