• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, August 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কমিছনৰ অংকত পেট ওলাইছে চৰকাৰী নেতাৰ, সেয়ে এম এল এ হোষ্টেলত জিম খোলাৰ ব্যৱস্থা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 20, 2018 10:28 pm
প্ৰতিনিধিত্বমূলক ফটো

প্ৰতিনিধিত্বমূলক ফটো

446
VIEWS
Share on FacebookShare on Twitter

আজি ওদালগুৰি জিলাৰ মাজবাটত ‘লহকৰ ফিটনেছ হাব’ নামৰ এটা ব্যায়ামাগাৰ উদ্বোধন কৰে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। উদ্বোধনী অনুষ্ঠানটোত মিষ্টাৰ ইউনিভাৰ্ছ গোলাপ ৰাভাও উপস্থিত থাকে।

অনুষ্ঠানটো উদ্বোধন কৰি জুবিন গাৰ্গে কয় যে, ‘অসমৰ ক্ৰীড়া জগতৰ নতুন জাগৰণৰ বাবে ওলাই আহিছোঁ। অসমৰ নাম উজলাবলৈ সক্ষম হৈছে গোলাপ ৰাভা, হিমা দাসৰ দৰে খেলুৱৈসকলে। ময়ো খেলৰ সৈতে জড়িত যুৱক, খেল খেলি ভাল পাওঁ। ভাল খেলুৱৈ সকলক মই আগলৈ সহায় কৰি যাম।’

আনহাতে উদ্বোধনী অনুষ্ঠানত উপস্থিত থকা মিষ্টাৰ য়ুনিভৰ্ছ গোলাপ ৰাভাই চৰকাৰখনৰ ওপৰত ক্ষোভ উজাৰে। তেওঁ কয় যে, ‘চৰকাৰে নিজৰ লাভালাভৰ বাবে জিম নিৰ্মাণত গুৰুত্ব দিয়ে। চৰকাৰে তাৰ পৰা টকা লাভ কৰে।  কিন্তু এথলেটিকছ সকলক কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰে। এথলেটিকছ সকলে নিজৰ ধনেৰে বাহিৰলৈ গৈ মেডেল আঁজুৰি আনিবলৈ সক্ষম হৈছে। মোকো চৰকাৰে সহায় কৰা নাছিল। চৰকাৰখনে শৰীৰ চৰ্চাকাৰীক এনেদৰে উপলুঙা কৰি থাকিলে এটা সময়ত এজনে শৰীৰচৰ্চাবিদ অসমত নাইকিয়া হৈ যাব।’

মন কৰিব লগীয়া যে এম এল এ হোষ্টেলত জিম খুলিবলৈ চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰি গোলাপ ৰাভাই কয় যে ‘চৰকাৰৰ নেতা সকলৰ অকল খোৱা আৰু শুৱা কাম। কমিছনৰ অংকত ব্যস্ত থাকি টকা খাই পেট ওলাই গৈছে সেয়ে এম এল এ হোষ্টেলত জিম খোলাৰ ব্যৱস্থা কৰিছে।’

Recent News

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

‘ট্ৰাম্পে আমাৰ দেশখনক ঠাট্টা কৰিছে’, উদ্ধৱ থাকৰেৰ পৰামৰ্শ, এজন ‘শক্তিশালী প্ৰধানমন্ত্ৰী লাগে’

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰে হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাবলৈ দাবী ৰিপুণ বৰাৰ

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰে হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাবলৈ দাবী ৰিপুণ বৰাৰ

‘এট’ম বোমা’ ফুটোৱালে ৰাহুলে; ফাদিল কৰিলে বিজেপিৰ নিৰ্দেশত আয়োগৰ ভোট চুৰিৰ ৰহস্য

‘এট’ম বোমা’ ফুটোৱালে ৰাহুলে; ফাদিল কৰিলে বিজেপিৰ নিৰ্দেশত আয়োগৰ ভোট চুৰিৰ ৰহস্য

ফেডাৰেচনৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে লিংগ বৈষম্যমূলক আচৰণৰ অভিযোগ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলিনাৰ

ফেডাৰেচনৰ কৰ্মকৰ্তাৰ বিৰুদ্ধে লিংগ বৈষম্যমূলক আচৰণৰ অভিযোগ অলিম্পিক পদক বিজয়ী বক্সাৰ লাভলিনাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd