• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীত প্ৰথমবাৰৰ বাবে অহা ৩০ ডিচেম্বৰত অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ পৰীক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2018 7:04 pm
m-3

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম লোকসেৱা আয়োগৰ ২০১৮’ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক ( প্ৰাৰম্ভিক) পৰীক্ষা অহা ৩০ ডিচেম্বৰত সমগ্ৰ ৰাজ্যতে অনুষ্ঠিত হ’ব। এইবাৰ ৰাজ্যখনত নতুনকৈ বহুকেইটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত কৰিবৰ বাবে অসম লোকসেৱা আয়োগে অনুমোদন দিছে।

লোকসেৱা আয়োগে অনুমোদন দিয়া এই নতুন কেন্দ্ৰসমূহৰ ভিতৰত মাজুলীতো অসম লোকসেৱা আয়োগৰ ২০১৮’ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক ( প্ৰাৰম্ভিক) পৰীক্ষা অহা ৩০ ডিচেম্বৰত অনুষ্ঠিত হ’ব। জিলাখনৰ কমলাবাৰীস্থিত মাজুলী মহাবিদ্যালয়ত ‘মাজুলী পৰীক্ষা কেন্দ্ৰ’ নামৰে নামকৰণ কৰা পৰীক্ষা কেন্দ্ৰটোত এই পৰীক্ষা অনুষ্ঠিত হ’ব।

অহা ৩০ ডিচেম্বৰৰ ৰাতিপুৱা ১০ বজাৰ পৰা ১২ বজালৈ আগবেলাৰ পৰীক্ষা আৰু আবেলি ২ বজাৰ পৰা ৪ বজালৈ বিয়লিৰ পৰীক্ষা অনুষ্ঠিত হ’ব। অসম লোকসেৱা আয়োগৰ দৰে গুৰুত্বপূৰ্ণ পৰীক্ষা প্ৰথমবাৰৰ বাবে মাজুলীত অনুষ্ঠিত হোৱাকলৈ মাজুলীৰ যুৱ সমাজৰ লগতে সকলো শ্ৰেণীৰ ৰাইজৰ মাজতে উৎসাহ বৃদ্ধি পাইছে।

জানিব পৰা মতে, প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই পৰীক্ষাত ‘মাজুলী পৰীক্ষা কেন্দ্ৰ’ত মুঠতে ৩১৫ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব।

উল্লেখযোগ্য যে অলপতে অসম লোকসেৱা আয়োগে মাজুলীৰ উপৰি আন কেইবাটাও নতুন পৰীক্ষাকেন্দ্ৰত অনুমোদন জনাইছিল। এই নতুন কেন্দ্ৰসমূহৰ ভিতৰত আছে চৰাইদেউ (চৰাইদেউ জিলা), হোজাই (হোজাই জিলা), দক্ষিণ শালমাৰা (দক্ষিণ শালমাৰা), পশ্চিম কাৰ্বি আংলং (কাৰ্বি আংলং)।

তদুপৰি, অসম লোকসেৱা আয়োগে ইয়াৰ পৰীক্ষাকেন্দ্ৰৰ তালিকাত মুচলপুৰ (বাক্সা), কাজলগাওঁ (চিৰাং), ওদালগুৰি (ওদালগুৰি) আৰু বিশ্বনাথ চাৰি আলি (বিশ্বনাথ)কো অন্তৰ্ভুক্ত কৰিছে। এতিয়াৰ পৰা অসম লোকসেৱা আয়োগৰ পৰীক্ষা এই কেন্দ্ৰবোৰতো অনুষ্ঠিত হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

আজি আয়কৰ ৰিটাৰ্ণ দাখিল কৰাৰ অন্তিম দিন : ভুৱা তাৰিখ বৃদ্ধিৰ খবৰ

September 15, 2025 3:36 pm
মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

মৰ্যাদাপূৰ্ণ জীৱন সাংবিধানিক অধিকাৰ! ভিক্ষাৰীসকলৰ আবাসত মানসম্পন্ন জীৱন নিশ্চিত কৰিবলৈ নির্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 3:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

অসাৰ হ’ল সকলো অভিযোগ প্ৰতি অভিযোগ! বনতাৰাক অপৰাধ মুক্ত ঘোষণা কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে

September 15, 2025 5:09 pm
১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

১৫ বছৰ বয়সতে এমি বঁটা লাভ কৰিলে নেটফ্লিক্সত খলকনি লগোৱা কিশোৰ অভিনেতা ওৱেন কুপাৰে

September 15, 2025 4:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd