• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ কংগ্ৰেছৰ ৰাজীৱ ভৱন ঘেৰাও কৰিব বিজেপিয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 18, 2018 9:32 pm
BJP VS Congress

বিজেপি বনাম কংগ্ৰেছ। ছবি- কল্পজ্যোতি শইকীয়া।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ ৰাজীৱ ভৱন ঘেৰাও কৰিবলৈ ওলাইছে বিজেপিয়ে। শুনিলে হয়তো আপুনি আচৰিত হ’ব, পোনপ্ৰথমবাৰলৈ শাসকীয় দল প্ৰতিবাদত নামিছে বিৰোধী দলৰ বিৰুদ্ধে।

বুধবাৰে দেশৰ সকলো ৰাজ্যত কংগ্ৰেছ মুখ্য কাৰ্য্যালয়সমূহ ঘেৰাও কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে। সেই উদ্দেশ্যে ৰাজ্যিক বিজেপিৰ নেতা কৰ্মীসকলেও গুৱাহাটীৰ এ বি ছিস্থিত ৰাজীৱ ভৱন ঘেৰাও কৰিব।

Apply Now

কাইলৈ পুৱা ১১ বজাত কংগ্ৰেছৰ ৰাজীৱ ভৱন ঘেৰাও কৰিব শাসকীয় দল বিজেপিৰ নেতা-কৰ্মীসকলে। বিজেপিৰ মেডিয়া আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলে নৰ্থ ইষ্ট নাও-ক জানিবলৈ দিয়া মতে কাইলৈ গণেশগুৰিস্থিত গোপাল বড়ো হাইস্কুল খেলপথাৰৰ পৰা ৰাজীৱ ভৱনলৈকে প্ৰতিবাদী সমদল বাহিৰ কৰি সমদলৰ অন্তত অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্য্যালয় ঘেৰাও কৰিব।

উক্ত প্ৰতিবাদৰ নেতৃত্বত থাকিব ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়া, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে অন্যান্য বিষয়ববীয়াসকল।

‘ৰাজীৱ ভৱন ঘেৰাও’ শীৰ্ষক প্ৰতিবাদী কাৰ্য্যসূচী সন্দৰ্ভত সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সাধাৰণ সম্পাদক দিলীপ শইকীয়াই কয়, ‘ৰাফেল বিমানক কেন্দ্ৰ কৰি কংগ্ৰেছ দলৰ সভাপতি ৰাহুল গান্ধীকে ধৰি সমগ্ৰ কংগ্ৰেছী নেতাই বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অভিসন্ধিমূলক অপপ্ৰচাৰ চলাই আহিছে। সেয়েহে কংগ্ৰেছে দেশৰ সৰ্বোচ্চ আইনী প্ৰক্ৰিয়াৰ ওপৰত আস্থা নৰখাৰ প্ৰতিবাদত সমগ্ৰ দেশতে কংগ্ৰেছৰ ৰাজ্যিক মুখ্য কাৰ্য্যালয় ৰাজীৱ ভৱন ঘেৰাও কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে।‘

ইপিনে, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেক জিলা সমিতিয়ে প্ৰতিবাদী সমদলেৰে জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে জনতাক আভুৱা ভাঁৰিবলৈ ৰেফেল বিমানক কেন্দ্ৰ কৰি বিজেপি শাসনাধীন প্ৰত্যেক ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে অন্য ৰাজ্যলৈ গৈ সৰ্বমুঠ ৭০খন সংবাদমেল সম্বোধন কৰিছে। তাৰ পাছতো বিৰোধীৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ কৰাটোৱে বিজেপিৰ দুৰ্বলতাকে উদঙাই দিছে।

ইপিনে, মঙ্গলবাৰে ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰাক্তন মন্ত্ৰী প্ৰদ্যুত বৰদলৈকে ধৰি কংগ্ৰেছৰ কেইবাজনো নেতাই দেশজুৰি চৰ্চা অব্যাহত থকা ৰেফেল বিমান ক্ৰয়ৰ ‘কেলেংকাৰি’ৰ বিষয়ে যুটীয়া সংসদীয় কমিটী গঠন কৰাৰ বাবে দাবী জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

দুই কেন্দ্ৰীয় মন্ত্ৰী ‘উপেক্ষিত’! বিজেপি ৰাজ্যসভাৰ ১১খন আসনৰ প্ৰাৰ্থী তালিকাত কিহৰ ইংগিত?

June 6, 2026 8:32 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়লৈ ভাৰতীয় বাৰ কাউন্সিলৰ স্বীকৃতি! ২০২৬-২৭ শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব পাঁচ বছৰীয়া আইন পাঠ্যক্ৰম

June 6, 2026 8:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd