• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথ কংগ্ৰেছত কৰ্মী বিদ্ৰোহ : জিলা সভাপতিৰ বিৰুদ্ধে উৎকোচ গ্ৰহণৰ অভিযোগ তৃণমূল কৰ্মীৰ

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
December 17, 2018 4:30 pm
biswanath congress
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াভাৱে বিশ্বনাথ কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলৰ মাজত  বিদ্ৰোহ আৰম্ভ হৈছে। আজি ১৭ ডিচেম্বৰ সোমাবাৰে দুৰ্নীতিত লিপ্ত থকাৰ অভিযোগত বিশ্বনাথ  কংগ্ৰেছৰ তৃণমূল কৰ্মীসকলে জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ নেতৃত্বৰ বিৰুদ্ধে আজিএই বিদ্ৰোহ ঘোষণা কৰে । আজি এক সংবাদমেলযোগে বিশ্বনাথত তৃণমূল কংগ্ৰেছ কৰ্মীসকলে  জিলা কংগ্ৰেছৰ সভাপতিগৰাকীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰে। দলীয় কৰ্মীসকলে উত্থাপন কৰা অভিযোগ অনুসৰি,  বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত দলীয় টিকট দিয়াৰ বিনিময়ত কংগ্ৰেছ কৰ্মীৰ পৰা বৃহৎ ধন বেংকযোগে লৈছিল ।

যিকোনো পৰিস্থিতিত দিলীপ বৰুৱাক সভাপতিৰ আসনৰ পৰা বহিস্কাৰ কৰাৰ দাবী তুলিছে বিশ্বনাথৰ তৃণমূল কৰ্মীসকলে। অন্যথা সমূহীয়া ভাৱে কংগ্ৰেছ দল ত্যাগ কৰাৰ হুমকি দিছে বিশ্বনাথৰ এই সকল তৃণমূল কংগ্ৰেছ কৰ্মীয়ে।

Apply Now

আজি বিশ্বনাথৰ সাহিত্য সভা ভৱনত বিশ্বনাথৰ এই সকল তৃণমূল কৰ্মীয়ে এক সংবাদমেল যোগে জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি সভাপতি গৰাকীৰ বিৰুদ্ধে দিলীপ বৰুৱা হাটাও কংগ্ৰেছ বাচাও, দিলীপ বৰুৱা মূৰ্দাবাদ ইত্যাদি শ্লোগান দি কৰি এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । আনহাতে সভাপতিগৰাকীয়ে পঞ্চায়ত নিৰ্বাচনত দলীয় টিকট প্ৰদান কৰাৰ নামত গোপনভাবে লক্ষ লক্ষ টকা বেংকৰ জৰিয়তে লেন-দেন কৰা তথ্য সাংবাদিকসকলক প্ৰদান কৰে ।

কৰ্মী সকলে স্পষ্ট ভাষাত কয় যে বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ নেতৃত্বত লোকসভা নিৰ্বাচনত তেজপুৰ লোকসভা সমষ্টিত কংগ্ৰেছ দল কেতিয়াও জয়ী হ’ব নোৱাৰে ।

ইফালে প্ৰাক্তন মন্ত্ৰী নুৰজামাল সৰকাৰক  অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে কাৰণ দৰ্শোৱাৰ জাননী  জাৰি কৰাক লৈ দলীয় কৰ্মীসকলে দুখ প্ৰকাশ কৰে । প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে জিলা সভাপতি দিলীপ বৰুৱাই ৰাজনৈতিক ষড়যন্ত্ৰ কৰাৰ অভিযোগ তুলি অতিশীঘ্ৰে সভাপতি গৰাকীৰ পদত্যাগৰ দাবী জনায়। অন্যথা বিশ্বনাথৰ এই সকল তৃণমূল কৰ্মীয়ে সমূহীয়া ভাবে কংগ্ৰেছ দল ত্যাগ কৰা হুংকাৰ প্ৰদান কৰে।

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

২৬ বছৰৰ পাছত পুনৰ খোল খালে ‘কাশ্মীৰ ফাইলছ’! পুনৰ তদন্ত হ’ব কাশ্মীৰ পণ্ডিতৰ গণহত্যা ঘটনাৰ

August 24, 2026 9:30 pm
পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd