• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনৰ বাবে অগপৰ প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকা প্ৰকাশ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
December 27, 2018 8:05 pm
WhatsApp Image 2018-12-27 at 6.53.10 PM
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম গণ পৰিষদ দলে আগন্তুক উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ নিৰ্বাচনৰ বাবে ককালত টঙালি বান্ধি নামি পৰিছে। ইয়াৰ বাবে পাৰ্বত্য জিলাৰ ২৮খন পৰিষদীয় আসনৰ ভিতৰত অগপ ডিমা হাচাও কমিটিয়ে কেন্দ্ৰীয় নেতৃত্বৰ অনুমোদন সাপেক্ষে আজি ১৮খন আসনৰ প্ৰাৰ্থী তালিকা এক সংবাদ মেলৰ যোগেদি আনুষ্ঠানিক ভাৱে প্ৰকাশ কৰে। সংবাদ মেলত উপস্থিত আছিল প্ৰাক্তন চিইএম দেবজিত থাউচন, প্ৰাক্তন সাংসদ প্ৰকান্ত ৱাৰিচা,  জিলা সভাপতি বকুল বড়ো আদি নেতা কৰ্মী।

১৮ খন আসনৰ প্ৰাৰ্থী সকল হ’ল জাটিঙ্গা— মৰিল মাছা, বৰাইল— গুলমিনলাল লিয়েনথাং, লাইছং— গালাকবে নিউমে,  দিয়ুংমুখ— সূৰ্যলাল কেম্প্ৰাই, গৰমপানি—হাৰভেষ্ট কাথাৰ, হাৰাঙ্গাজাও— মুক্তাঙচু হোজাই,  ল’ৱাৰ খাৰতং— লালৰূপই মাৰ, দলং— খুমথ’লিয়ান ৰাঙখল,  গুনজুং— বিজয়েন্দ্ৰ চেঙগুইন, হাডিঙ্গমা— অজিত হোজাই,  দেহাঙ্গী— বাবলু জহৰী,  দিহামলাই— জচিয়াছ জেমি,  লাঙটিং— দেবজিত থাউচেন,  ৱাজো— ৰাওলেছ কেম্প্ৰাই,  হাতিখালী— প্ৰশন্ন হাছনু, দাওটোহাজা— বাইটেন্দ্ৰ স্ৰংফং,  চেমখৰ— প্ৰশান্ত ফংলো আৰু মাইবাঙ পশ্চিম— সুব্ৰত হোজাই।

Apply Now

অগপ নেতা দেবজিত থাউচেন আৰু প্ৰকান্ত ৱাৰিচা আশাবাদী যে আগন্তুক পৰিষদীয় নিৰ্বাচনত অগপ দলে জিলাখনৰ ভালে সংখ্যক আসনত জয় লাভ কৰিব। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত দেবজিত থাউচেনে কয় যে আন আন দলে এতিয়ালৈকে প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা কৰা নাই। সেই কাৰণে অগপৰ লগত কাৰ প্ৰতিদ্বন্দ্বিতা হয় এই মুহুৰ্তত কোৱা টান হ’ব। প্ৰকান্ত ৱাৰিচাই কয় যে তেওঁ নিজে হাফলঙৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে সাজু হৈছে। কিন্তু এতি ৰাজ্যিক নেতৃত্বৰ সিদ্ধান্তৰ ওপৰত সেয়া নিৰ্ভৰ কৰিব। অবশ্যে হাফলঙৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিলে তেওঁ অনায়াসে জয় লাভ কৰিব বুলি দৃঢ়তাৰে কয়।

পংকজকুমাৰ দেব

পংকজকুমাৰ দেব

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd