• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গোলাঘাটৰ মুৰফুলনিত সৌভাগ্য আঁচনিৰ কৰ্মচাৰীৰ আক্ৰমণত বেয়াকৈ আহত এজন চৰকাৰী কৰ্মচাৰী

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
January 11, 2019 7:21 am
attack

প্ৰতিনিধিত্বমূলক চিত্ৰ

274
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট জিলাৰ মুৰফুলনিৰ ফলঙনি বৰটানি অঞ্চলত ৯ জানুৱাৰি বুধবাৰে এজন চৰকাৰী কর্মচাৰীক সৌভাগ্য বৈদ্যুতিকৰণ আঁচনিত কর্মৰত কেইজনমান কর্মচাৰীয়ে প্রাণে মৰাৰ চেষ্টা চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

জানিব পৰা মতে বুধবাৰে বৰটানি অঞ্চলত “সৌভাগ্য বৈদ্যুতিকৰণ আঁচনি”ৰ অধীনত ১ নং বালিজান অঞ্চলৰ বৈদ্যুতিক খুঁটাত তাঁৰ সংযোগৰ কাম চলি আছিল। উক্ত সময়ত অঞ্চলটোৰ প্ৰায় আধা কিলোমিটাৰ এলেকাত বিশৃংখলভাৱে তাঁৰবোৰ ৰাস্তাৰ মাজত পৰি আছিল। সেই সময়তে প্রাঞ্জল দত্তই কৰ্মৰত বিদ্যালয়ৰ কামত নিজৰ বলেৰ’ গাড়ীৰে উক্ত পথছোৱা অতিক্ৰম কৰে।

চেদেলি ভেদেলি হৈ থকা তাঁৰৰ ওপৰেৰে গাড়ীখন পাৰ কৰি লৈ যাওতে আকস্মিকভাবে গাড়ীৰ তলত তাঁৰ লাগি চুচৰি যোৱাৰ ফলত তাঁৰ সংযোগ কৰি থকা বিদ্যুৎৰ দুটা বৃহৎ পকী খুটা পৰি ভাঙি যায় আৰু এজন কৰ্মচাৰী সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

এই ঘটনাক কেন্দ্ৰ কৰি বিদ্যুতৰ কাম কৰি থকা কৰ্মচাৰীসকল উত্তপ্ত হৈ পৰে আৰু বিদ্যালয়ৰ কৰ্মচাৰীগৰাকীক উপৰ্যপৰি প্ৰহাৰ কৰি গুৰুতৰভাবে আহত কৰে আৰু বিদ্যুৎ বিভাগৰ কর্মচাৰিকেইজনে ঘটনাস্থলৰ পৰা পলায়ন কৰে।

পিছত স্থানীয় ৰাইজৰ সহযোগত বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা বিদ্যালয়ৰ কৰ্মচাৰীজনক গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়। পিছতে ভুক্তভোগী বালিজান শংকৰজ্যোতি হাইস্কুলৰ কৰ্মচাৰীগৰাকীয়ে ঘটনা সন্দৰ্ভত বগীজান আৰক্ষী থানাত এক গোচৰ দিয়া বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে গোলাঘাটৰ জেবি ইলেকট্রিকেলছৰ বেনাৰত সৌভাগ্য বৈদ্যুতিকৰণ আঁচনিৰ কামসমূহ কৰি থকা হৈছে। উক্ত ঘটনাত দুটাকৈ খুটা ভাঙি পৰাৰ  পিছত এতিয়া স্থানীয় ৰাইজে  নিম্ন মানদণ্ডৰ বৈদ্যুতিক খুঁটা যোগান ধৰাৰো অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে।

Recent News

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

কিংবদন্তিলৈ সন্মান! লাৰাৰ অভিলেখ ভংগ কৰিবলৈ চেষ্টা নকৰি কিয় ইনিংছ ঘোষণা কৰিলে মুল্ডাৰে?  

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পিতালত ভয়ংকৰ অগ্নিকাণ্ড! হাহাকাৰ ৰোগী অভিভাৱকৰ মাজত

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

প্ৰতিজন কৰ্মচাৰীৰ উপাৰ্জনৰ ক্ষেত্ৰত এপল, এনভিডিয়াৰ দৰে বাণিজ্যিক দৈত্যক অতিক্ৰম Only Fans-ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd