• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটৰ নেইষ্টৰ সঞ্চালক পদক লৈ অসমীয়া বিৰোধী চক্ৰৰ ষড়যন্ত্ৰৰ অভিযোগ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 29, 2018 10:18 am
NEIST
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৰহাটৰ থকা উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ(নেইষ্ট) সঞ্চালক পদক লৈ অসমীয়া বিৰোধী চক্ৰই আৰম্ভ কৰিছে এক ষড়যন্ত্ৰ। এই উচ্চ শিক্ষা প্ৰতিষ্ঠানটোত দীৰ্ঘ দিন ধৰি আধিপত্য বৰ্তাই ৰখা তেলেগু চক্ৰটোৱে এইবাৰো তেওঁলোকৰ এগৰাকী পচন্দৰ তেলেগু ব্যক্তিক সঞ্চালকৰ পদটোত অধিষ্ঠিত কৰোৱাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

জানিব পৰা মতে, নেইষ্টৰ সঞ্চালক পদটোৰ বাবে আজি সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব। কিন্তু চক্ৰান্তমূলকভাৱে এই সাক্ষাৎকাৰলৈ বহুকেইজন অসমীয়া প্ৰাৰ্থীক নিমন্ত্ৰণ নকৰাৰ অভিযোগ উঠিছে। তদুপৰি, উক্ত পদটোত এটা শক্তিশালী চক্ৰই অনিয়মত লিপ্ত হৈ নিজৰ লোকক সঞ্চালক পদত বহুৱাবৰ বাবে উঠিপৰি লাগিছে।

Apply Now

উল্লেখযোগ্য যে যোৱা ৯ এপ্ৰিলত সঞ্চালক পদটোৰ বাবে আৱেদন-পত্ৰ আহ্বান কৰা হৈছিল। তদুপৰি, ১৫ মে’ আৱেদন দাখিলৰ শেষ দিন ধাৰ্য কৰা হৈছিল। কিন্তু এই সময়সীমা উকলি যোৱাৰ পাছত হঠাতে কৰ্তৃপক্ষই নতুন বিজ্ঞাপনৰ যোগেদি আৱেদন কৰাৰ অন্তিম দিন ১৫ জুলাইলৈ বঢ়াই দিয়ে। ইয়াৰ ফলত পদটোৰ বাবে  দাখিল কৰা আৱেদনসমূহ পৰীক্ষা কৰি সাক্ষাৎকাৰ আয়োজন কৰালৈকে এতিয়া ছমাহ সময় পাৰ হৈ গ’ল। এইদৰে বিগত ছমাহ ধৰি নিয়মীয়া সঞ্চালক নোহোৱাকৈয়ে চলি আছে এই উচ্চ শিক্ষা প্ৰতিষ্ঠানটো।

ইপনে আজি অনুষ্ঠিত হ’বলগীয়া সাক্ষাৎকাৰৰ বাবে নিমন্ত্ৰণ জনোৱা প্ৰাৰ্থীসকলৰ মাজৰ একাংশৰ যোগ্যতাক লৈও প্ৰশ্ন উত্থাপিত হৈছে। অসমীয়া বিৰোধী চক্ৰটোৱে সঞ্চালকৰ পদটোৰ বাবে প্ৰক্ষেপ কৰা বুলি সাক্ষাৎকাৰৰ পূৰ্বেই চৰ্চিত তেলেগু প্ৰাৰ্থীগৰাকীৰ ব্যাৱহাৰিক অভিজ্ঞতা কম বুলি জানিব পৰা গৈছে।

আনহাতে, যোৰহাটৰ নেইষ্ট অনা অসমীয়া বিশেষকৈ তেলেগু চক্ৰৰ দ্বাৰা পৰিচালিত হৈ অহাৰ অভিযোগ দীৰ্ঘদিনীয়া। প্ৰতিষ্ঠানটোৰ সঞ্চালক পদত বৰ্তমানলৈকে অধিষ্ঠিত হোৱা লোকসকলৰ নামসমূহেই এই কথাৰ প্ৰমাণ দাঙি ধৰে। আনকি নেইষ্টতে অসমীয়া যোগ্য ব্যক্তি থকাৰ পাছতো শক্তিশালী অনা অসমীয়া চক্ৰই এইক্ষেত্ৰত সদায়ে বাধা আৰোপ কৰি আহিছে। যোৱা ত্ৰিশ জুনত অৱসৰ গ্ৰহণ কৰা ড০ ৰামায়াৰ দিনত নিযুক্তি লাভ কৰা লোকসকলৰ অধিকাংশই লোকেই আছিল অনা অসমীয়া লোক।

প্ৰতিষ্ঠানটোত অনা অসমীয়া চক্ৰটো ইমানেই শক্তিশালী হৈ পৰিছে যে তেওঁলোকে প্ৰতিষ্ঠানটোত কৰ্মৰত অসমীয়া লোকসকলক প্ৰাপ্ৰ্য অধিকাৰৰ পৰা বঞ্চিত কৰিও ৰাখিছে। আনকি অসমীয়া বিজ্ঞানীৰ পদোন্নতিও উক্ত লবীটোৱে বন্ধ কৰি ৰখাৰ অভিযোগ উঠিছে।

এবাৰ মাত্ৰ অসমীয়া এগৰাকী অসমীয়া লোকক সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ বাহিৰে সদায়ে যোৰহাট নেইষ্টত বাহিৰৰ লোকেই সঞ্চালকৰ পদত নিযুক্তি লাভ কৰি আহিছে। অসমত যোগ্য লোক থকাৰ পাছতো তেওঁলোক সদায়ে অনা অসমীয়া শক্তিশালী চক্ৰৰ বাবে বঞ্চিত হৈ আহিছে।

নেইষ্টৰ সঞ্চালকৰ পদত এজন অসমীয়াক নিযুক্তিৰ ক্ষেত্ৰত জাতীয় দল-সংগঠনসমূহেও নীৰৱ ভূমিকা পালন কৰি আহিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

কেমেৰাৰ সন্মুখতে আগ্নেয়গিৰিৰ জ্বালামুখত পৰি মৃত্যুক সাৱটিলে ‘স্পাইডাৰ-মেন অৱ য়েমেন’য়ে

June 15, 2026 11:51 am
দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

দুবাৰকৈ পিছ পৰি দুবাৰেই দুৰ্দান্ত প্ৰত্যাৱৰ্তন; নেদাৰলেণ্ডৰ বিৰুদ্ধে জাপানে দেখুৱালে ৰোমাঞ্চকৰ খেল

June 15, 2026 10:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

তৃণমূল কংগ্ৰেছৰ সংকটৰ মাজতে দলত্যাগ বিৰোধী আইন পুনৰীক্ষণৰ আহ্বান কংগ্ৰেছ নেতা অভিষেক মনু সিংভিৰ

June 15, 2026 1:51 pm
মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

মৰ্মান্তিক ঘটনা! আমেৰিকাত বিমান দুৰ্ঘটনাত ১১ জন স্কাইডাইভাৰসহ ১২জন নিহত

June 15, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd