• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেব্ৰুৱাৰীৰ ভিতৰত সম্পন্ন হ’ব উত্তৰ কাচাৰ পাৰ্বত্য পৰিষদৰ নিৰ্বাচন : ৰাজ্যিক নিৰ্বাচন আয়ুক্ত

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
December 18, 2018 4:09 pm
State Election commissioner H.N.Bora in a PC .
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি হাফলঙত সংবাদ মেল পাতি  ৰাজ্যিক নিৰ্বাচন আয়ুক্ত এইচ এন বৰাই প্ৰকাশ কৰিছে যে ২০১৯ৰ ১৫ ফেব্ৰুৱাৰীৰ ভিতৰতেই উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব। অহা জানুৱাৰিত নিৰ্বাচনী বিজ্ঞপ্তি জাৰি কৰিব নিৰ্বাচন আয়োগে।

ৰাজ্যিক নিৰ্বাচন আয়ুক্ত গৰাকীয়ে লগতে কয় যে অতি শীঘ্ৰেই নিৰ্বাচনী বিজ্ঞপ্তি জাৰি কৰা হ’ব। ইয়াৰ উপৰি নিৰ্বাচনী প্ৰস্তুতিৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব জিলা ৰিটাৰ্নিং বিষয়াই।

Apply Now

উল্লেখনীয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল ৩ জুন তাৰিখে  অন্ত পৰিছিল যদিও কিন্তু ষষ্ঠ অনুসূচীৰ মুৰব্বী ৰাজ্যপাল অধ্যাপক জগদীশ মুখিয়ে জাতীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ অজুহাত দৰ্শাই পৰিষদৰ কাৰ্যকাল আৰু ৬মাহ বৃদ্ধি কৰিছিল।

আনহাতে বৰ্দ্ধিত ৬মাহৰ কাৰ্যকাল ৩ ডিচেম্বৰত অন্ত পৰাৰ আগতেই ৰাজ্যপালে নতুনকৈ তিনিমাহ কাৰ্যকাল বৃদ্ধি কৰে। অবশ্যে ইয়াৰ আগতেই হাফলঙৰ প্ৰাক্তন বিধায়ক সমৰজিত হাফলংবাৰে ৰাজ্যপালে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যকাল  বৃদ্ধিৰ বিষয়টোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এটা জনস্বাৰ্থ জড়িত গোচৰ তৰিছিল। প্ৰাক্তন বিধায়কগৰাকীৰ গোচৰৰ সুত্ৰ ধৰি ন্যায়ালয়ে চুড়ান্ত ৰায় দিয়ে যে ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত যিকোনো পৰিস্থিতিত নিৰ্বাচনৰ কাম-কাজ শেষ কৰিব লাগিব।

ইপিনে সম্প্ৰতি ডিমা হাচাও অগপ, এনপিপি আৰু কংগ্ৰেছৰ ১০ জনীয়া এটা প্ৰতিনিধি দলে ৰাজ্যপাল অধ্যাপক জগদীশ মুখিক সাক্ষাৎ কৰি শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে।

আজিৰ সংবাদমেলত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ দুগৰাকী অ’এছডি ক্ৰমে অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব মুকুট গগৈ আৰু ৰঞ্জিত সোম। ইয়াৰ উপৰিও উপস্থিত আছিল জিলা ৰিটাৰ্নিং বিষয়া তথা জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱা, ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষকক প্ৰশান্ত শইকীয়া, জিলা তথ্য আৰু জনসংযোগ বিষয়া পূৰবী ফংল’।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

২০২৪ চনৰ পৰা স্থবিৰ জেন জিৰ ভোটাধিকাৰ! নতুন প্ৰতিবেদনত পুনৰ কাঠগৰাত জ্ঞানেশ কুমাৰ

September 25, 2026 9:35 am
অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

অ’বিচি প্ৰাৰ্থীৰ নিযুক্তিত পৰিব নেকি প্ৰভাৱ? ১১ মাৰ্চৰ ৰায়দান কাৰ্যকৰী কৰিবলৈ চৰকাৰক লাগে দুবছৰ সময়

September 25, 2026 9:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

তেওঁৰ হাততে ভোটাৰ ছফটৱেৰৰ ‘চাবি’? নিৰ্বাচন আয়োগৰ ভিতৰতে খলকনি তোলা কোন এই সীমা খান্না?

September 25, 2026 11:00 am
এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

এছিয়ান গেমছত ভাৰতৰ চমক! টেবুল টেনিছৰ মিক্সডত পদক নিশ্চিত মানুষ-দিয়াৰ যুটিৰ

September 25, 2026 10:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd