• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰূপালী জয়ন্তী গৰকিলে তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনে

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
February 3, 2019 9:00 pm
Tamulpur
1.3k
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰৰ অগ্ৰণী শিক্ষানুষ্ঠান তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ ২ফেব্ৰুৱাৰিৰ পৰা ৰূপালী জয়ন্তী সমাৰোহ আৰম্ভ হৈছে। এই উপলক্ষে আজি দ্বিতীয় দিনা পুৱা বিদ্যালয়খনৰ পৰা অঞ্চলটোৰ বিভিন্ন জাতি-জনগোষ্ঠীয় কৃষ্টিসমূহৰ প্ৰদৰ্শনেৰে এক সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।

অঞ্চলটোত থকা প্ৰতিটো জনগোষ্ঠীৰ কৃষ্টিসমূহ প্ৰদৰ্শন কৰাৰ লগতে বেণ্ড পাৰ্টি, সত্ৰীয়া নৃত্য, বিয়া নাম, শিশু কৃষ্ণৰ লীলা  আদি প্ৰদৰ্শনে সাংস্কৃতিক শোভাযাত্ৰাটোক এক বিশেষ মাত্ৰা প্ৰদান কৰে। শোভাযাত্ৰা উদ্বোধন কৰি দিয়া ভাষণত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিভূতি ডেকাই কয় যে তামুলপুৰ অঞ্চলটোক শিক্ষাৰ ক্ষেত্ৰত এঢাপ আগবঢ়াই নি তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনে গৌৰৱজ্বল ২৫টা বছৰ অতিক্ৰম কৰিলে আৰু ই অঞ্চলটোৰ বাবে এক গৌৰৱৰ বিষয়।

ইয়াৰ পিচতেই  ৰূপালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ সভাপতি মুকুন্দ দাসৰ সভাপতিত্বত মুকলি সভাত স্মৃতিগ্ৰন্থ উন্মোচন কৰে বাক্সা জিলা মণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ৰমেশ চন্দ্ৰ চুতিয়াই। স্মৃতিগ্ৰন্থ উন্মোচন কৰি দিয়া ভাষণত চুতিয়াই কয়, ‘অসমৰ শিক্ষাব্যৱস্থা টনকিয়াল কৰাত শংকৰদেৱ বিদ্যা নিকেতন, জাতীয় বিদ্যালয় আদি ব্যক্তিগত খণ্ডৰ শিক্ষানুস্থানে যথেষ্ট অৰিহনা আগবঢ়াই আহিছে।’

সভাত অসম শিশু শিক্ষা সমিতি, অসমৰ সভাপতি বশিষ্ট ডেকা, শিশু শিক্ষা সমিতিৰ বিভাগ নিৰীক্ষক অখিল শৰ্মা, তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰাক্তন প্ৰধান আচাৰ্য অমৰেন্দ্ৰ শৰ্মা, নিকেতন পৰিচালনা সমিতিৰ সভাপতি মোহন ডেকা, নিকেতনৰ প্ৰধান আচাৰ্য সুৰেন্দ্ৰ নাথ কলিতায়ে অংশগ্ৰহণ কৰে।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd