• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শংকৰ সংঘৰ মৰিগাওঁ অধিৱেশনলৈ নাহে প্ৰধান মন্ত্ৰী মোদী, নিশ্চিত খবৰ দিলে মন্ত্ৰী হিমন্তই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 3, 2019 6:43 pm
pm-modi-at-85th-annual-conference-of-srimanta-sankaradeva-sangha-in-assam

সংঘৰ ৮৫ সংখ্যক শিৱসাগৰ অধিৱেশনত প্ৰধান মন্ত্ৰী মোদী। সৌজন্য-- narendramodi.in

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু জল্পনা-কল্পনা চলি থকাৰ মাজতে অহা ৮৮ সংখ্যক শংকৰ সংঘৰ অধিৱেশনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ নকৰাৰ নিশ্চিত বাতৰি আহিছে।

অহা ৯ ফেব্ৰুৱাৰিত মোদী অসমলৈ আহিব যদিও তেওঁ অধিৱেশনত অংশগ্ৰহণ নকৰে। তাৰ পৰিৱৰ্তে আন কেইটামান কাৰ্য্যসূচীতহে অংশ গ্ৰহণ কৰিব। আজি সংবাদ মাধ্যমৰ আগত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাটো নিশ্চিত কৰিছে।

“প্ৰধান মন্ত্ৰী ৯ ফেব্ৰুৱাৰিত অসমলৈ আহিব যদিও শংকৰ সংঘৰ অনুষ্ঠানত অংশগ্ৰহণ নকৰে।“ সংবাদ মাধ্যমৰ আগত মন্ত্ৰী শৰ্মাই কয়। তেওঁ উক্ত দিনটোত মোদীয়ে তিনি ঠাইৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি জনায়।

প্ৰথমটো কাৰ্য্যসূচীত প্ৰধান মন্ত্ৰীজনে চাংসাৰিত এইমছৰ শুভাৰম্ভ কৰি জনসভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতেই গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী ২১৮৭ কোটি টকা ব্যয় সাপেক্ষ চাৰিলেনযুক্ত দলঙৰ আধাৰশিলা স্থাপন কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জনায়।

দলঙৰ আধাৰশিলা স্থাপন কৰিয়েই মোদী উৰা মাৰিব গহপুৰ অভিমুখে। গহপুৰত আন এটা কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি মোদী সেইদিনাই পোনে পোনে ত্ৰিপুৰা অভিমুখে ৰাওনা হ’ব। ত্ৰিপুৰাত এক জনসভাত অংশগ্ৰহণ কৰি মোদী পোনে পোনে দিল্লীলৈ উৰা মাৰিব।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে অহা ৬ ফেব্ৰুৱাৰিৰ পৰা ৯ ফেব্ৰুৱাৰি পৰ্য্যন্ত হ’ব লগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিৱেশনলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব বুলি পুনৰ খবৰ ওলোৱাৰ সময়তে মোদীক ক’লা পতাকা দেখুওৱা হ’ব বুলি হুংকাৰ দিছিল কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি ৭০টাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠনে।

ফলত অধিৱেশনলৈ আহিলেও মোদীৰ এই ভ্ৰমণ সুখকৰ নহ’ব পাৰে বুলি ৰাজ্য চৰকাৰ চৰম অস্বস্তিত পৰিছিল। অধিৱেশনত মোদীয়ে অংশগ্ৰহণ নকৰাৰ সিদ্ধান্তৰ আঁৰত এই হুংকাৰো থাকিব পাৰে বুলি এটা মহলত চৰ্চা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

পাকিস্তানৰ আত্মসমৰ্পণ! উত্তাপহীন মেচত সূৰ্য-কূলদীপৰ দমনীয় প্ৰদৰ্শনেৰে মসৃন জয় ভাৰতৰ

September 15, 2025 7:51 am
মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

মোদীৰ আঙুলি এটাও দেখিবলৈ নাপালো! প্ৰধানমন্ত্ৰীৰ সভালৈ আহি লটিঘটি বহুজনৰ, আদবাটতে ৰৈ থাকিল শ শ বাহন

September 14, 2025 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

মাত্ৰ ২ মিনিটতে জোৰা লাগি যাব ভঙা হাড়! বিজ্ঞানীসকলে আৱিষ্কাৰ কৰিলে ‘মেজিক আঠা’

September 15, 2025 9:44 am
দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

দিল্লীত বিএমডব্লিউৰ খুন্দাত বিত্ত মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াৰ মৃত্যুক কেন্দ্ৰ কৰি ৰহস্য, চলিছে তদন্ত

September 15, 2025 8:28 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd