• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বৰ্ণ শিল্পী উৎপল বণিয়ালৈ ২০১৯’ বৰ্ষৰ “ইণ্ডিয়ান এচিভাৰ্ছ এৱা‌ৰ্ড”ৰ সন্মান

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2019 8:02 am
utpal bania photo

স্বৰ্ণশিল্পী উৎপল বণিয়া।

885
VIEWS
Share on FacebookShare on Twitter

মুম্বাই, কলিকতা, চীনত নিৰ্মিত নকল অসমীয়া গহনাৰ আগ্ৰাসন, স্বৰ্ণ উদ্যোগত কেঁচা সোণৰ গহনা নামেৰে বৃহৎ পুঁজিপতিৰ বিনিয়োগ আদি বহু কাৰকে অসমৰ স্বৰ্ণ শিল্পী সকলৰ জীৱনলৈ একপ্ৰকাৰ অস্তিত্বৰ সংকট নমাই আনিছে। কিন্তু এই অন্ধকাৰ পৰিস্থিতিৰ মাজতো অসমীয়া গহনাৰ ক্ষেত্রত নগাঁৱৰ উৎপল বণিয়াই কঢ়িয়াই আনিছে এটাৰ পাছত আনটো সাফল্য।

উদ্যমী স্বৰ্ণ শিল্পী গৰাকীক চলিত বৰ্ষৰ ২০ জানুৱাৰিত বেংগালুৰুৰ ৰাজকীয় হোটেল ‘তাজ’ত অনুস্থিত হোৱা “ইণ্ডিয়ান এচিভাৰ্ছ এৱা‌ৰ্ড ২০১৯” অনুষ্ঠানত সন্মানিত কৰা হয়। বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী দিয়া মিৰ্জাই অংশ গ্ৰহণ কৰা অনুষ্ঠানটোত”মষ্ট প্ৰমিচিং জুয়েলাৰী ডিজাইনাৰ এণ্ড এন্টাৰপিনাৰ ইন আসাম” সন্মানেৰে সন্মানিত কৰে বণিয়াক।

utpal bania photo.jpg 1
বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী দিয়া মিৰ্জাৰ সৈতে উৎপল বণিয়া।

উল্লেখ্য যে, ২০১৮ বৰ্ষত ‘ডুগডুগী’ৰ স্বত্ত্বাধিকাৰ উৎপল বণিয়ালৈ “ৱৰ্ল্ড কনফেডাৰশ্যন অৱ বিজনেছ” নামৰ আমেৰিকা টেক্সাছৰ হাউছটৰ সংগঠনটোৱে সন্মানীয় বাণিজ্য বটাঁ “দ্যা বিজ এৱাৰ্ড” আগবঢ়ায়। তদুপৰি, তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, উপ‌‌ ৰাষ্ট্ৰপতি ভেংকায়ুৰ নাইডুৰ উপস্থিতিত দিল্লীৰ বিজ্ঞান ভৱণত অনুষ্ঠিত হোৱা ‘নিউ ইণ্ডিয়া কনক্লেভ’ত ৰাজ্যিক গ্ৰাম্য উদ্যোগী সন্মানেৰ সন্মানিত হৈছিল।

উৎপলে সংবাদ মাধ্যমক জনোৱা মতে,  ৰাজ্যত আৰম্ভ হোৱা এনে এক বিপ্লৱৰ মাজতে অসমৰ চৌদিশে মুম্বাই, কলিকতা, চীনত নিৰ্মিত নকল অসমীয়া গহনাই ভৰি পৰিছে। তদুপৰি, অসমীয়া গহনাক ডুপ্লিকেট কেঁচা সোণ নাম দি দুষ্ট চক্ৰ ব্যৱসায়ীয়ে  বিভিন্ন বিপনী খোলাৰ উপৰিও ছচিয়েল মিডিয়াত চেইন চিষ্টেম ৱ্যবসায় আৰম্ভ কৰিছে।

এইবোৰ কাৰণতে অসমীয়া গহনা প্ৰস্তুত কৰা নগাঁওৰ ৰণথলি, বৰপেটা, যোৰহাটৰ থলুৱা ব্যৱসায়ীসকল সমস্যাৰ সন্মুখীন হোৱাৰ লগতে অস্তিত্বৰ সংকটত ভুগিছে বুলিও উৎপল বণিয়াই গুৰুত্বপূৰ্ণ মন্তৱ্য কৰে।

Recent News

অৱশেষত মুখ খুলিলে ONGCএ! ভটিয়াপাৰৰ গেছ লিকেজ নিয়ন্ত্ৰণত থকাৰ দাবী

অৱশেষত মুখ খুলিলে ONGCএ! ভটিয়াপাৰৰ গেছ লিকেজ নিয়ন্ত্ৰণত থকাৰ দাবী

টোল কৰঃ ৩ হাজাৰ টকাৰ নতুন FASTag বার্ষিক পাছ ঘোষণা নীতিন গাডকাৰীৰ

টোল কৰঃ ৩ হাজাৰ টকাৰ নতুন FASTag বার্ষিক পাছ ঘোষণা নীতিন গাডকাৰীৰ

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

আধাৰ সংশোধনৰ নতুন যুগ: এতিয়া কেন্দ্ৰলৈ দৌৰাৰ দিন শেষ, অ’টিপিৰে হ’ব সকলো কাম!

প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে স্বামীয়ে : ১২ ফুট উচ্চতাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা মহিলাৰ

প্ৰেমিকৰ সৈতে হোটেলৰ কোঠাত হাতে-লোটে ধৰা পেলালে স্বামীয়ে : ১২ ফুট উচ্চতাৰ পৰা জঁপিয়াই পলায়নৰ চেষ্টা মহিলাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd