• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ১১ ঘন্টীয়া ডিমা হাছাও বন্ধ শান্তিপূৰ্ণ

পংকজকুমাৰ দেব by পংকজকুমাৰ দেব
January 8, 2019 4:02 pm
20190108_151542
1.2k
VIEWS
Share on FacebookShare on Twitter

আছু, নেছ’কে ধৰি ৩০ টা সংগঠনে আহ্বান জনোৱা ১১ ঘন্টীয়া  উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সম্পূৰ্ণ প্ৰভাৱ অসমৰ পাহাৰীয়া ডিমা হাছাও জিলাত পৰিলক্ষিত হৈছে। আজি ৰাতিপুৱা ৫-০০ বজাৰ পৰা আৰম্ভ হোৱা বন্ধ এতিয়ালৈকে শান্তিপূৰ্ণ হৈ আছে। জিলাখনৰ মাইবাঙ, মাহুৰ, লাঙটিং, হাৰাঙ্গাজাও, দিয়ুঙব্ৰা,উমৰাঙছুত বন্ধৰ সম্পূৰ্ণ প্ৰভাৱ পৰিছে। স্তব্ধ হৈ পৰিছে জিলাৰ নাগৰিক জীৱন। পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত এনে বন্ধত বিপৰ্যস্ত হৈছে নিৰ্বাচনী কামকাজ।

হাফলঙত বজাৰ, হাট, দোকান পোহাৰ বন্ধ থকাৰ উপৰিও চৰকাৰী, বেচৰকাৰী কাৰ্যালয়, বেঙ্ক পোষ্ট অফিচ আদি বন্ধ আছে। উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ সচিবালয়ো বন্ধ থকা দেখা গৈছে। অৱশ্যে ৰেলগাড়ীৰ চলাচল স্বাভাৱিক আছে।

ডিমা হাচাও জিলাত ১১ ঘন্টীয়া বন্ধলৈ সমৰ্থন আগবঢ়াইছে ডিমাছা স্টুডেন্টছ ইউনিয়ন আৰু ইণ্ডিজেনাছ স্টুডেন্টছ ফ’ৰামে। ইণ্ডিজেনাছ স্টুডেন্টছ ফৰামৰ সভাপতি ডেভিদ কেইভমে কয়,  ‘‘বিজেপি চৰকাৰে ডিভাইড এণ্ড ৰুল পলিচিৰে নাগৰিকত্ব সংশোধনী বিধেয়ক আনিব বিচাৰিছে।‘’ কেইভমে আৰু কয়, ‘কেন্দ্ৰীয় চৰকাৰে অনতি পলমে এই বিধেয়ক প্ৰত্যাহাৰৰ কৰিব লাগিব। অন্যথা ইয়াতকৈও ডাঙৰ আন্দোলন গঢ়ি তোলা হ’ব। ডেভিদে বন্ধ সফল কৰাৰ বাবে ডিমা হাছাও জিলাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

Recent News

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

ক্ষিপ্ৰ ন্যায় আৰু সৌহাৰ্দ্যপূৰ্ণ গোচৰ নিষ্পত্তিৰ সুযোগ! শিলচৰত ১৪ জুনত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰীয় লোক আদালত

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd