• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাহুল-হিমন্তৰ টুইটাৰ যুদ্ধ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 27, 2019 12:24 pm
Rahul vs Himanta
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি ৰাহুল গান্ধী আৰু ৰাজ্যখনৰ বিজেপি চৰকাৰৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ছচিয়েল মিডিয়াৰ টুইটাৰত শব্দৰ যুঁজত অৱতীৰ্ণ হৈছে।

ৰাহুল গান্ধীয়ে টুইটাৰত অভিযোগ কৰে যে গেৰুৱা দলটোৱে উত্তৰ-পূৰ্বাঞ্চলত নিৰ্বাচনী লাভৰ বাবে তথা ‘অস্থিৰতা’ৰ সৃষ্টি কৰিবৰ বাবে ‘মেৰুকৰণ’ৰ চেষ্টা চলাইছে।

Apply Now

rahul-tweet

শুকুৰবাৰে এটা টুইটত ৰাহুল গান্ধীয়ে লিখিছিল, ‘’ মই উত্তৰ-পূৰ্বাঞ্চলত বৃদ্ধি পোৱা হিংসা আৰু অস্থিৰতাৰ দ্বাৰা উদ্বিগ্ন হৈছো য’ত বিজেপিয়ে ৰাজনৈতিক লাভৰ স্বাৰ্থত অঞ্চলটোত মেৰুবিভাজন অনাৰ বাবে ধৰ্ম আৰু গোষ্ঠীক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে। এইধৰণৰ ৰাজনীতি, যিয়ে ভাতৃৰ বিৰুদ্ধে ভাতৃ আৰু অনুগামীসকলৰ মাজত ঘৃণা বিয়পাইছে, সেয়া বিপদজনক আৰু তাক বন্ধ কৰিব লাগিব।‘’

আনহাতে, এআইচিচিৰ সভাপতিগৰাকীক উভতি ধৰি বিধেয়কখনৰ প্ৰতি সৰৱ হৈ অহা হিমন্ত বিশ্বই লিখিছে-

‘’ৰাহুল গান্ধী ডাঙৰীয়া, আপোনাৰ উদ্বিগ্নতা প্ৰশমন কৰক। আপুনি জানেনে কেনেকৈ কংগ্ৰেছে দশক দশক ধৰি উত্তৰ-পূৰ্বাঞ্চলক অৱদমিত কৰি আহিছে? মূল্যবোধৰ সিদ্ধান্ত  নিদিব। আমি জনসাধাৰণক প্ৰকৃত সমস্যাৰ কথা কৈছো। সামান্য বা একেবাৰে জন সমৰ্থন নথকা একাংশ ভুৱা প্ৰতিবাদকাৰী মুজুৰা পৰি আহিছে। বাকী প্ৰতিশ্ৰুতি দিছো, উত্তৰ-পূৰ্বাঞ্চল সুৰক্ষিত!’’

himanta-tweet-300x254

হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ দলীয় সভাবোৰত ভাষণত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ তীব্ৰ সমৰ্থনত কৈ আহিছে যে বিধেয়কখনেই একমাত্ৰ অসমক কাশ্মীৰ হোৱাৰ পৰা বচাব পাৰে।

হিমন্তই লগতে অসমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা অসম চুক্তিৰ ৬নং দফা আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সমৰ্থনত বক্তৱ্য আগবঢ়াই আহিছে।

ইয়াৰ মাজতে গণৰাজ্য দিৱসতো অসমকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে প্ৰতিবাদ অব্যাহত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

কঁপি উঠিল চীন! কেইঘণ্টামানৰ ভিতৰত পুনৰ নেপালত বিধ্বংসী বানৰ আশংকা, জাৰি হাই এলাৰ্ট

August 28, 2026 12:47 pm
সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

সম্পাদকীয় পৰিৱৰ্তনৰ পৰামৰ্শ নাকচ; ছোনিয়া গান্ধীৰ আত্মজীৱনী প্ৰকাশ নকৰে পেংগুইন ইণ্ডিয়াই

August 28, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

গুৱাহাটীত স্থাপনৰ হ’ব নতুন আৰক্ষী থানা : ওদালবাক্ৰা আৰক্ষী চকী সলনি হ’ব কাহিলীপাৰা থানালৈ

August 28, 2026 3:29 pm
তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

তেলেংগানাত অসমৰ দুই কৰ্মীৰ বিৰুদ্ধে সহযোগী অসমীয়া কৰ্মীক হত্যা কৰাৰ অভিযোগ

August 28, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd