• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৩০-৯০ বছৰীয়া পুৰুষ-মহিলাই অংশ গ্ৰহণ কৰিলে ৮০০-১০০ মিটাৰ দৌৰত

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 27, 2018 7:15 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ মাষ্টাৰ্ছ এথলেটিক সন্থাৰ উদ্যোগত তথা শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ ক্ৰীড়া সন্থাৰ সহযোগত আজিৰে পৰা নগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত আৰম্ভ হয় ২৭ সংখ্যক সদৌ অসম মাষ্টাৰ্ছ এথলেটিকচ চেম্পিয়নশ্বিপ ২০১৮। প্ৰতিযোগিতাখন উদ্ধোধন কৰে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ।

উদ্ধোধনী অনুষ্ঠানৰ আৰম্ভণিতে এথলেটিকচ ফাউণ্ডেচনৰ স্বীকৃতিপ্ৰাপ্ত ৩২ খন জিলা শাখাৰ অংশগ্ৰহণ কৰা প্ৰতিযোগী দলসমূহে জিলা উপায়ুক্ত গৰাকীক কুচ-কৱাজৰ দ্বাৰা অভিবাদন জনায়।

Apply Now

ৰাজ্যৰ প্ৰায় ১৮৫০ গৰাকী মহিলা-পুৰুষ  খেলুৱৈয়ে  অংশ গ্ৰহণ কৰা এই প্ৰতিযোগিতাখন আজিৰ পৰা ৩০ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব।

পাঁচ কিলোমিটাৰ খোজকঢ়া, দৌৰ, লং জাম্প, হাই জাম্প, ত্ৰিপুল জাম্প, জেভলিন থ্ৰ, শ্বটপুট, হেমাৰ থ্ৰ, বাধা দৌৰ আদি  বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাখনত ৩৫ বছৰৰ পৰা ৯৫ বছৰৰ বয়সৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব পাৰিব।

আজি ৩৫, ৪০, ৪৫ আৰু ৫০ বছৰ ঊৰ্ধ্বৰ পুৰুষ-মহিলাৰ ৫ কিলোমিটাৰ খোজ কঢ়া, ৫০, ৫৫, ৬০ আৰু ৬৫ বছৰ ঊৰ্ধ্বৰ পুৰুষ-মহিলাৰ ৮০০ মিটাৰ দৌৰ, ৩৫, ৪০, ৪৫, ৫০ আৰু ৯০ বছৰ ঊৰ্ধ্বৰ পুৰুষ-মহিলাৰ ১০০ মিটাৰ দৌৰ, সকলো গ্ৰুপৰ শ্বটপুট আৰু লং জাম্পৰ লগতে ৭০ আৰু ৮০ বছৰ ঊৰ্ধ্বৰ পুৰুষ-মহিলাৰ ৮০ মিটাৰ বাধা দৌৰৰ প্ৰাৰম্ভিক পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ইফালে নাহৰকটীয়াৰ শান্তিপুৰ গাঁৱৰ বিজয় চাংমাই নামৰ ৮৮ বছৰীয়া দৌৰবিদ গৰাকীয়ে আজি ১০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত অংশ লৈ নিজৰ মনৰ ভাৱ প্ৰকাশ কৰি কয় যে জ্যেষ্ঠ খেলুৱৈ সকলে নৱপ্ৰজন্মক প্ৰেৰণা আৰু উৎসাহ দিব লাগে। এই বুঢ়া বয়সত প্ৰাইজৰ বাবে নহয় নিজৰ  স্বাস্থ্য ভালে ৰাখিবলৈ আৰু উঠি অহা নবপ্ৰজন্মক প্ৰেৰণা দিবৰ বাবে খেলিব লাগে বুলি।

আজিৰ অনুষ্ঠানত শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক সুবোধ সোণোৱাল, অসম মাষ্টাৰ্ছ এথলেটিক এছ’চিয়েচনৰ সভাপতি ভোগেশ্বৰ বৰুৱাকে ধৰি বহুটো জ্যোষ্ঠ ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠকে ধৰি বহুটো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd