• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৃথক বৰাক ৰাজ্যৰ দাবী অখছাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দত্ত ৰয়ৰ

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
January 7, 2019 4:09 pm
Founder ACKHSA President, Pradip Dutta Roy, calls for seperate Barak once again
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সদৌ কাচাৰ কৰিমগঞ্জ, হাইলাকান্দি ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিজেপিৰ সদস্য সদস্য প্ৰদীপ দত্ত ৰয়ে আকৌ এবাৰ সুকীয়া বৰাক ৰাজ্যৰ দাবী উত্থাপন কৰিছে। তেখেতৰ বাসগৃহত সংবাদ মাধ্যমক সম্বোধন কৰি দত্ত ৰয়ে কৈছে, ‘‘শিলচৰৰ এটা সমদলত যোৱা ৪ জানুৱাৰিত প্ৰধান মন্ত্ৰী মোডীয়ে নাগৰিকত্ব (সংশোধনী) বিধেয়ক আজি ৭ জানুৱাৰিত গৃহীত কৰাৰ সন্দৰ্ভত কৰা মন্তব্যৰ ওপৰত আছু, কৃষক মুক্তি আৰু অগপই তীব্ৰ বিৰোধিতা কৰাত মই আচৰিত হৈ পৰিছোঁ।’’

প্ৰদীপ দত্ত ৰয়ে কৈছে, ‘‘আছু আৰু নেছ’ই অহা কালি বন্ধৰ আহ্বান দিছে। এই বন্ধৰ কোনো প্ৰভাৱ বৰাক উপত্যকা আৰু চুবুৰীয়া ৰাজ্য নাগালেণ্ড, অৰুণাচল, ত্ৰিপুৰা আৰু মিজোৰামত নপৰে।’’

Apply Now

তাৰ পাছত নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত তেওঁ আৰু কৈছে, ‘‘অসম চুক্তিৰ ৯ম দফাটো যিমান সোনকালে কাৰ্যকৰী কৰাৰ বাবে  পাৰি কেন্দ্ৰই ৯জনীয়া সদস্যৰ এখন সমিতি গঠন কৰি দিছে। এই সংগঠনসমূহৰ বিৰোধিতা গৰিহণাযোগ্য। মই ক’বলৈ ভাল পাম যে তেওঁলোকে বদৰুদ্দিন আজমলক অসমৰ পৰৱৰ্তী মুখ্য মন্ত্ৰীৰ আসনত বহুৱাবলৈ উঠি পৰি লাগিছে।’’

‘‘তেওঁলোকে যদি এই বিধেয়কখনৰ বিৰোধিতা কৰি থাকে, তেন্তে বৰাক তেওঁলোকৰ সৈতে নাথাকে। বৰাকক তেওঁলোকৰ অংশ হিচাপে থকাটো তেওঁলোকে বিচাৰে নে বিবিচাৰে সেয়া তেওঁলোকে নিজেএই সিদ্ধান্ত লওঁক।

নৰ্থ ইষ্ট নাওৰ সৈতে সাক্ষাৎ শেষ কৰাৰ সময়ত দত্ত ৰয়ে কংগ্ৰেছ দলক দলটোৰ বিধেয়কখনৰ বিৰুদ্ধে গ্ৰহণ কৰা ভূমিকাৰ বাবে কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, ‘‘কংগ্ৰেছে বিধেয়কখনৰ বিষয়ত দুমুখীয়া নীতি গ্ৰহণ কৰিছে। শিলচৰৰ সাংসদ তথা সদৌ ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুষ্মিতা দেব, যি যুটীয়া সংসদীয় সমিতিৰ সদস্য, তেওঁ দিল্লীত বিধেয়কখনৰ বিৰোধিতা কৰিছে আৰু সেয়া তেওঁ শিলচৰৰ ৰাইজৰ হৈ বক্তব্য ৰাখিছে। ২০১৪ৰ নিৰ্বাচনত তেওঁক শিলচৰৰ জনসাধাৰণে বিজয়ী কৰি সংসদলৈ পঠাইছিল। সময়ত তেওঁক শিলচৰৰ জনসাধাৰণে তেওঁৰ এই কৰ্মৰ বাবে বাহিৰো কৰি দিব।”

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd