• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাগ্ৰামাক জাতিদ্ৰোহী আখ্যা : ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা পিএজিচিবিএমৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 9, 2019 8:19 pm
IMG-20190109-WA0105

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে কোকৰাঝাৰত ধৰ্ণা পিএজিচিবিএমৰ। ফটো : নৰ্থইষ্ট নাও

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ পদক্ষেপ গ্ৰহণ কৰাত চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পীপুলচ জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট চমুকৈ পিএজিচিবিএমে। আজি কোকৰাঝাৰ জিলা কাৰ্যালয়ৰ সমীপৰ শিশু উদ্যানৰ সন্মুখত ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি পিএজিচিবিএম তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

অৱস্থান ধৰ্ণাথলীত পিএজিচিবিএমৰ কেবা শতাধিক সদস্যই হাতে হাতে জনজাতিকৰণ আৰু চৰকাৰ বিৰোধী ফেষ্টুন লৈ চৰকাৰৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিয়ে। ধৰ্ণাথলীত উপস্থিত থকা পিজেএচিবিএমৰ উপ মুখ্য আহ্বায়ক গৰ্জন মুছাহাৰী আৰু জনজাতি সুৰক্ষা মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে কয় যে প্ৰকৃত জনজাতিক বঞ্চনা কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ উদ্দেশ্য ৰাজনৈতিক অভিসন্ধিৰ বাহিৰে আন একোৱেই নহয়।

Apply Now

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়ক বাতিল কৰাৰ দাবী উত্থাপনেৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিলে ৰাজ্যত ভয়ংকৰ অনাকাংক্ষিত পৰিস্থিতিৰ সংঘটিত হ’ব আৰু ইয়াৰ বাবে চৰকাৰেই দায়ী হ’ব বুলি ভাবুকি প্ৰদান কৰিছে পিএজিচিবিএমে।

নৰেন্দ্ৰ মোডী আৰু বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি একমাত্ৰ প্ৰকৃত জনজাতিক বঞ্চনা কৰাৰ উদ্দেশ্যৰে আৰু ৰাজনৈতিক স্বাৰ্থত জনজাতিকৰণৰ বিধেয়ক অনা বুলি দাবী কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকো কঠোৰ ভাষাৰে সমালোচনা কৰে।

হাগ্ৰামা মহিলাৰী যদিও বড়ো আৰু দেহত বড়োৰ তেজ প্ৰৱাহিত হৈ আছে,  মহিলাৰীয়ে বড়োৰ বাবে একো কৰা নাই বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীক জাতিদ্ৰোহী আখ্যা দিছে পিজেএচিবিএমে। মহিলাৰীক বিটিএডিৰ সলনি দিল্লীত বসৱাস কৰাৰ উপদেশ দি ইয়াত তেওঁ বসৱাস কৰিব নোৱাৰিব বুলিও মন্তব্য কৰে পিজিএচিএমে।

উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীৰ অন্তত পিএজিচিবিএমে জিলা উপায়ুক্তৰ জৰিয়তে গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am
বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd