• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিশ্বনাথত অনুষ্ঠিত ৰাষ্ট্ৰীয় চৈ কোৱাং ডো প্ৰতিযোগিতাৰ শীৰ্ষত অসম দল

কাজি জেইদুল ইছলাম by কাজি জেইদুল ইছলাম
January 11, 2019 4:34 pm
IMG_3544
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বনাথ জিলাৰ হিমালয়া ভৱনত ৫ আৰু ৬ জানুৱাৰীত অনুষ্ঠিত হৈ যায় ১৫ নং ৰাষ্ট্ৰীয় চৈ কোৱাং ডো প্ৰতিযোগিতা৷ বিশ্বনাথ চাৰিআলিৰ চেম্পিয়ন মেকাৰ একাডেমী আৰু অসম চৈ কোৱাং ডো সন্থাৰ সহযোগত ২০১৮-১৯বৰ্ষৰ এই প্ৰতিযোগিতাখনত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত পতাকা উত্তোলন কৰে ৰাজ্যিক চৈ কোৱাং ডো সন্থাৰ সভাপতি  ডঃ বিকাশ সৰকাৰে। বন্তি প্ৰজ্বলন কৰে চৈ কোৱাং ডো ভাৰতৰ সম্পাদক বিক্ৰম থাপা, আযোজক সমিতিৰ সভাপতি অঞ্জন বৰা আৰু অশোক বৰাই৷ ঋতুপূৰ্ণ খাটনিয়াৰ আৰু নৱজ্যোতি হাজৰিকাই আঁত ধৰা সামৰণি অনুস্থানত উপস্থিত থাকে বিশ্বনাথৰ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া, অবিভক্ত শোণিতপুৰ জিলাৰ ক্ৰীড়া বিষয়া মনোৰমা দাস,  বিশ্বনাথৰ অতিৰিক্ত ক্ৰীড়া বিষয়াৰ দ্বায়িত্বত থকা লানিমা তালুকদাৰ আৰু বহুতো৷

চেম্পিয়ন মেকাৰ একাডেমীৰ পৰিচালক তথা সদৌ অসম চৈ কোৱাং ডো সন্থাৰ সম্পাদক লগতে আয়োজক সমিতিৰ সম্পাদক  হৃদয়ানন্দ দাসে জানিবলৈ দিয়া অনুসৰি ভাৰতবর্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তিনিশৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত অসম দলে ২২টা সোণ, ৭ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদকেৰে শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে। আনহাতে হাৰিয়ানা দলে দ্বিতীয় শ্ৰেষ্ঠ আৰু মণিপুৰ দলে লাভ কৰে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান৷

Apply Now

অসম দলৰ পদক অৰ্জন কৰা  খেলুৱৈ কল ক্ৰমে সোণ ভূমিস্থা দাস, হৰসীতা জৈন, আদৰীকা হাজৰিকা, হৰসীতা শইকীয়া, পৰিস্মীতা শইকীয়া, প্ৰজ্ঞান মনোজ কলিতা, অনোজ ভট্টাচাৰ্য, ময়ুৰেশ বৰা, শোভম গোস্বামী, ৰাগিনী বৰুৱা, জিম্পী দেৱী, প্ৰিয়দৰ্শনী লামা, টনি ভাগৱতী, অংগদ কাশ্যপ, অগোৰ মিঅ’, ৰাজৰ্ষী নাথ, মনদীপ বৰুৱা, পপ্পি নেৱাৰ, সুস্মিতা শইকীয়া, সাগৰীকা ভূঞা, কৌশিক ঘোষ, বিমল দাহাংগা ৰূপৰ পদক লাভ কৰা সকল হৈছে টিনা দাস, ব্ৰিমিশা খাটনিয়াৰ, অভিপ্ৰিতি সিং, হৃদয় জৈন, চনম লামা, অনুভৱ কাশ্যপ, ভাস্কৰ জ্যোতি শইকীয়া লগতে ব্ৰঞ্জৰ পদক লাভ কৰোঁতাসকল হিমাংশু শৰ্মা, স্বৰূপ সিং আৰু প্ৰতিম হাজৰিকা৷

কাজি জেইদুল ইছলাম

কাজি জেইদুল ইছলাম

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd