• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বগীবিল হৈয়ে থাকিব বগীবিল দলঙৰ নাম, অন্য নামকৰণ নহয়, কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীৰ ঘোষণা

অসমৰ ৰাইজে দলংখনক বগীবিল দলং বুলিয়েই আঁকোৱালি লওক : কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীয়ুষ গোয়েল

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2018 7:00 am
Piyush Goel

বিজেপিৰ ৰাজ্যিক কাৰ্য্যালয়ত কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী পীয়ুষ গোয়েলক আদৰণি। ২৯ ডিচেম্বৰত। ফটো : য়ু বি।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বগীবিল দলঙৰ নাম নিজৰ নিজৰ জাতীয় নায়কৰ নামেৰে ৰখাৰ দাবীত বিভিন্নটা দল-সংগঠনে আন্দোলন-প্ৰতিবাদী কাৰ্য্যসূচী লৈ অহাৰ সময়তে সকলোকে হতাশ কৰি কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী পীয়ুষ গোয়েলে স্পষ্ট কৰিছে যে বগীবিল দলঙৰ নাম বগীবিলেই থাকিব। ২৯ ডিচেম্বৰত অসমলৈ অহা কেন্দ্ৰীয় মন্ত্ৰীজনে বগীবিল দলঙৰ কোনো নতুন নামকৰণ নহয় বুলি সাংবাদিকৰ আগত জানিবলৈ দিছে।

‘বগীবিল দলং বগীবিল বুলিয়েই পৰিচিত হৈ থাকিব। অসমৰ ৰাইজে দলংখনক বগীবিল দলং বুলিয়েই আঁকোৱালি লওক।’ পীয়ুষ গোয়েলে এইদৰে কয়।

Apply Now

কেন্দ্ৰীয় মন্ত্ৰীজনে ২৯ ডিচেম্বৰত গুৱাহাটীৰ দাঁতিকষৰীয়া সোণাপুৰৰ টেপেচিয়াস্থিত লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰীৰিক শিক্ষণ প্ৰতিষ্ঠানত চলি থকা ২১ সংখ্যক ৰাষ্ট্ৰীয় জনজাতি ক্ৰীড়া সমাৱেশত ভাগ লয়। তাৰ পিছতে তেওঁ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্য্যালয়লৈ যায় আৰু দলীয় নেতাসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। তেওঁ দলংখনে সামৰিক আৰু অৰ্থনৈতিক উভয় দিশতে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব বুলি মন্তব্য কৰে।

উল্লেখযোগ্য যে অসমৰ কেইবাটাও দল-সংগঠন আৰু জনগোষ্ঠীয়ে নিজৰ নিজৰ ঐতিহাসিক চৰিত্ৰৰ নামত দলংখনৰ নামকৰণৰ বাবে দাবী-আন্দোলন চলাই অহাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীজনৰ এই ঘোষণাই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

আনহাতে চুতীয়াসকলৰ বীৰাংগনা সতী সাধনীৰ নামেৰে দলংখনৰ নাম সতী সাধনী সেতু ৰাখিবলৈ আহ্বান জনাই ৰাজ্যৰ পৰিবহণ বিভাগে ৰে’ল বিভাগলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও জানিব পৰা গৈছিল। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীজনৰ ঘোষণাই এই প্ৰস্তাৱকো নসাৎ কৰিলে।

আনহাতে দলংখনৰ নামকৰণ যোৱা ২৫ ডিচেম্বৰত প্ৰধান মন্ত্ৰী মোদীয়ে উদ্বোধনৰ সময়তে কৰা হ’ব বুলি আশা কৰি থকাসকলকো হতাশ কৰিছিল প্ৰধান মন্ত্ৰী মোদীয়ে। দলংখনৰ নামকৰণ নকৰাকৈয়ে উদ্বোধন কৰিছিল মোদীয়ে, যিটো ঢলা-শদিয়া দলঙৰ বিপৰীত উদাহৰণ।

কেন্দ্ৰীয় চৰকাৰৰ এই স্থিতিৰ পিছত অসমত দলংখনৰ নামকৰণক কেন্দ্ৰ কৰিয়েই যি অৰিয়াঅৰি তথা পাৰস্পৰিক বিদ্বেষৰ ভাব দেখা গৈছিল, সেইবোৰ লজ্জাৰ উদাহৰণত পৰিণত হোৱা বুলিব পাৰি।

ইয়াৰ পিছত দলঙৰ নাম নিজৰ ঐতিহাসিক চৰিত্ৰৰ নামত দিয়াৰ বাবে এতিয়াও আন্দোলন চলাই থকা দল-সংগঠনবোৰৰ স্থিতি কি হয় সেয়া লক্ষণীয় হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm
অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

October 3, 2026 3:31 pm
এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

এছিয়ান গেমছৰ ক্ৰিকেটত ভাৰতৰ আধিপত্য! পাকিস্তানক হৰুৱাই খিতাপ অক্ষুণ্ণ ৰাখিলে ভাৰতে

October 3, 2026 3:03 pm
গুৱাহাটীৰ নাইট ক্লাবৰ ক’লা অধ্যায় : নিজাববীয়া গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে

গুৱাহাটীৰ নাইট ক্লাবৰ ক’লা অধ্যায় : নিজাববীয়া গোচৰ ৰুজু কৰিলে আৰক্ষীয়ে

October 3, 2026 2:59 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

১৫ অক্টোবৰৰ পৰা ইউপিআই লেনদেনত নতুন নিয়ম! তাৰ পূৰ্বেই ব্যৱহাৰকাৰীৰ অভিলেখ, লেনদেন বৃদ্ধি পালে ২৭ শতাংশ

October 3, 2026 4:15 pm
অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

অখিল গগৈৰ আমৰণ অনশনৰ দ্বিতীয় দিন : বান সাহায্য আৰু চিবিআই তদন্তৰ দাবীৰে উত্তাল অসম বিধানসভা

October 3, 2026 3:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd