• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হাগ্ৰামাক জাতিদ্ৰোহী আখ্যা : ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা পিএজিচিবিএমৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 9, 2019 8:19 pm
IMG-20190109-WA0105

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে কোকৰাঝাৰত ধৰ্ণা পিএজিচিবিএমৰ। ফটো : নৰ্থইষ্ট নাও

955
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ পদক্ষেপ গ্ৰহণ কৰাত চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে পীপুলচ জইণ্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্ট চমুকৈ পিএজিচিবিএমে। আজি কোকৰাঝাৰ জিলা কাৰ্যালয়ৰ সমীপৰ শিশু উদ্যানৰ সন্মুখত ৰাজ্যৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতা কৰি পিএজিচিবিএম তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।

অৱস্থান ধৰ্ণাথলীত পিএজিচিবিএমৰ কেবা শতাধিক সদস্যই হাতে হাতে জনজাতিকৰণ আৰু চৰকাৰ বিৰোধী ফেষ্টুন লৈ চৰকাৰৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিয়ে। ধৰ্ণাথলীত উপস্থিত থকা পিজেএচিবিএমৰ উপ মুখ্য আহ্বায়ক গৰ্জন মুছাহাৰী আৰু জনজাতি সুৰক্ষা মঞ্চৰ নেতা দাওৰাও দেখ্ৰেব নাৰ্জাৰীয়ে কয় যে প্ৰকৃত জনজাতিক বঞ্চনা কৰি ছয় জনগোষ্ঠীক জনজাতিকৰণৰ উদ্দেশ্য ৰাজনৈতিক অভিসন্ধিৰ বাহিৰে আন একোৱেই নহয়।

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়ক বাতিল কৰাৰ দাবী উত্থাপনেৰে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিলে ৰাজ্যত ভয়ংকৰ অনাকাংক্ষিত পৰিস্থিতিৰ সংঘটিত হ’ব আৰু ইয়াৰ বাবে চৰকাৰেই দায়ী হ’ব বুলি ভাবুকি প্ৰদান কৰিছে পিএজিচিবিএমে।

নৰেন্দ্ৰ মোডী আৰু বিজেপি চৰকাৰক কঠোৰ সমালোচনা কৰি একমাত্ৰ প্ৰকৃত জনজাতিক বঞ্চনা কৰাৰ উদ্দেশ্যৰে আৰু ৰাজনৈতিক স্বাৰ্থত জনজাতিকৰণৰ বিধেয়ক অনা বুলি দাবী কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকো কঠোৰ ভাষাৰে সমালোচনা কৰে।

হাগ্ৰামা মহিলাৰী যদিও বড়ো আৰু দেহত বড়োৰ তেজ প্ৰৱাহিত হৈ আছে,  মহিলাৰীয়ে বড়োৰ বাবে একো কৰা নাই বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীক জাতিদ্ৰোহী আখ্যা দিছে পিজেএচিবিএমে। মহিলাৰীক বিটিএডিৰ সলনি দিল্লীত বসৱাস কৰাৰ উপদেশ দি ইয়াত তেওঁ বসৱাস কৰিব নোৱাৰিব বুলিও মন্তব্য কৰে পিজিএচিএমে।

উল্লেখ্য যে ধৰ্ণা কাৰ্যসূচীৰ অন্তত পিএজিচিবিএমে জিলা উপায়ুক্তৰ জৰিয়তে গৃহমন্ত্ৰী ৰাজনাথ সিঙলৈ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধিতাৰে এক স্মাৰকপত্ৰও প্ৰেৰণ কৰে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd