• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসম আন্দোলনৰ বিৰোধিতা কৰাসকলেই এতিয়া নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিছে : ৰঞ্জিত দাস

NE NOW NEWS ৰিদিপ শৰ্মা
কলিয়াবৰ , January 20, 2019 2:08 pm

2 min read

অসম আন্দোলনৰ বিৰোধিতা কৰাসকলেই এতিয়া নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰিছে : ৰঞ্জিত দাস
959
VIEWS
Share on FacebookShare on Twitter

যি সকলে অসম আন্দোলনৰ বিৰোধিতা কৰিছিল সেই সকলেই বৰ্তমান নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে। ১৯ জানুৱাৰিত কলিয়াবৰৰ মিছাৰ মিলন সংঘত অনুষ্ঠিত হোৱা বিজেপিৰ প্ৰমুখ পৃষ্ঠা নিযুক্তিৰ এক দলীয় সভাত অংশ গ্ৰহণ কৰি এই মন্তব্য কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জতি দাসে।

তাৰোপৰি দাসে কয় যে, ‘অসম চুক্তিৰ ৩৩ বছৰৰ পাছটো ৬ নং দফা কাৰ্যকৰী কৰাৰ বাবে অগপ-কংগ্ৰেছে পদক্ষেপ নল’লে। সেয়ে অসম চুক্তিৰ পিছত নাগৰিকত্ব সংশোধনী বিধেয়কৰ দৰে এটা ভাল কাম অন্তত আমাৰ দিনত হোৱাৰ সম্ভাৱনা আছে।’

লগতে ৭০ টাকৈ জাতীয় সংগঠনক টিভিকেন্দ্ৰীক বুলি সমালোচনা কৰি নাগৰিকত্ব বিধেয়কৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ চিপিএম আৰু প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ নাই বুলি কয়।

কৃষক নেতা অখিল গগৈ নক্সালৰ আজ্ঞাবাহী। এই আইন পাছ হোৱাৰ পিছত এজনো বিদেশী আহবি নোৱাৰে আৰু মানৱতা যুক্তিৰ খাতিৰত ধৰ্মীয় পিড়ীত মানুহক নাগৰিকত্ব দিব। মন্তব্য ৰঞ্জিত দাসৰ।

দুৰ্নীতিমুক্ত পঞ্চায়তৰ শ্ল’গান হৈছে পঞ্চায়তত জয়ী হোৱাৰ একমাত্ৰ চাবিকাঠি সেয়ে কলিয়াবৰত নৱ নিযুক্ত পঞ্চায়তৰ সকলো বিষয়ববীয়াক অতি নিষ্ঠাৰে আৰু সততাৰে দুর্নীতি মুক্ত পঞ্চায়ত গঢ়াৰ ক্ষেত্ৰত দৃঢ়তাৰে কাম কৰি যাবলৈ অনুৰোধ জনায়।

আনহাতে এই জানুৱাৰী মাহতে অনুষ্ঠিত হ’ব লগা  খিলঞ্জীয়া পৰিষদৰ চাৰিটাকৈ পদ বিজেপিয়েই দখল কৰাটো নিশ্চিত বুলি ৰঞ্জিত দাসে ভাষণত উল্লেখ কৰে।

ইফালে দলীয় সভাত অংশ গ্ৰহণ কৰিবলৈ অহাৰ সময়ত কলিয়াবৰত ৰঞ্জিত দাসক আছুৰ সদস্যই ক’লা পতাকা প্ৰদৰ্শন কৰাৰ কথা আছিল যদিও এই বিষয়ে আগতীয়াকৈ জানিব পাৰি সভাপতি গৰাকীয়ে অতি কৌশলেৰে বেলেগ পথেৰে সভাকক্ষত উপস্থিত হয়।

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd