• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিক্ষিত নিবনুৱাৰ বাবে সুখবৰ : ৰাজ্যৰ শিক্ষানুষ্ঠানত শীঘ্ৰে ৯ হাজাৰ শিক্ষকক দিয়া হ’ব নিযুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
January 4, 2019 8:49 am
PG teachers appointment letters distribute

ফটো : য়ু বি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠান সমূহৰ শিক্ষাগত মান উন্নত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অতি শীঘ্ৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। ৩ জানুৱাৰিত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এই কথা জানিবলৈ দি কয় যে শিক্ষানুষ্ঠানসমূহত খালী হৈ থকা পদত ৯ হাজাৰ শিক্ষকক নিযুক্তি দিবলৈ আমাৰ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে।

৩ জানুৱাৰি অৰ্থাৎ বৃহস্পতিবাৰে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই এক শিক্ষকৰ নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত অংশ লৈ উক্ত গুৰুত্বপূৰ্ণ ঘোষণা কৰে। বৃহস্পতিবাৰে ৰাজ্যৰ ৯খন জিলাৰ ১০৪ গৰাকী বিষয় শিক্ষকৰ মাজত নিযুক্তি-পত্ৰ বিতৰণ কৰা হয়।

Apply Now

নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে কয় যে মাধ্যমিক শিক্ষা বিভাগত ২৪৩৭টা খালী পদ আছিল, ইয়াৰে ১,০৫৮টা পদত ইতিমধ্যে নিযুক্তি কাৰ্য সম্পন্ন হ’ল আৰু বাকী খালী পদসমূহ চলিত বৰ্ষৰ ভিতৰতে পূৰণ কৰা হ’ব।

মাধ্যমিক শিক্ষা সঞ্চালকালয়ত আয়োজিত উক্ত নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত মন্ত্ৰী ভট্টাচাৰ্যই কয় যে যিবোৰ শিক্ষানুষ্ঠানত খালী পদ আছে, সেইবোৰ পদৰ বাবে পৰিচালনা সমিতিক বিজ্ঞাপন দিয়াৰ লগতে বাছনী কমিটীৰ দ্বাৰা বাছনি কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰি শিক্ষা বিভাগলৈ প্ৰস্তাৱ প্ৰেৰণৰ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাজ্য চৰকাৰে ৯ হাজাৰ শিক্ষকক নিযুক্তি দিবলৈ সাজু হৈছিল কিন্তু বিষয়টো উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ পৰাত ডেৰ বছৰে প্ৰক্ৰিয়াটো স্থবিৰ হৈ আছিল। কিন্তু এতিয়া উচ্চ ন্যায়ালয়ৰ বাধা আঁতৰাত নিযুক্তি প্ৰক্ৰিয়া কাৰ্য পুনৰ আৰম্ভ হ’ব।

ইফালে শিক্ষক বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ আৰু কোনোধৰণৰ যাতে খামখেয়ালিৰ সৃষ্টি নহয় সেই কথাও উল্লেখ কৰে নিযুক্তি-পত্ৰ বিতৰণৰ কাৰ্যসূচীত।

উল্লেখ্য যে বৃহস্পতিবাৰে অসমৰ ৯খন জিলা ক্ৰমে শিৱসাগৰ, মৰিগাঁও, নলবাৰী, দৰং, কাছাৰ, নগাঁও, তিনিচুকীয়া, কৰিমগঞ্জ আৰু গোলাঘাটৰ ১০৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ মাজত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই নিযুক্তি-পত্ৰ বিতৰণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm
আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

আকাশলংঘী মূল্যবৃদ্ধিয়ে দহিছে অসমক! মাত্ৰ পাঁচ মাহতে ২% অতিক্ৰম মুদ্ৰাস্ফীতিৰ হাৰ

June 13, 2026 5:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd