• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অগপক বিজেপিৰ বি টিম আখ্যা গৌৰৱ গগৈৰ

ঋতুপল্লৱ শইকীয়া by ঋতুপল্লৱ শইকীয়া
January 17, 2019 7:52 am
Gaurav Gogoi

কাৰাগাৰৰ ভিতৰত অনশন কৰি অসুস্থ হৈ পৰা আৰু তাৰ পাছৰ পৰা গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ছাত্ৰ নেতাকেইজনক সাক্ষাৎ কৰা মুহূৰ্তত গৌৰৱ গগৈ।

1.2k
VIEWS
Share on FacebookShare on Twitter
গোলাঘাট:নাগৰিকত্ব সশোধনী  বিধেয়কৰ বিৰোধিতা কৰি অসম গণ পৰিষদ দলে বিজেপিৰে মিত্ৰতা ভংগ কৰিলে যদিও এতিয়াও অঞ্চলিকতাবাদী দলটো বিজেপি মুক্ত হোৱা নাই। বৰঞ্চ গেৰুৱা দলটোৰ বি টিম হিচাপে কাম কৰি আছে। এই অভিযোগ সাংসদ গৌৰৱ গগৈৰ।
গগৈয়ে ব্যক্তিগতভাবে অগপ আৰু এ আই য়ু ডি এফৰে মিত্ৰতা নিবিচাৰে বুলি উল্লেখ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছ আৰু দল-সংগঠনসমূহে এখন মঞ্চত একত্ৰিত হৈ প্ৰতিবাদ কৰাৰ আহ্বান জনাইছে।
ইয়াৰ উপৰি নাগৰিকত্ব সশোধনী  বিধেয়ক সম্পৰ্কত  মুখ্য মন্ত্ৰী আৰু বিত্ত মন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি তেওঁ আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যত কংগ্ৰেছ দলে ভাল ফল লাভ কৰিব বুলি দাবী কৰে সাংসদগৰাকীয়ে। ১৬ জানুৱাৰিত গোলাঘাট অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন তিনি ছাত্ৰ নেতা মহেন বৰা,বিদ্যুৎ শইকীয়া আৰু ৰাজীৱ লস্কৰৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্য চিকিৎসালয়ত উপস্থিত হোৱা যুৱ সাংসদগৰাকীয়ে এইদৰে কয়।
তেওঁ ছাত্ৰ নেতাকেইজনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে তেওঁলোকক গামোচা পিন্ধাই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে। ইয়াৰ পিছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপৰ সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি বিজেপি চৰকাৰে যদি ভাল কাম কৰিছে তেন্তে তেওঁলোকক গামোচা পিন্ধোৱাৰ পৰিবৰ্তে ৰাজ্যৰ চাৰিওফালে কিয় ক’লা পতাকা প্ৰদৰ্শন কৰিছে বুলি প্ৰশ্ন উত্থাপন কৰে।
ইফালে বিধেয়কখনৰ বিৰোধিতা কৰি শেহতীয়াকৈ বিজেপিৰ কেইগৰাকীমান বিধায়কে বিদ্ৰোহ কৰা ঘটনাক সাংসদগৰাকীয়ে আন এক প্ৰশ্ন তুলি এয়া কৌশলী ৰাজনীতি কৰিছে বুলি উল্লেখ কৰে।

Recent News

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd