• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সৰ্বানন্দ সোণোৱালে মুকলি কৰিলে মুখ্য মন্ত্ৰীৰ চাহ জনগোষ্ঠী ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2019 11:29 am
cm-football-trophy

ট্ৰফী মুকলি কৰাৰ সময়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী পল্লৱলোচন দাস। ফটো : য়ুবি

644
VIEWS
Share on FacebookShare on Twitter

‘মানৱ সমাজৰ চৰিত্ৰ নিৰ্মাণ আৰু সুস্থ মানৱ সমাজ গঢ়াৰ ক্ষেত্ৰত ক্ৰীড়াই যুগে যুগে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰি আহিছে। আমাৰ নতুন প্ৰজন্মই কঠোৰ শ্ৰম আৰু সাধনাৰ জৰিয়তে উজলি উঠিব লাগিব বিশ্ব ত্ৰীড়াংগনত’। মুখ্য মন্ত্ৰীৰ চাহ জনগোষ্ঠী ফুটবল প্ৰতিযোগিতাৰ ট্ৰফী মুকলি অনুষ্ঠানত এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

সৰুসজাইস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই ট্ৰফী মুকলি অনুষ্ঠানত মুখ্য মন্ত্ৰীগৰাকীয়ে ফুটবল প্ৰতিযোগিতাখনক লৈ আশা প্ৰকাশ কৰি কয় যে এই প্ৰতিযোগিতাখনে নতুন প্ৰজন্মৰ মাজত প্ৰতিযোগিতামূলক আৰু ক্ৰীড়াসুলভ মানসিকতা গঢ়ি তোলাত যথেষ্ট পৰিমানে সহায় কৰিব।

ইয়াৰ উপৰি ক্ৰীড়াৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰা বুলি মত প্ৰকাশ কৰে। তেওঁ কয় যে ৰাজ্যৰ চাহ বাগিচাৰ খেলুৱৈসকলক উন্নতমানৰ প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্য আগত ৰাখিয়েই দুখন ফুটবল আৰু এখন আৰ্চাৰী একাডেমি স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

ট্ৰফী মুকলি অনুষ্ঠানত মুখ্য মন্ত্ৰী সোণোৱালে লগতে কয় যে হিমা দাসে কঠোৰ পৰিশ্ৰমৰ বলত দেশে বিদেশে পৰিচিত হোৱাৰ লগতে যিদৰে অসমৰ বাবে সুনাম কঢিয়াই আনিছে ঠিক সেইদৰে ৰাজ্যৰ আন ক্ৰীড়াবিদেও একেই উদ্যম আৰু মনোবলেৰে খেলপথাৰত অৱতীৰ্ণ হোৱা উচিত।

আনহাতে এই ট্ৰফী মুকলি অনুষ্ঠানত চাহ জনজাতি কল্যাণ মন্ত্ৰী পল্লৱলোচন দাসেও ভাষণ প্ৰদান কৰে।

Recent News

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd