• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিকৰ বাবে বিশেষ সুৰক্ষা আইনৰ পোষকতা বৈদ্যুতিন সংবাদ মাধ্যম মঞ্চ, অসমৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2018 7:18 pm
IMG-20180730-WA0033-768x616
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এআইয়ুডিএফৰ প্ৰধান বদৰুদ্দিন আজমলে অলপতে সাংবাদিকক কৰা অসভ্য ব্যৱহাৰৰ পাছত বৈদ্যুতিন সংবাদ মাধ্যম মঞ্চ, অসমে (Electronic Media Forum Assam চমুকৈ EMFA) ইয়াৰ এটা যথা বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে। মঞ্চই লগতে কৰ্তব্যৰত সাংবাদিকসকলৰ বাবে বিশেষ সুৰক্ষা আইন বলৱৎ কৰাৰ পোষকতা কৰিছে। উল্লেখ্য যে কৰ্তব্যৰত সাংবাদিকৰ বাবে বিশেষ সুৰক্ষা আইন বলৱৎ কৰাৰ বাবে দীৰ্ঘ দিনৰ পৰা দাবী উত্থাপিত হৈ আহিছে।

উল্লেখ্য যে ধুবুৰীৰ সাংসদগৰাকীয়ে বহু কেইগৰাকী সাংবাদিকক অপদস্ত কৰি আহিছে। শেহতীয়াভাৱে এগৰাকী সাংবাদিকে তেওঁক তেওঁৰ পৰৱৰ্তী ৰাজনৈতিক পদক্ষেপ সম্বন্ধে কৰা এটা প্ৰশ্নৰ উত্তৰত অশ্ৰাব্য ভাষাৰে গালি পৰা আৰু বুম কাঢ়ি লোৱা কাণ্ড সংঘটিত কৰিছে।

Apply Now

বৈদ্যুতিন সংবাদ মাধ্যম মঞ্চ, অসমে লগতে কয়, ‘‘যদিহে এগৰাকী সাংসদে সাংবাদিকক এনে ব্যৱহাৰ কৰে, তেন্তে বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশখনত আৰু কি বাকী থাকিল? আজমতে সাংবাদিকজনৰ প্ৰশ্নটো এৰাই যাব পাৰিলেহেতেন, কিন্তু এখন আনুষ্ঠানিক সংবাদমেলত কৰা এনে আচৰণ সভ্য সমাজত কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।’’

উল্লেখ্য যে সাংসদগৰাকীৰ বিৰুদ্ধে অসমৰ বিভিন্ন আৰক্ষী থানাত ভালেমান এজাহাৰ দাখিল কৰা হৈছে । বৈদ্যুতিন সংবাদ মাধ্যম মঞ্চ, অসমে ৰাজ্যখনৰ গৃহ বিভাগৰো দায়িত্বত থকা অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে যাতে সাংসদগৰাকীৰ বিৰূদ্ধে অনতিপলমে যুক্তিপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়।

সমগ্ৰ ৰাজ্যখনৰ সাংবাদিক সন্থাসমূহে ৰাজ্যখনৰ বিভিন্ন অংশত প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বদৰুদ্দিন আজমলক গৰিহণা দিছে লগতে আইন অনুসৰি শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে। বিভিন্ন সাংবাদিক সন্থাই ইতিমধ্যে ভাৰতৰ ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষলৈ ধুবুৰীৰ সাংসদগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী তুলি স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd