• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰাক্তন বিধায়ক জিতেন গগৈৰ বাসগৃহত পুতেকক বিচাৰি দিচপুৰ আৰক্ষীৰ অভিযান

আৰক্ষীৰ সন্মুখতে ব্যৱসায়ীক শাৰীৰিকভাৱে অপদস্থ জিতেন গগৈৰ

উত্তম শইকীয়া by উত্তম শইকীয়া
January 13, 2019 5:44 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈৰ বাসগৃহত এখন শিল ভঙা এক্সেভেটৰ আৰু গগৈৰ পুতেকক বিচাৰি দিচপুৰ আৰক্ষীয়ে আজি এক বিশেষ অভিযান চলায়।

উল্লেখযোগ্য যে গুৱাহাটীৰ চচলৰ নিৱাসী অক্ষয় হজুৰী নামৰ এজন ব্যৱসায়ীৰ পৰা এখন এক্সেভেটৰ তিনিমাহৰ চুক্তিৰে লৈছিল প্ৰাক্তন বিধায়ক জিতেন গগৈৰ পুত্ৰ জ্ঞানদ্বীপ গগৈয়ে। কিন্তু মন কৰিবলগীয়া যে কিছুদিনৰ পিছত ব্যৱসায়িক চুক্তি অমান্য কৰাৰ উপৰিও এক্সেভটৰৰ চালক আৰু হেণ্ডিমেনক প্ৰাক্তন বিধায়ক পুত্ৰ জ্ঞানদ্বীপে খেদি পঠায়।

Apply Now

ফলত গুৱাহাটী নিৱাসী অক্ষয় হজুৰীয়ে এক্সেভেটৰখন উদ্ধাৰৰ বাবে দিচপুৰ থানাত জ্ঞানদ্বীপ গগৈৰ বিৰুদ্ধে ৩৯৪৬/১৮ নম্বৰত গোচৰ ৰুজু কৰে। আৰু শনিবাৰে নিশা এই গোচৰৰ আধাৰতে দিচপুৰ আৰক্ষীয়ে জিতেন গগৈৰ বাসগৃহত তালাচী অভিযান চলায়।

কিন্তু শনিবাৰে জিতেন গগৈ আৰু তেওঁৰ পুত্ৰ জ্ঞানদ্বীপ গগৈ বাসগৃহত নথকাৰ বাবে আজি অভিযানকাৰী দলে অভিযোগকাৰী অক্ষয় হজুৰীক লৈ পুনৰ বোকাখাতৰ বিজুলীত থকা জিতেন গগৈৰ চাহ বাগিচাৰ বাসগৃহলৈ যায়।

উল্লেখযোগ্য যে বাগিচাৰ বাসগৃহত আৰক্ষীৰ উপস্থিতিতে জিতেন গগৈয়ে অক্ষয় হজুৰীক আৱদ্ধ কৰি শাৰীৰিকভাৱে অপদস্থ কৰে। পিছত বোকাখাত আৰক্ষীৰ সহযোগত দিচপুৰ আৰক্ষীয়ে জিতেন গগৈৰ কৱলৰ পৰা অক্ষয় হজুৰীক উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত বোকাখাত থানাত জিতেন গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে অক্ষয় হজুৰীয়ে।

ইপালে অক্ষয় হজুৰীৰ এক্সেভেটৰ খন কাজিৰঙাৰ গেলেকীৰ পৰা অভিযানকাৰী দলে উদ্ধাৰ কৰে যদিও কিছু যন্ত্ৰাংশৰ লগতে দুটাকৈ বেটাৰীৰ সন্ধান উলিয়াব নোৱাৰিলে লগতে জ্ঞানদ্বীপ গগৈৰো কোনো সন্ধান লাভ নকৰিলে আৰক্ষীয়ে।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

২৬ দিন পাছত অনশন ভাঙিলে সোনম ৱাংচুকে, চিকিৎসালয়ত উপস্থিত হৈ কেন্দ্ৰীয় মন্ত্ৰীয়ে খুৱালে খাদ্য

July 24, 2026 8:33 am
মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

মাৰ্কিন মিছাইলৰ আঘাতত ১২০ টি শিশুৰ মৃত্যু! ইৰাণৰ শিক্ষয়িত্ৰীৰ প্ৰশ্ন, সিহঁতৰ অপৰাধ কি আছিল?

July 24, 2026 8:00 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

বিমান সংস্থা খোলাৰ উৰাবাতৰি নস্যাৎ কৰিলে আদানি গোটে, ক’লে এনে কোনো পৰিকল্পনা নাই

July 24, 2026 10:25 am
দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

দুপৰীয়াৰ ভিতৰত ছুপ্ৰিম কোৰ্ট মেট্ৰ’ ষ্টেচন নুখুলিলে হস্তক্ষেপ কৰিব মুখ্য ন্যায়াধীশে

July 24, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd