• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেশৱ মহন্তৰ সমষ্টি কলিয়াবৰত মুখথেকেচা অগপৰ; মন্ত্ৰী হিমন্তক শলাগ বিজেপি কৰ্মীৰ

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
December 14, 2018 10:25 pm
Keshab Mahanta

অগপৰ কাৰ্যকৰী সভাপতি তথা জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত। ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যখনৰ প্ৰধান আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদৰ সভাপতি, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, বৰ্তমানৰ বিধায়ক কেইগৰাকীৰ উপৰি দলটোৰ কাৰ্যকৰী সভাপতি তথা মিত্ৰজোঁটৰ চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত অতি শোচনীয়ভাৱে পৰাস্ত হল অগপৰ বহু কেইজন পঞ্চায়ত প্ৰাৰ্থী।

জানিব পৰা মতে অগপই কলিয়াবৰত ১৮খন গাঁও পঞ্চায়তৰ ৭গৰাকী সভাপতি বিজয়ী হোৱাৰ বিপৰীতে বিজেপিয়ে ৯খন আৰু কংগ্ৰেছ দলে পালে ৩খন। ঠিক সেইদৰে আঞ্চলিক সদস্যতো অগপতকৈ বেছি পালে বিজেপিয়ে। আঞ্চলিক সদস্য পদত অগপই ৭, বিজেপিয়ে ৮ আৰু কংগ্ৰেছে ৩খন আসন লাভ কৰে।

Apply Now

কিন্তু মন কৰিবলগীয়া কথা হ’ল সমষ্টিটোৰ চাৰিখন জিলা পৰিষদৰ আসনত অগপৰ এজনো সদস্য জয়ী হ’ব নোৱাৰিলে। কেশৱ মহন্তই প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ আটাইকেইখন জিলা পৰিষদে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে আঞ্চলিকতাবাদৰ ধ্বজাবাহক কেশৱ মহন্তই কলিয়াবৰত বহু বছৰ ধৰি অগপক প্ৰতিনিধিত্ব কৰি আহিছিল। কিন্তু এই পঞ্চায়ত নিৰ্বাচনত বিজেপিৰ ওচৰত সেও মনা পৰিলক্ষিত হয় কেশৱ মহন্তক। আনকি নিজ কুঁৱৰীটোল গাঁও পঞ্চায়তৰ সভাপতি তথা জিলা পৰিষদত বিজেপিৰ প্ৰাৰ্থী জয়ী হোৱাটো অগপ দলৰ বাবে এক মোক্ষম আঘাত হিচাপে পৰিগণিত হৈছে।

আনহাতে বিজেপিৰ ফলাফলত সন্তুষ্টি লাভ কৰিছে বিজেপিৰ কৰ্মকতা তথা শুভাকাংশীসকল। জিলা পৰিষদৰ ৪টাকৈ পদত বিজয়ী হোৱা বিজেপি দলৰ ২৯নং দ্বাৰ বাগৰি পঞ্চায়তৰ জিলা পৰিষদৰ প্ৰাৰ্থী জিতেন গৌড়ই আমাক কয় যে দলীয় কৰ্মী, ৰাইজ, অনুৰাগী ,আৰু বিজেপিৰ ৰাজ্যিক সম্পাদক দীপলু ৰঞ্জন শর্মা আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যথেষ্ট সাহস সহায় সহযোগিতা পৰামৰ্শ আৰু আশীৰ্বাদত এই বৃহৎ ভোটত জয়লাভ কৰে বুলি উল্লেখ কৰে।

এক সূত্ৰৰ পৰা জানিব পৰা মতে ভোটগণনা কক্ষত বিজেপিৰ প্ৰাৰ্থী জয়যুক্ত হোৱাৰ পাছতো গণনাত খেলি মেলি কৰি অগপ দলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ চেষ্টা চলায়। ইয়াৰ উপৰি বিজেপি দলৰো এজন সদস্যই গণনা কক্ষত কিছু খেলিমেলি কৰি গণনা কক্ষৰ পৰিবেশ বিনষ্ট কৰা জানিব পৰা গৈছে।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm
এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd