• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাজিৰঙাত প্ৰথমবাৰ কৰা জলচৰ পক্ষীৰ গণনাত ওলাল ৮০ টা প্ৰজাতিৰ ১০,৪১২ টা পক্ষী

উত্তম শইকীয়া by উত্তম শইকীয়া
December 22, 2018 7:05 am
391
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বিভিন্ন সংগঠনৰ সহযোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা  জলচৰ পক্ষীৰ গণনাত গণনাকাৰী সকলে নিৰ্দিষ্ট সময়ৰ ভিতৰতে জলচৰ পক্ষীৰ ৮০ টা প্ৰজাতিৰ ১০,৪১২ টা পক্ষী জলাহ ভূমিত প্ৰত্যক্ষ কৰে।

২০ ডিচেম্বৰৰ পুৱাৰ পৰা কৰা এই গণনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা, অগৰাতলি আৰু বাগৰি বনাঞ্চলৰ ৮ খন জলাহভূমিত সম্পন্ন হৈছিল এই গণনা আৰু এই গণনাত গণনাকাৰী সকলে ভালেমান বিৰল প্ৰজাতিৰ পক্ষীৰ তথ্য সংগ্ৰহ কৰে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই জলচৰ পক্ষী গণনাত অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ১৯ গৰাকী প্ৰতিষ্ঠিত পক্ষী বিশেষজ্ঞ, পক্ষী গৱেষক , পক্ষী নিৰীক্ষক আৰু ফটোগ্ৰাফাৰে অংশ গ্ৰহণ কৰিছিল। এওঁলোকক গণনা কাৰ্যত সহযোগ কৰিছিল স্থানীয় মহাবিদ্যালয় সমূহৰ পৰা অহা ৪৮ গৰাকী স্বেচ্ছাসেৱক আৰু ৩৮ গৰাকী বনকৰ্মীয়ে।

পক্ষী গণনাৰ সমগ্ৰ ব্যৱস্থাটো নিৰীক্ষণ কৰিছিল ১০ পৰ্যবেক্ষকে। নিৰ্বাচিত স্থানত অৱস্থান কৰি নিৰ্ধাৰিত ক্ষেত্ৰত দূৰবীন, ৰেঞ্জ ফাইণ্ডাৰ, জি পি এছ, টেলিস্কোপ আদি ব্যৱহাৰ কৰি তেওঁলোকে পক্ষী গণনা কৰিছিল বুলি ৰাষ্ট্ৰীয় উদ্যানখনৰ ডি এফ অ’ ৰোহিণী বল্লভ শইকীয়াই জনাইছে।

পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ সমূহ জলাহ ভূমিক সামৰি বহল ভিত্তিত সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে এনে গণনা কৰাৰ ব্যৱস্থা কৰাৰ বাবে উদ্যান কৰ্তৃপক্ষই সিধান্ত গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে।

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd