• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বনাথ কংগ্ৰেছত কৰ্মী বিদ্ৰোহ : জিলা সভাপতিৰ বিৰুদ্ধে উৎকোচ গ্ৰহণৰ অভিযোগ তৃণমূল কৰ্মীৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
December 17, 2018 4:30 pm
biswanath congress
2.9k
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াভাৱে বিশ্বনাথ কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলৰ মাজত  বিদ্ৰোহ আৰম্ভ হৈছে। আজি ১৭ ডিচেম্বৰ সোমাবাৰে দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত বিশ্বনাথ  কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ নেতৃত্বৰ বিৰুদ্ধে আজিএই বিদ্ৰোহ ঘোষণা কৰে । আজি এক সংবাদমেলযোগে বিশ্বনাথত তৃণমূল কংগ্ৰেছ কৰ্মীসকলে  জিলা কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে। দলীয় কৰ্মীসকলে উত্থাপন কৰা অভিযোগ অনুসৰি,  বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত দলীয় টিকট দিয়াৰ বিনিময়ত কংগ্ৰেছ কৰ্মীৰ পৰা বৃহৎ ধন বেংকযোগে লৈছিল ।

যিকোনো পৰিস্থিতিত দিলীপ বৰুৱাক সভাপতিৰ আসনৰ পৰা বহিস্কাৰ কৰাৰ দাবী তুলিছে বিশ্বনাথৰ তৃণমূল কৰ্মীসকলে। অন্যথা সমূহীয়া ভাৱে কংগ্ৰেছ দল ত্যাগ কৰাৰ হুমকি দিছে বিশ্বনাথৰ এই সকল তৃণমূল কংগ্ৰেছ কৰ্মীয়ে।

আজি বিশ্বনাথৰ সাহিত্য সভা ভৱনত বিশ্বনাথৰ এই সকল তৃণমূল কৰ্মীয়ে এক সংবাদমেল যোগে জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি সভাপতি গৰাকীৰ বিৰুদ্ধে দিলীপ বৰুৱা হাটাও কংগ্ৰেছ বাচাও, দিলীপ বৰুৱা মূৰ্দাবাদ ইত্যাদি শ্লোগান দি কৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । আনহাতে সভাপতিগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনত দলীয় টিকট প্ৰদান কৰাৰ নামত গোপনভাবে লক্ষ লক্ষ টকা বেংকৰ জৰিয়তে লেন-দেন কৰা তথ্য সাংবাদিকসকলক প্ৰদান কৰে ।

কৰ্মী সকলে স্পষ্ট ভাষাত কয় যে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ নেতৃত্বত লোকসভা নিৰ্বাচনত তেজপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ দল কেতিয়াও জয়ী হ’ব নোৱাৰে ।

ইফালে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰক  অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কাৰণ দৰ্শোৱাৰ জাননী  জাৰি কৰাক লৈ দলীয় কৰ্মীসকলে দুখ প্ৰকাশ কৰে । প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে জিলা সভাপতি দিলীপ বৰুৱাই ৰাজনৈতিক ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি অতিশীঘ্ৰে সভাপতি গৰাকীৰ পদত্যাগৰ দাবী জনায়। অন্যথা বিশ্বনাথৰ এই সকল তৃণমূল কৰ্মীয়ে সমূহীয়া ভাবে কংগ্ৰেছ দল ত্যাগ কৰা হুংকাৰ প্ৰদান কৰে।

Recent News

নাও বুৰিলেও টিঙৰ পৰা নানামে ট্ৰাম্প! ‘১৯২৯ চনৰ দৰে মহা মন্দাৱস্থাত পৰিব আমেৰিকা’, শুল্কক লৈ কি স্থিতি ড’নাল্ড ট্ৰাম্পৰ?

নাও বুৰিলেও টিঙৰ পৰা নানামে ট্ৰাম্প! ‘১৯২৯ চনৰ দৰে মহা মন্দাৱস্থাত পৰিব আমেৰিকা’, শুল্কক লৈ কি স্থিতি ড’নাল্ড ট্ৰাম্পৰ?

ভোট চুৰি বিতৰ্ক! নিৰ্বাচন আয়োগক ৰাজধৰ্ম পালন কৰিবলৈ কঠোৰ বাৰ্তা চিপিআইএমৰ

ভোট চুৰি বিতৰ্ক! নিৰ্বাচন আয়োগক ৰাজধৰ্ম পালন কৰিবলৈ কঠোৰ বাৰ্তা চিপিআইএমৰ

ভাৰতীয় পোছাক পৰিধান কৰাৰ বাবে প্ৰৱেশত বাধা দিল্লীৰ ৰেষ্টুৰেণ্টত! মুখ্যমন্ত্ৰীয়েও জনালে প্ৰতিক্ৰিয়া

ভাৰতীয় পোছাক পৰিধান কৰাৰ বাবে প্ৰৱেশত বাধা দিল্লীৰ ৰেষ্টুৰেণ্টত! মুখ্যমন্ত্ৰীয়েও জনালে প্ৰতিক্ৰিয়া

উচ্চ ৰক্তচাপ কিয় হয়? জানো আহক

উচ্চ ৰক্তচাপ কিয় হয়? জানো আহক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd