• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ডীমড য়ুনিভাৰ্ছিটীলৈ উন্নীত হ’ব কোকৰাঝাৰৰ প্রযুক্তিবিদ্যাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান : কাম্পা বৰগয়াৰী

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
December 21, 2018 9:47 pm
CIT-Kokrajhar-750x375

প্রযুক্তিবিদ্যাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান, কোকৰাঝাৰ

827
VIEWS
Share on FacebookShare on Twitter

কোকৰাঝাৰৰ প্রযুক্তিবিদ্যাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান অচিৰেই ডীমড য়ুনিভাৰ্ছিটীলৈ উন্নীত হ’ব। ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০১৬ৰ ১৯ জানুৱাৰিত কোকৰাঝাৰলৈ ভ্ৰমণ কৰাৰ সময়ত ২০০৩ চনত স্বাক্ষৰিত হোৱা বড়ো চুক্তিৰ অনুসৰি উক্ত প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানটোক ডীমড য়ুনিভাৰ্ছিটীলৈ উন্নীত কৰাৰ আশ্বাস প্ৰদান কৰিছিল।

সাংবাদিকৰ আগত বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদৰ ডেপুটী চীফ কাম্পা বৰগয়াৰীয়ে কৈছে, ‘‘দুদিন পূৰ্বে আমি গৃহ মন্ত্ৰী ৰাজনাথ সিং আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰ্যালয়ৰ সচিবৰ সৈতে এখন বৈঠকত মিলিত হৈছিলোঁ। আমাক আশ্বাস প্ৰদান কৰা হৈছে যে অতি শীঘ্ৰেই প্রযুক্তিবিদ্যাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানক ডীমড য়ুনিভাৰছিটীলৈ উন্নীত কৰা হ’ব।

বৰগয়াৰীয়ে এটা এটা বিৰাট সাফল্য বুলি অভিহিত কৰিছে। প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানখনত ভালেকেইটামান উন্নয়নমূলক কাম-কাজ হাতত লোৱা হ’ব আৰু ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষা গ্ৰহণ কৰাত যথেষ্ট সহায়ক হ’ব বুলি মত প্ৰকাশ কৰিছে বৰগয়াৰীয়ে।

ইতিমধ্যে,প্ৰতিষ্ঠানটোৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰকাশ কৰিছে যে কোকৰাঝাৰৰ প্রযুক্তিবিদ্যাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানটোক ডীমড বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ কথা বহু কেইবাৰ শুনিছে যদিও বাস্তৱত সেয়া হৈ উঠা নাই। ‘‘যদিহে এই বাতৰিটো সঁচা হৈ উঠে, তাৰে আমি যথেষ্ট উপকৃত হ’ব পাৰিম। এয়া হ’লে আমি কৰ্তৃপক্ষৰ ওচৰত কৃতজ্ঞ থাকিম।’’ বুলি একাংশ ছাত্ৰ-ছাত্ৰীয়ে মন্তব্য কৰে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd