• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰণীতা স্বৰ্গীয়াৰীৰ তিনিদিনিয়া কোকৰাঝাৰ নৃত্য কৰ্মশালা সম্পন্ন

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
January 11, 2018 11:38 am
প্ৰণীতা স্বৰ্গীয়াৰী
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জী টিভি চেনেলৰ উদ্বোগত আযোজিত ৰিয়েলিটি শ্ব’ ডান্স ইণ্ডিয়া ডান্স চিজন-৫ চমুকৈ ডি আই ডিৰ নৃত্য প্ৰতিযোগিতাত নিজৰ প্ৰতিভাৰ বলত তথা অসমবাসীৰ  সহায় সহযোগিতা লাভ কৰি বিজয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল অসমৰ জীয়ৰী প্ৰণীতা স্বৰ্গীয়াৰী। সেইগৰাকী অসমীয়া সন্তানে অসমৰ নবপ্ৰজন্মক নৃত্য কলা শিকোৱাৰ উদ্দেশ্যৰে অসমৰ বিভিন্ন অঞ্চলত নৃত্য কৰ্মশালা আয়োজন কৰি আহিছে। বিগত সময়ছোৱাত বি টি চি বিভিন্ন অঞ্চলত হোৱা  গোষ্ঠীগত সংঘৰ্ষৰ ফলত  প্ৰাণ হেৰুওৱা লোকৰ সন্তান তথা অনাথ শিশুসকললৈ কিছু আৰ্থিক সকাহ দিয়াৰ মূল উদ্দেশ্য লৈয়ে তিনিদিনীয়া কাৰ্সূচীৰে এই নৃত্য কৰ্মশালাখনৰ আয়োজন কৰিছিল।

ডি আই ডি -৫ বিজয়ী প্ৰণীতা স্বৰ্গীয়াৰীয়ে সংবাদ মাধ্যমৰ আগত  সদৰী কৰি কয় যে অনাথ শিশু সকলক কিছু আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে অসমৰ বিভিন্ন স্থানত অতি কম মূল্যতে নৃত্য কৰ্মশালাৰ আয়োজন কৰা হ’ব। ইয়াৰে প্ৰথম পৰ্যায়ক্ৰমে বি টি চিৰ মুখ্য সদৰ  কোকৰাঝাৰ ৰামকৃষ্ণপুৰস্থিত ‘নিউ হোৰাইজন কিডস স্কুলত’   ৮, ৯,১০ জানুৱাৰী তাৰিখে তিনিদিনীয়াকৈ নৃত্য কৰ্মশালা সম্পন্ন হৈ যোৱা বুলি জানিবলৈ দিয়ে। তিনিদিনীয়াকৈ আয়োজিত কৰ্মশালাৰ অন্তিম  কাৰ্য্যসূচীৰ নিশা কোকৰাঝাৰৰ নিউ হোৰাইজন কিডস স্কুলৰ প্ৰাংগণত উলহ মালহৰে অনুস্থিত হৈ যায়।   উক্ত কাৰ্য্যসূচীত মুখ্য অতিথি ৰূপে বিটিচিৰ উপ মুখ্য খাম্ফা বৰগয়াৰীয়ে উপস্থিত থাকি ডি আই ডি -৫ বিজয়ী প্ৰণীতা স্বৰ্গীয়াৰী এনেধৰণৰ নৃত্য কৰ্মশালা লোৱাটো প্ৰশংসা কৰি অনাগত দিনত প্ৰণীতা স্বৰ্গীয়াৰীৰ দৰে সৃষ্টি হওক বুলি প্ৰেৰনামুলক মন্তব্য আগবঢ়াই।

Apply Now

উল্লেখযোগ্য যে কোকৰাঝাৰত তিনিদিনীয়াকৈ আয়োজিত নৃত্য কৰ্মশালাখনৰ সফলতাৰে সমাপন হোৱাৰ পিছতে অহা  ১২,১৩,১৪ জানুৱাৰী তাৰিখে গুৱাহাটীৰ আই এছ বি টি তথা বালাজি মন্দিৰৰ সমীপতে থকা  বাথৌপুৰীস্থিত বীৰ ডৈমালু কমিউনিটি হ’লত আৰু ১৬,১৭ আৰু  ১৮ জানুৱাৰী তাৰিখে ওদালগুৰী জিলাৰ ৱাৰ্ড- ২ নলবাৰীস্থিত ডাইমণ্ড ইংৰাজী স্কুলৰ কাষত থকা ৰিংগুদামচা হ’লত নৃত্য  কৰ্মশালা অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে।  উক্ত  নৃত্য কৰ্মশালা সমূহত বিদ্যালয়, মহাবিদ্যালয় সমূহৰ সকলো শিশু, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব পাৰিব । সেয়েহে নৃত্যৰ প্ৰতি আগ্ৰহী সকলক কৰ্মশালাত অংশগ্ৰহণৰ সুবিধা সমূহ গ্ৰহণ কৰাৰ লগতে বিতং ভাবে তথ্য জানিবৰ বাবে ০৯৯৯৯৪৭৭৪৬৫, ০৯৮১৮০৫৫৬৯৪ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান কৰিছে  প্ৰণীতা স্বৰ্গীয়াৰীয়ে ।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ অসমৰ পৰীক্ষাৰ্থীলৈ ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আছুৰ

June 18, 2026 8:33 pm
২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

২০ বছৰৰ পাছত ফুটবল বিশ্বকাপত ভাৰতীয় মূলৰ খেলুৱৈ : ইতিহাস ৰচিলে নিচান ভেলুপিল্লাইয়ে

June 18, 2026 8:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

জুবিন গাৰ্গৰ হেৰুৱা কুকুৰ উদ্ধাৰ : পৰিয়াল আৰু অনুৰাগীৰ মাজত স্বস্তি

June 18, 2026 9:14 pm
দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

দলবদ্ধ ধৰ্ষণৰ পিছত এচিডেৰে জ্বলাই দিছিল যুৱতীৰ মুখ; দুই বি এছ এফ জোৱানক ৪২ বছৰৰ কাৰাদণ্ড

June 18, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd