• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধেমাজিৰ জোনাই মহকুমাৰ নিৰ্বাচনৰ বাবে ২১খন মনোনয়নপত্ৰ দাখিল

প্ৰফুল্ল কামান by প্ৰফুল্ল কামান
January 11, 2019 9:50 pm
MAC list-
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি ১১ জানুৱাৰি শুকুৰবাৰে ধেমাজি জিলাৰ জোনাই মহকুমাৰ নিৰ্বাচনৰ বাবে ১৭খন মিচিং স্বায়ত্ত শাসিত পৰিষদ আৰু ৪খন সোণোৱাল কচাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ২১গৰাকী প্ৰাৰ্থীয়ে মনোনয়নপত্ৰ জমা দিয়ে। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ ৬নং ছানজোৰি নিগিৰ (জনজাতি)সমষ্টিৰ বাবে সন্মিলিত গণশক্তিৰ মালেন্দ্ৰ নাৰ্জাৰীৰে মনোনয়নপত্ৰ জমা দিছে।

পূৰ্বৰ মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ ৰাজু মেদকেও এইখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। তেওঁ ইয়াৰ আগতে এছজিএছৰ হৈ ৩ নং গালি-বিজয়পুৰ (এছটি) সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। আনহাতে মিচিং ছাত্ৰৰ (টিএমপিকে) কেন্দ্ৰীয় সমিতিৰ সভাপতি নৰেশ কুমবাঙে ২নং মুৰ্কংছেলেক (অসংৰক্ষিত) আসনখনত প্ৰতিদ্বন্দ্বিতা কৰিছে। আছুৰ প্ৰাক্তন সাহিত্য বিভাগৰ সম্পাদক আৰ্নল্ড টায়েই আইএনচিৰ মহাবীৰ পায়েঙেও এই একেই সমষ্টিত প্ৰতিদ্বন্দ্‌বিতা আগবঢ়াব।

আনহাতে বিজয় শইকীয়া (বিজেপি), জান হাজৰিকা (আইএনচি) আৰু ২গৰাকী নিৰ্দলীয় প্ৰাৰ্থী হৰ্ষজ্যোতি কচাৰী আৰু ৰাজেন সোণোলালে জোনাইৰ একমাত্ৰ সোণোৱাল কচাৰী স্বায়ত্ত শাসিত পৰিষদৰ আসনখনত প্ৰতিদ্বন্দ্বিতা কৰিছে।

নিৰ্বাচন বিভাগে  ধেমাজি মহকুমাত ৩৫খন মনোনয়নপত্ৰ লাভ কৰিছে। ইয়াৰে ১০খন মিচিং স্বায়ত্ত শাসিত পৰিষদ আৰু ৩খন সোণোৱাল কচাৰী স্বায়ত্ত শাসিত পৰিষদৰ বিপৰীতে ১১খনকৈ মনোনয়নপত্ৰ লাভ কৰিছে।

দুয়োটা  স্বায়ত্ত শাসিত পৰিষদৰ বাবে মনোনয়নপত্ৰসমূহৰ অহা ১২ জানুৱাৰিত পুনৰীক্ষণ কৰা হ’ব আৰু মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৪ জানুৱাৰি ধাৰ্য কৰা হৈছে। উল্লেখ্য যে নিৰ্বাচন আয়োগে ২১ জানুৱাৰিত দুয়োটা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন স্থিৰ কৰিছে। উল্লেখ্য যে ধেমাজি জিলাত ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ বাবে কোনো সুকীয়া সমষ্টি নাই।

প্ৰফুল্ল কামান

প্ৰফুল্ল কামান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

শিক্ষানুষ্ঠান পৰিসৰত কৰা হিংসাৰ বাবে NIT- শিলচৰৰ ৫ জন বাংলাদেশৰ শিক্ষাৰ্থীক নিলম্বন

September 16, 2025 3:45 pm
জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

জনজাতিকৰণৰ দাবী : ২২ ছেপ্তেম্বৰত সমদলেৰে ৰাজপথ কঁপাব ৫০,০০০ মটকে

September 16, 2025 3:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

বাংলাদেশীৰ পৰা নাইজেৰিয়ানলৈ ১৬ হাজাৰ বিদেশীক ভাৰতৰ পৰা বিতাড়িত কৰাৰ প্ৰস্তুতি চলাইছে কেন্দ্ৰই

September 16, 2025 4:41 pm
ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

ভাৰতলৈ ইলিছ মাছ ৰপ্তানি কৰিবলৈ ৩৭টা বাংলাদেশী কোম্পানীক অনুমোদন

September 16, 2025 4:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd