• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল একক পিতৃয়ে লাভ কৰিব ৭৩০ দিনৰ সন্তান যত্ন ছুটী

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2018 3:46 pm
730 days CCL

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল একক পিতৃসকলে তেওঁলোকৰ চাকৰি কালত সৰ্বমুঠ ৭৩০ দিনৰ সন্তান যত্ন ছুটী (CCL) লাভ কৰিব। উল্লেখ্য যে, এই ছুটী প্ৰথমতে কেবল মহিলা চাকৰিয়ালসকলৰ বাবে সংৰক্ষিত আছিল।
একক পুৰুষ চাকৰিয়াল অৰ্থাৎ অবিবাহিত, বিবাহ-বিচ্ছেদ কৰা অথবা বিপত্নীক পিতৃয়ে এই সুযোগ গ্ৰহণ কৰিব পাৰিব আৰু ২টা সন্তান পৰ্যন্ত এই সুযোগ গ্ৰহণ কৰিব পাৰিব।
এই সুবিধা গ্ৰহণকাৰী পিতৃৰ সংখ্যা সীমিত হোৱাৰ আশা আছে যদিও এই পদক্ষেপে অকল মহিলাক ‘প্ৰধান যত্ন প্ৰদান কৰোঁতা’ৰ ধৰণাক সলনি কৰিব।
আমোদজনক কথাটো হৈছে যে কেন্দ্ৰীয় চৰকাৰৰ ডিপাৰ্টমেণ্ট অব পাৰ্ছনে’ল এণ্ড ট্ৰেইনিঙে এই দুবছৰীয়া ছুটীৰ সময়চোৱাৰ শেষাৰ্ধৰ দৰমহাত কিছু কৰ্তনৰ ব্যৱস্থা ৰাখি সংশোধন কৰিছে। অৰ্থাৎ প্ৰথমৰ নিয়ম অনুসৰি, হিতাধিকাৰীক ১০০ শতাংশ দৰমহা সহ ছুটী অনুমোদন কৰা হৈছিল যদিও সংশোধিত আইন অনুসৰি, প্ৰথম ৩৬৫ দিনত ১০০ শতাংশ দৰমহা আৰু অন্তিম ভাগৰ ৩৬৫ দিনত দৰমহাৰ ৮০ শতাংশ লাভ কৰিব।
ইয়াৰ উপৰিও মহিলা চাকৰিয়ালে ১৮০ দিনৰ মাতৃত্ব ছুটী আৰু দেউতাকে ১৫ দিনৰ ছুটী লাভ কৰে। ইয়াৰ পূৰ্বে চৰকাৰে সংসদত ২০১৭ চনত আইন প্ৰণয়ন কৰি সংগঠিত খণ্ডত কৰ্মৰত মহিলা কৰ্মচাৰীসকলৰ মাতৃত্বৰ ছুটী ২৬ সপ্তাহলৈকে বৃদ্ধি কৰিছিল।
ডিঅ’পিটিৰ নিৰ্দেশটোত আৰু কোৱা হৈছে, ‘‘মহিলা চাকৰিয়াল আৰু একক পিতৃসকলক তেওঁলোকৰ সমগ্ৰ চাকৰি কালত সৰ্বমুঠ ৭৩০ দিনৰ বাবে সন্তান যত্ন ছুটী প্ৰদান কৰা হ’ব। এই ছুটী সন্তানৰ পৰীক্ষা, পঢ়া-পাতি, অসুখ-বিসুখ আদিক সামৰি ল’ব।’’
সপ্তম দৰমহা আয়োগৰ উপদেশ অনুসৰি গ্ৰহণ কৰা এই পদক্ষেপে সন্তানৰ যত্ন কৰাত পিতৃ-মাতৃসকলক উপকৃত কৰিব। আয়োগে লক্ষ্য কৰিছে যে একক পিতৃৰ ক্ষেত্ৰত সন্তানৰ লালন-পালনৰ পৰা আদি কৰি সমস্ত দায়িত্ব দেউতাকৰ ওপৰতেই পৰে। সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল দেউতাক সকললৈ এই সুবিধা আগবঢ়োৱা হৈছে।
এই ছুটীৰ দ্বিতীয়াৰ্ধত আৰোপ দৰমহা কৰ্তনৰ বিষয়টোৰ ওপৰত যুক্তি দি সপ্তম দৰমহা আয়োগে জনাইছে যে যাতে প্ৰকৃত প্ৰয়োজনতহে কৰ্মচাৰীসকলে এই সুবিধা গ্ৰহণ কৰে সেই বাবে এই সংশোধন ঘটোৱা হৈছে। তাৰোপৰি আৰু কোৱা হৈছে যে একমাত্ৰ সন্তান লালন-পালনৰ বাবে প্ৰদান কৰা দৰমহা সহ ২ বছৰীয়া ছুটী এটা যথেষ্ট উদাৰ পদক্ষেপ।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

ইৰানত আমেৰিকাৰ ভয়ানক আক্ৰমণ : ক্ষতিগ্ৰস্ত ভাৰতৰ ছাবহাৰ বন্দৰ

July 9, 2026 10:54 am
যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm
‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

‘গুণ্ডা কৰ’ৰ বাবেই অসমত কণীৰ দাম ১০ টকা : মন্ত্ৰী আৰু বিটিচি প্ৰধানক লক্ষ্য কৰি অখিল গগৈৰ বিস্ফোৰক অভিযোগ

July 9, 2026 12:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd