• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম আন্দোলনৰ বিৰোধিতা কৰাসকলেই এতিয়া নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিছে : ৰঞ্জিত দাস

ৰিদিপ শৰ্মা by ৰিদিপ শৰ্মা
January 20, 2019 11:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যি সকলে অসম আন্দোলনৰ বিৰোধিতা কৰিছিল সেই সকলেই বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে। ১৯ জানুৱাৰিত কলিয়াবৰৰ মিছাৰ মিলন সংঘত অনুষ্ঠিত হোৱা বিজেপিৰ প্ৰমুখ পৃষ্ঠা নিযুক্তিৰ এক দলীয় সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জতি দাসে।

তাৰোপৰি দাসে কয় যে, ‘অসম চুক্তিৰ ৩৩ বছৰৰ পাছটো ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে অগপ-কংগ্ৰেছে পদক্ষেপ নল’লে। সেয়ে অসম চুক্তিৰ পিছত নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে এটা ভাল কাম অন্তত আমাৰ দিনত হোৱাৰ সম্ভাৱনা আছে।’

Apply Now

লগতে ৭০ টাকৈ জাতীয় সংগঠনক টিভিকেন্দ্ৰীক বুলি সমালোচনা কৰি নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ চিপিএম আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ নাই বুলি কয়।

কৃষক নেতা অখিল গগৈ নক্সালৰ আজ্ঞাবাহী। এই আইন পাছ হোৱাৰ পিছত এজনো বিদেশী আহবি নোৱাৰে আৰু মানৱতা যুক্তিৰ খাতিৰত ধৰ্মীয় পিড়ীত মানুহক নাগৰিকত্ব দিব। মন্তব্য ৰঞ্জিত দাসৰ।

দুৰ্নীতিমুক্ত পঞ্চায়তৰ শ্ল’গান হৈছে পঞ্চায়তত জয়ী হোৱাৰ একমাত্ৰ চাবিকাঠি সেয়ে কলিয়াবৰত নৱ নিযুক্ত পঞ্চায়তৰ সকলো বিষয়ববীয়াক অতি নিষ্ঠাৰে আৰু সততাৰে দুর্নীতি মুক্ত পঞ্চায়ত গঢ়াৰ ক্ষেত্ৰত দৃঢ়তাৰে কাম কৰি যাবলৈ অনুৰোধ জনায়।

আনহাতে এই জানুৱাৰী মাহতে অনুষ্ঠিত হ’ব লগা  খিলঞ্জীয়া পৰিষদৰ চাৰিটাকৈ পদ বিজেপিয়েই দখল কৰাটো নিশ্চিত বুলি ৰঞ্জিত দাসে ভাষণত উল্লেখ কৰে।

ইফালে দলীয় সভাত অংশ গ্ৰহণ কৰিবলৈ অহাৰ সময়ত কলিয়াবৰত ৰঞ্জিত দাসক আছুৰ সদস্যই ক’লা পতাকা প্ৰদৰ্শন কৰাৰ কথা আছিল যদিও এই বিষয়ে আগতীয়াকৈ জানিব পাৰি সভাপতি গৰাকীয়ে অতি কৌশলেৰে বেলেগ পথেৰে সভাকক্ষত উপস্থিত হয়।

ৰিদিপ শৰ্মা

ৰিদিপ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd