• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

যোৰহাটত অসমীয়া যুৱকৰ উলংগ প্ৰতিবাদ : শেষ হৈ গ’ল নেকি প্ৰতিবাদৰ আন ভাষা?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 12, 2019 11:24 am
KMSS-1-750x375

যোৰহাটত মন্টু দত্ত নামৰ যুৱকজনে শুকুৰবাৰে নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে নগ্ন হৈ প্ৰতিবাদ সাৱ্যস্ত কৰে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ গৃহীত কৰাৰ প্ৰতিবাদত নতুন দিল্লীত অসমীয়া যুৱকৰ উলংগ প্ৰতিবাদে দেশজুৰি সৃষ্টি কৰা চাঞ্চল্য মাৰ নৌযাওঁতেই এইবাৰ যোৰহাটতো ঘটিল একেই ঘটনাৰ পুনৰাবৃত্তি।

অসমীয়াৰ আৱেগ-অনুভূতিৰ প্ৰতি উদাসীন কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ প্ৰতিবাদক গুৰুত্ব নিদি জোৰকৈ জাপি দিব বিচৰা বিধেয়কখনৰ বিৰুদ্ধাচৰণ কৰি ৰাজ্যখনত উলংগ হ’ল এগৰাকী অসমীয়া যুৱক।

Apply Now

শুকুৰবাৰে দিনৰ প্ৰায় ১২ বজাত জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত যুৱকজনৰ এই উলংগ প্ৰতিবাদে প্ৰশাসনক অস্থিৰ কৰি তোলা দেখা যায়।

বিধেয়কখনৰ বিৰুদ্ধে চলি থকা ধাৰাবাহিক প্ৰতিবাদী আন্দোলনৰ বাবে যোৰহাট প্ৰশাসন সতৰ্ক হৈ আছিল যদিও এনেধৰণৰ প্ৰতিবাদ  সন্দৰ্ভত কোনো ধাৰমা নাছিল। যুৱকজনৰ এনে প্ৰতিবাদে স্বাভাৱিকতে প্ৰশাসনত অথন্তৰ সৃষ্টি কৰে। প্ৰশাসনৰ অৱস্থাৰ সুযোগ লৈ যুৱকজনে তেওঁৰ প্ৰতিবাদ সম্পূৰ্ণ কৰি তোলে।

আনহাতে, প্ৰতিবাদ সাব্যস্ত কৰা মণ্টু দত্ত নামৰ যুৱকজনে চৰকাৰখনেই জাতিধ্বংসী কাৰ্যকলাপত জড়িত হোৱাটো জাতিটোৰ বাবে চৰম দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। গণতান্ত্ৰিক প্ৰতিবাদক মষিমূৰ কৰি জনসাধাৰণে নিবিচৰা সিদ্ধান্ত  জাপি দিয়াৰ প্ৰৱণতাৰ বাবেই একাংশ যুৱক আলফালৈ আকৰ্ষিত হৈছে বুলিও যুৱকজনে মন্তব্য কৰে।

দেখা গৈছে যে গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে অসমৰ যুৱ সমাজে চৰম প্ৰতিবাদৰ ভাষা হিচাপে উলংগ হৈ প্ৰতিবাদ কৰাৰ দৰে জংগী সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হৈছে। কিন্তু প্ৰশ্ন হৈছে, সঁচাকৈয়ে গণতান্ত্ৰিক আন্দোলনৰ সকলো বিকল্প শেষ হৈ গৈছে নে? চৰকাৰে এনে প্ৰতিবাদ সৃষ্টিৰ আঁৰৰ কাৰণবোৰ গমি চোৱা দৰকাৰ বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd