DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৰক্ষীৰ হাতত আহত চাহ শ্ৰমিক : ৮ জানুৱাৰীত গোলাঘাট জিলা বন্ধৰ আহ্বান

উত্তম শইকীয়া by উত্তম শইকীয়া
January 7, 2019 7:12 am
Bokakhat-tea

বোকাখাতত চাহ শ্ৰমিকৰ প্ৰতিবাদ। ফাইল ফটো : নৰ্থইষ্ট নাও

644
VIEWS
Share on FacebookShare on Twitter

যোৱা ২ জানুৱাৰীত গোলাঘাটৰ পোৰাবাংলাত আৰক্ষীৰ হাতত আহত হোৱা চাহ শ্ৰমিকক আজি পৰ্যন্ত কোনোধৰণৰ ক্ষতিপূৰণ নিদিয়াৰ প্ৰতিবাদত চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে ৮ জানুৱাৰীৰ দিনা ১২ ঘন্টাৰ বাবে গোলাঘাট জিলা বন্ধৰ ঘোষণা কৰিছে ৷

সংবাদ মাধ্যমলৈ প্ৰেৰিত এক প্ৰেছ বিজ্ঞপ্তিত সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক মুকেশ জাল আৰু কাৰ্যকৰী সভাপতি  অমিত নাগে জনাইছে যে বগীঢলা চাহ বাগিচাৰ নিৰীহ শ্রমিক ক্রমে জামুন তেলী, জগদীশ তাঁতী আৰু ৰণী কমাৰক গোলাঘাট প্রশাসনে গ্রেপ্তাৰ কৰাৰ প্রতিবাদত শ্রমিক কেইজনৰ মুক্তিৰ দাবীত পথ অৱৰোধ কৰা হৈছিল।

উক্ত প্রতিবাদী কাৰ্যসূচীত ৩২ জন শ্রমিক গুৰুতৰভাৱে আহত হৈছিল আৰু আহত হোৱা শ্ৰমিকসকলক ততাতৈয়াকৈ নুমলীগড় তেলশোধানাগাৰ বিবেকানন্দ চিকিৎসালয়লৈ নি চিকিৎসা প্রদান কৰা হৈছিল। গুৰুতৰভাৱে আহত হোৱা শ্ৰমিকসকলৰ চিকিৎসাৰ সম্পূর্ণ খৰচ তথা ক্ষতিপূৰণ আদায়ৰ দাবীত গোলাঘাট জিলা মৰঙী ৰাজহ চক্ৰ বিষয়াক এখন স্মাৰক পত্র প্রদান কৰা হৈছিল।

উক্ত স্মাৰক পত্ৰত তৃতীয় পক্ষৰ দ্বাৰা সংঘটিত হোৱা উক্ত ঘটনাটোৰ এক উচিত তদন্ত তথা শ্ৰমিক সকলৰ সম্পূর্ণ চিকিৎসা তথা ক্ষতিপূৰণ দিবলৈ দাবী কৰা হৈছিল৷ কিন্তু আজি পর্যন্ত গোলাঘাট জিলাৰ উপায়ুক্ত গৌৰৱ বাথ্ৰাই এই ক্ষেত্ৰত কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত অহা ৮ জানুৱাৰীৰ পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ গোলাঘাট জিলা বন্ধ ঘোষণা কৰাৰ কথা বিবৃতিটোত উল্লেখ কৰা হৈছে।

বিবৃতিটোত লগতে গোলাঘাট জিলাৰ সকলো চাহ বাগিচাৰ শ্ৰমিককে বগীঢলা চাহ বাগিছাৰ ঘটনাৰ প্রতি লক্ষ্য ৰাখি ৮ জানুৱাৰীৰ বন্ধ সর্বাত্মকভাৱে সফল কৰি তুলিবলৈ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে আহ্বান জনাইছে।

Recent News

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

Uddhav Thackeray resigns উচ্চতম ন্যায়ালয়ে আস্থাভোটৰ নিৰ্দেশ দিয়াৰ পিছতে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ পদত্যাগ

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd