• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিক চৰকাৰ ভংগ কৰি পুনৰ নিৰ্বাচনৰ মুখামুখি হোৱাৰ প্ৰত্যাহ্বান প্ৰফুল্ল মহন্তৰ

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
January 8, 2019 7:10 pm
দিচপুৰৰ হোটেল ৰাজধানী ৰিজেন্সিত আজি সংবাদমেল সম্বোধন কৰা অৱস্থাত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

দিচপুৰৰ হোটেল ৰাজধানী ৰিজেন্সিত আজি সংবাদমেল সম্বোধন কৰা অৱস্থাত প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মিত্ৰজোঁটৰ চৰকাৰৰ পৰা অগপ ওলাই অহাৰ পাছতেই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখন নীতিগত কাৰণত ভংগ কৰাৰ দাবী জনাইছে প্ৰাক্তন মুখ্য মন্ত্ৰী তথা অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা প্ৰফুল্ল কুমাৰ মহন্তই।

মঙলবাৰে দিচপুৰৰ হোটেল ৰাজধানী ৰিজেন্সিত এখন সংবাদমেল অনুষ্ঠিত কৰি প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীয়ে এই দাবী উত্থাপন কৰে।

Apply Now

কেৱল ইমানেই নহয়, বিজেপিক ‘সাহস আছে যদি পুনৰ নিৰ্বাচনৰ মুখামুখি হওক’ বুলি তেওঁ প্ৰত্যাহ্বান জনায়।

“প্ৰাক্ নিৰ্বাচনী বুজাবুজিৰ জৰিয়তে গঠন কৰা এই মিত্ৰজোঁটৰ চৰকাৰখনৰ পৰা অংশীদাৰ অসম গণ পৰিষদে অংশীদাৰইত্ব ছেদ কৰাৰ পাছত নীতিগতভাৱে সেইখন চৰকাৰ শাসনত থকাৰ কোনো অধিকাৰ নাই”, প্ৰফুল্ল মহন্তই কয়।

তেওঁ লগতে বিজেপিক এই প্ৰত্যাহ্বান গ্ৰহণ কৰি পুনৰ নিৰ্বাচনেৰে এখন চৰকাৰ গঠন কৰি দেখুৱাবলৈ আহ্বান জনায়।

বিজেপি মন্ত্ৰী-বিধায়কসকলে সততে ‘বিজেপি চৰকাৰ’ বুলি কৈ থকাৰ বিপৰীতে এই চৰকাৰখন প্ৰকৃততে ‘সন্মিলিত চৰকাৰ’ বা ‘মৰ্চা চৰকাৰ’-এহে অসমত শাসন কৰি আছিল বুলি কোৱাৰ উপৰি অগপ আৰু বিপিএফৰ সৈতে মিত্ৰতা নকৰাকৈ বিজেপিয়ে কেৱল নিজৰ বলেৰে চৰকাৰ গঠন কৰাৰ ক্ষমতা নাছিল বুলি প্ৰাক্তন মুখ্য মন্ত্ৰী মহন্তই মন্তব্য কৰে।

একেদৰে এই চৰকাৰখনে ‘সন্মিলিত চৰকাৰ’ৰ নীতি-আদৰ্শ ভংগ কৰি আহাৰ অভিযোগ কৰি ‘বিজেপিয়ে সকলো সিদ্ধান্ত নিজাববীয়াকৈ গ্ৰহণ কৰি অংশীদাৰী দলসমূহৰ ওপৰত সেইবোৰ জাপি দিবলৈ চেষ্টা কৰি আহিছে’ বুলিও মহন্তই মন্তব্য কৰে।

ইপিনে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগত বিজেপিয়ে কৈ অহা চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু বাংলাদেশত হিন্দু, শিখ বৌদ্ধসকল নিৰ্যাতনৰ বলি হৈ অহা কথাকো উভতি ধৰে প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল মহন্তই।

তেওঁ এই দেশ দুখনৰ পৰা কিমান হিন্দু, শিখ, বৌদ্ধ আদি ধৰ্মৰ লোক ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতত আশ্ৰয় লৈ থাকিব লগীয়া হৈছে সেই তথ্য দাঙি ধৰিবলৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক দাবী জনায়।

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd