• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, August 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় মহিলা দলত স্থান লাভ কৰিলে অসমৰ দুই বক্সাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
January 8, 2018 10:07 am
ভাৰতীয় বক্সিং ফেডাৰেশ্যন
186
VIEWS
Share on FacebookShare on Twitter

নতুন বছৰত অসমৰ ক্ৰীড়াক্ষেত্ৰৰ বাবে আহিল আন এক সুখবৰ। ৭ম নেচনছ কাপ প্ৰতিযোগিতাৰ বাবে ঘোষণা কৰা ভাৰতীয় বক্সিং দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ দুই প্ৰতিভাৱান বক্সাৰে। ৰাষ্ট্ৰীয় মহিলা বক্সিং দলত স্থান লাভ কৰা দুই মহিলা বক্সাৰ ক্ৰমে জুনিয়ৰ ছোৱালী শাখাত নিকি কুজুৰ আৰু যুৱ মহিলা শাখাত জয় কুমাৰী।

লক্ষ্যণীয় যে এই আন্তৰ্জাতিক মেগা প্ৰতিযোগিতাখন জানুৱাৰিৰ ৯ ৰ পৰা ১৫ লৈ চাৰ্বিয়াত অনুষ্ঠিত হ’ব  ।

ইয়াৰ উপৰি এই প্ৰতিযোগিতাখনতে বিচাৰক ৰূপে থাকিব অসমৰ পায়েল চাব্বাই। এই কৃতিত্ব লাভ কৰা পায়েল চাব্বাই হৈছে উত্তৰ-পূবৰ প্ৰথমগৰাকী মহিলা।

অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে অহা এই সুখবৰটো কিছু সময় পূৰ্বে অসম বক্সিং সন্থাৰ সাধাৰণ সম্পাদক হেমন্ত কুমাৰ কলিতাই সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

উল্লেখযোগ্য যে যোৱা বছৰৰ শেষৰ ফালে অসমত অনুষ্ঠিত হোৱা বিশ্ব মহিলাৰ যুৱ বক্সিঙত অসম-জীয়ৰী অংকুশিতা বড়োৱে ৬৪ কেজি শাখাত সোণৰ পদক আজুৰি অনাত স্বাভাৱিকতে অসমৰ ক্ৰীড়া জগতত এক আনন্দৰ জোৱাৰ উঠিছিল। কিয়নো অংকুশিতাৰ মাজেৰে অসমবাসীয়েও মণিপুৰৰ মেৰী কমৰ দৰে এগৰাকী খেলুৱৈৰ উত্থানৰ সপোন দেখাত এই ঘটনাই সহায় কৰিছে। স্মৰ্তব্য যে অংকুশিতাৰ পিছতে ৰাষ্ট্ৰীয় দলক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পোৱা নিকি কুজুৰ আৰু জয় কুমাৰীয়েও পদক আজুৰি আনি দেশবাসীৰ লগতে অসমবাসীক গৌৰাৱান্বিত কৰক তাকেই কামনা কৰিছে সমগ্ৰ ক্ৰীড়া প্ৰেমীয়ে।

Recent News

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

‘আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল’ব লাগিব’,  DA গোচৰত উচ্চতম ন্যায়ালয়ত কপিল ছিবালৰ মন্তব্য

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

ৰাছিয়াৰ তেল আমদানি বন্ধ নকৰিলে এইবাৰ ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক বৃদ্ধিৰ ভাবুকি ট্ৰাম্পৰ

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

যৌ*ন সন্মতিৰ বয়স হ্ৰাস কৰা প্ৰস্তাৱৰ বিৰুদ্ধে ভাৰত চৰকাৰ! শিশু নিৰ্যাতন বৃদ্ধিৰ আশংকা

উজনি অসমত মিঞা খেদাৰ নামত প্ৰশাসনৰ সন্মুখতে আইন হাতত তুলি ল’ব পাৰিছে কেনেকৈ? প্ৰশ্ন ডি ৱাই এফ আইৰ

উজনি অসমত মিঞা খেদাৰ নামত প্ৰশাসনৰ সন্মুখতে আইন হাতত তুলি ল’ব পাৰিছে কেনেকৈ? প্ৰশ্ন ডি ৱাই এফ আইৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd