• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষ্ণাইৰ ৰাকেশ কেবিনৰ ’বাখৰখনি’ৰ শতবৰ্ষীয় যাত্ৰা

নীলমণি শৰ্মা by নীলমণি শৰ্মা
December 27, 2018 5:26 pm
IMG-20181225-WA0018
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আপুনি কেতিয়াবা গোৱালপাৰাৰ কৃষ্ণাইলৈ আহিছেনে? যদি কেতিয়াবা আহে তেনেহলে কৃষ্ণাইৰ ৰাকেশ কেবিনৰ “বাখৰখনি” খাবলৈ নাপাহৰিব৷ এবিধ সুস্বাদু খাদ্য ‘বাখৰখনি’ৰ বাবে বিখ্যাত ৰাকেশ কেবিন।

গোৱালপাৰা জিলাৰ ভিতৰতে কৃষ্ণাইৰ ৰাকেশ কেবিনৰ এক সুকীয়া পৰিচয় আছে৷ সাধাৰণ হোটেল হৈও পৰিস্কাৰ-পৰিচ্চন্নতা তথা সুমধুৰ ব্যৱহাৰৰ বাবে ৰাকেশ কেবিন সম্প্ৰতি সৰ্বজনপ্ৰিয়৷ কৃষ্ণাইৰ মাজ-মজিয়াতে অৱস্থিত হোটেলখন বিভিন্ন সুস্বাদু মিঠাই তথা খাদ্য সামগ্ৰীৰে পৰিপূৰ্ণ হৈ থাকে যদিও ৰাকেশ কেবিন প্ৰধানতঃ বিখ্যাত ’বাখৰখনি’ৰ বাবে৷

Apply Now

বাখৰখনি হৈছে এবিধ পৰঠা আকৃতিৰ সুস্বাদু খাদ্য সামগ্ৰী৷ ময়দা আৰু ডালডাৰে বনাই ভাটাৰ এক নিৰ্দিষ্ট উত্তাপত সেকি প্ৰস্তুত কৰা হয় এই বাখৰখনি ৷ অতি সুস্বাদু এই খাদ্যবিধক হোটেল খনে তিনিটা শ্ৰেণীত দাম নিৰূপণ কৰিছে৷ ১২.০০ টকা, ২০.০০ টকা আৰু ৪০.০০ টকা মূল্যত বিক্ৰী হোৱা এই খাদ্যবিধ খাবলৈ বা ক্ৰয় কৰিবলৈ হোটেলখনত প্ৰতিদিনেই শ শ গ্ৰাহকে ভিৰ কৰে৷

দূৰ দূৰণিৰ লোকসকলেও কৃষ্ণাইলৈ আহিলে বাখৰখনিৰ সোৱাদ ল’বই৷ ইয়াৰ পৰা বাদ নপৰে অভিনেতা অভিনেত্ৰী সকলো৷ ভ্ৰাম্যমান জগতৰ বহু অভিনয় শিল্পীৰ লগতে আন আন বহুতো লোকে এই বাখৰখনিৰ বাবেই কৃষ্ণাইলৈ আহিলে ৰাকেশ কেবিনত এবাৰ পদাৰ্পণ কৰে৷

উল্লেখ যোগ্য যে এই খাদ্যবিধ প্ৰস্তুত কৰাৰ তিনি চাৰিদিন পিছতো ই খোৱাৰ বাবে উপযুক্ত হৈ থাকে৷ মাত্ৰ খাবৰ পৰত কিঞ্চিৎ গৰম কৰি ল’লেই ইয়াৰ তৈলাক্ত ভাবটো পুণৰ উভতি আহে৷ ৰাকেশ কেবিনৰ বৰ্তমানৰ স্বত্বাধিকাৰী ৰাজেশ বোসৰ ককাকে প্ৰতিষ্ঠা কৰা হোটেলখনত উপলব্ধ ব্যতিক্ৰমী বাখৰখনিয়ে এতিয়া শতায়ু গৰকাৰ পথত৷ তথাপিও এই সুস্বাদু খাদ্য জনপ্ৰিয়তা বিধৰ তিলমানোকমা নাই,বৰঞ্চ দিনে দিনে ইয়াৰ চাহিদা বাঢ়িহে আছে।

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd