• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ওদালগুৰিত হেলিপেডৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰিহন দৈমাৰীৰ

by
January 3, 2019 5:14 pm
udalguri-helipad-foundation-laid-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিচিৰ ওদালগুৰিৰ জিলাৰ পৰিবহণ ব্যৱস্থা উন্নত কৰাৰ বাবে এখন হেলিপেডৰ আধাৰশিলা স্থাপন কৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগ, খাদ্য আৰু আৰু অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ওদালগুৰি চহৰৰ পৰা প্ৰায় ২ কিঃমিঃ উত্তৰৰ হৰপুৰত এই হেলিপেডখনৰ আধাৰশিলা স্থাপন কৰা হৈছে।

২০১৬-১৭ আৰু ২০১৭-১৮ (সংযুক্ত পুঁজিৰে) ১ কোটি টকা ব্যয় সাপেক্ষে এই হেলিপেডখন নিৰ্মাণ কৰা হ’ব। ওদালগুৰিৰ উপায়ুক্ত দিলীপ কুমাৰ দাসৰ অধ্যক্ষতাত ওদালগুৰি শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ চৌহদত এই বিষয়ক এখন সভা অনুষ্ঠিত কৰা হয়।

Apply Now

আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী ৰিহন দৈমাৰীয়ে কয় যে ওদালগুৰিত যথেষ্ট প্ৰগতি সাধন কৰা হৈছে আৰু হেলিপেডখনে এই জিলাখনৰ গৌৰৱত আৰু এটা মাত্ৰা যোগ দিব।

তেওঁ আৰু জনাইছে যে নিটি আয়োগৰ প্ৰতিৱেদন অনুসৰি, সমগ্ৰ দেশৰে ১১৫খন জিলাৰ ভিতৰত ওদালগুৰি অসমত প্ৰথম আৰু ভাৰতৰ ভিতৰত ১৫ নম্বৰ স্থানত আছে। তেওঁ আৰু জনাইছে যে ওদালগুৰি-ৰৌতা পথ আৰু ওদালগুৰি-কলাইগাঁও পথৰ নিৰ্মাণ যুদ্ধ-কালীন প্ৰস্তুতিৰে চলি আছে।

মন্ত্ৰীগৰাকীয়ে আৰু জনাইছে যে অসম আৰু অৰুণাচলৰ মাজত পথ যোগাযোগ সুচল কৰাৰ বাবে ৩৪ কোটি ব্যয়সাপেক্ষে ভৈৰবকুণ্ডত এখন স্থলপথ দলং নিৰ্মাণ কৰা হ’ব।

বিটিচিৰ অতিৰিক্ত প্ৰধান সচিব ৰবিনছন মুছাহাৰীয়ে কৈছে যে জানুৱাৰি মাহৰ ১৫ তাৰিখে ওদালগুৰি জিলাৰ নলখামৰা গাঁৱত নিৰ্মাণ হ’বলগীয়া অভিযান্ত্ৰিক মহাবিদ্যালয়খনৰ আধাৰশিলা প্ৰধান মন্ত্ৰী মোডীয়ে ডিজিটেল পদ্ধতিৰে স্থাপন কৰিব।

ওদালগুৰি জিলাৰ উন্নয়নৰ বাবে হাতত লোৱা আন আন বিকাশমূলক প্ৰকল্পসমূহ হৈছে হৰিশিঙাৰ ওচৰৰ কোচপাৰাত নিৰ্মাণ হ’বলগীয়া আদৰ্শ ডিগ্ৰী মহাবিদ্যালয় (Model Degree College ) আৰু মাজবাটত নিৰ্মাণ হ’বলগীয়া এটা বিজ্ঞান কেন্দ্ৰ।

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

ভোকাতুৰ প্ৰতিবাদকাৰীলৈ ১৫০ খন পিজ্জা, নাগালেণ্ডৰ যুৱকৰ মানৱীয়তাই চুই গ’ল দেশবাসীৰ মন

July 24, 2026 2:08 pm
অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

অত্যাধিক সুৰা আৰু ড্ৰাগছ সেৱনৰ ভয়ংকৰ পৰিণতি, লণ্ডনত প্ৰাণ গ’ল চৌদি আৰবৰ ৰাজকুমাৰৰ

July 24, 2026 1:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

আন্দোলনকাৰী ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে ৰুজু কৰা নহয় গোচৰ : সোণম ৱাংছুকক লিখিত প্ৰতিশ্ৰুতি কেন্দ্ৰৰ

July 24, 2026 3:22 pm
‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

‘বাৰে বাৰে একেটা ভুল হ’ব নোৱাৰে’, নীট পৰীক্ষা অনলাইন কৰাৰ সন্দৰ্ভত কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

July 24, 2026 3:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd