• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰক্ষীৰ হাতত আহত চাহ শ্ৰমিক : ৮ জানুৱাৰীত গোলাঘাট জিলা বন্ধৰ আহ্বান

উত্তম শইকীয়া by উত্তম শইকীয়া
January 7, 2019 7:12 am
Bokakhat-tea

বোকাখাতত চাহ শ্ৰমিকৰ প্ৰতিবাদ। ফাইল ফটো : নৰ্থইষ্ট নাও

9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা ২ জানুৱাৰীত গোলাঘাটৰ পোৰাবাংলাত আৰক্ষীৰ হাতত আহত হোৱা চাহ শ্ৰমিকক আজি পৰ্যন্ত কোনোধৰণৰ ক্ষতিপূৰণ নিদিয়াৰ প্ৰতিবাদত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে ৮ জানুৱাৰীৰ দিনা ১২ ঘন্টাৰ বাবে গোলাঘাট জিলা বন্ধৰ ঘোষণা কৰিছে ৷

সংবাদ মাধ্যমলৈ প্ৰেৰিত এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মুকেশ জাল আৰু কাৰ্যকৰী সভাপতি  অমিত নাগে জনাইছে যে বগীঢলা চাহ বাগিচাৰ নিৰীহ শ্রমিক ক্রমে জামুন তেলী, জগদীশ তাঁতী আৰু ৰণী কমাৰক গোলাঘাট প্রশাসনে গ্রেপ্তাৰ কৰাৰ প্রতিবাদত শ্রমিক কেইজনৰ মুক্তিৰ দাবীত পথ অৱৰোধ কৰা হৈছিল।

Apply Now

উক্ত প্রতিবাদী কাৰ্যসূচীত ৩২ জন শ্রমিক গুৰুতৰভাৱে আহত হৈছিল আৰু আহত হোৱা শ্ৰমিকসকলক ততাতৈয়াকৈ নুমলীগড় তেলশোধানাগাৰ বিবেকানন্দ চিকিৎসালয়লৈ নি চিকিৎসা প্রদান কৰা হৈছিল। গুৰুতৰভাৱে আহত হোৱা শ্ৰমিকসকলৰ চিকিৎসাৰ সম্পূর্ণ খৰচ তথা ক্ষতিপূৰণ আদায়ৰ দাবীত গোলাঘাট জিলা মৰঙী ৰাজহ চক্ৰ বিষয়াক এখন স্মাৰক পত্র প্রদান কৰা হৈছিল।

উক্ত স্মাৰক পত্ৰত তৃতীয় পক্ষৰ দ্বাৰা সংঘটিত হোৱা উক্ত ঘটনাটোৰ এক উচিত তদন্ত তথা শ্ৰমিক সকলৰ সম্পূর্ণ চিকিৎসা তথা ক্ষতিপূৰণ দিবলৈ দাবী কৰা হৈছিল৷ কিন্তু আজি পর্যন্ত গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বাথ্ৰাই এই ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত অহা ৮ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ গোলাঘাট জিলা বন্ধ ঘোষণা কৰাৰ কথা বিবৃতিটোত উল্লেখ কৰা হৈছে।

বিবৃতিটোত লগতে গোলাঘাট জিলাৰ সকলো চাহ বাগিচাৰ শ্ৰমিককে বগীঢলা চাহ বাগিছাৰ ঘটনাৰ প্রতি লক্ষ্য ৰাখি ৮ জানুৱাৰীৰ বন্ধ সর্বাত্মকভাৱে সফল কৰি তুলিবলৈ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে আহ্বান জনাইছে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am
অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

অথলে গ’ল ৰাহুলৰ অনবদ্য শতক; ‘নিয়মৰক্ষা’ৰ মেচত ৱেষ্ট ইণ্ডিজৰ হাতত পৰাস্ত হ’ল ভাৰত

October 4, 2026 11:13 am
পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

পুতৌলগা শিক্ষা ব্যৱস্থাৰ বিৰুদ্ধে ফ্ৰান্সত ব্যাপক ছাত্ৰ আন্দোলন! বন্ধ শতাধিক বিদ্যালয়, আটক বহু শিক্ষাৰ্থী

October 4, 2026 10:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

দিল্লীত প্ৰতিবাদৰ সময়ত তিনিগৰাকী মহিলা সাংবাদিকক আৰক্ষীৰ যৌন নিৰ্যাতনৰ অভিযোগ, তদন্তৰ দায়িত্ব ক্ৰাইম ব্ৰাঞ্চক

October 4, 2026 11:58 am
বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

বিপদত জ্ঞানেশ কুমাৰ! মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ গৃহমন্ত্ৰীৰ

October 4, 2026 11:38 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd